JERA senior secondary school

JERA senior secondary school

Share

Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from JERA senior secondary school, School, Dekachang, Chhamaria, Guwahati.

21/03/2026

সমূহ ইছলাম ধৰ্মাৱলম্বী ৰাইজলৈ পৱিত্ৰ ঈদ্-উল-ফিতৰৰ আন্তৰিক শুভেচ্ছা জনাইছো। ঈদ হৈছে আনন্দ-ফুৰ্তি তথা মিলা-প্ৰীতিৰ উৎসৱ। আশাকৰোঁ এই পৱিত্ৰ দিনটোৰ জড়িয়তে মানুহৰ অন্তৰত থকা অসূয়া -অশান্তি দূৰ হ'ব লগতে মানুহৰ মাজত শান্তি -সমৃদ্ধি আৰু ভাতৃত্ববোধৰ এনাজৰী ডাল অধিক কটকটীয়া হৈ পৰিব।

18/01/2026

জবাল -ই-ৰহমান একাডেমীৰ (জেৰা)ৰ কণ কণ ছাত্ৰ-ছাত্ৰীৰ এক সুন্দৰ নিদৰ্শন

17/01/2026

জবাল -ই- ৰহমান একাডেমীৰ কণ কণ শিশুৰ মাজত নিহিত হৈ থকা প্ৰতিভা

15/12/2025
15/09/2025

0ur Ex Student (1st Batch JERA))

28/08/2025

I got over 10 reactions on one of my posts last week! Thanks everyone for your support! 🎉

05/06/2025

বিশ্ব পৰিৱেশ দিৱস উপলক্ষে জবাল ই ৰহমান একাডেমী (JERA) ত গছ-পুলি ৰোপন কাৰ্য্যসূচী....

Photos from JERA senior secondary school 's post 22/01/2025

ৰাতিপুৱাৰ প্ৰাত:সভাৰ কিছু দৃশ্য.....

13/01/2025

আগন্তুক HSLC পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰী সকলক পুনৰ মূল্যায়নৰ বাবে আমাৰ একাডেমীৰ শিক্ষক -শিক্ষয়িত্ৰীৰ জড়িয়তে ছাত্ৰ-ছাত্ৰী ৰ বাবে "প্ৰস্তুতি পৰীক্ষা" অনুষ্ঠিত কৰা হ'ল।

Want your school to be the top-listed School/college in Guwahati?

Click here to claim your Sponsored Listing.

Location

Category

Website

Address


Dekachang, Chhamaria
Guwahati
781136