Admission Going on
fortunene.com Bridging the Gap Between Our Old Traditional Education With The Industry Requirement :: FORTUNE ::
Bridging the Gap Between Our Old Traditional Education With The Industry Requirement :: FORTUNE ::
Admission Going on
fortunene.com Bridging the Gap Between Our Old Traditional Education With The Industry Requirement :: FORTUNE ::
05/11/2022
13/04/2022
06/09/2021
বৰ্তমান সময়ৰ জনপ্ৰিয় আৰু সন্মানীয় কেৰিয়াৰ সমূহৰ ভিতৰত *সাংবাদিকতা* অন্যতম। ক'ভিডসৃষ্ট পৰিৱেশত প্ৰায়বোৰ ক্ষেত্ৰতে হোৱা নিয়োগহীনতা, অস্থিৰতাৰ বিপৰীতে সংবাদ মাধ্যমৰ ক্ষেত্ৰখন প্ৰচুৰ সম্ভাৱনাৰে আগবাঢ়ি গৈ আছে। অসমতো ক্ৰমশঃ বৃদ্ধি পাইছে গণ-মাধ্যমত কেৰিয়াৰ গঢ়াৰ সম্ভাৱনা। ইয়াৰ বাবে প্ৰয়োজন *পেচাদাৰী শিক্ষণ- প্ৰশিক্ষণ, অভিজ্ঞতাসম্পন্ন প্ৰশিক্ষক আৰু সম্পূৰ্ণ আন্তঃগাঁঠনিৰে সমৃদ্ধ শিক্ষানুষ্ঠান*।
এই কথাখিনিকে সৰোগত কৰি গণমাধ্যমৰ ক্ষেত্ৰখনত এক নতুন চিন্তা- প্ৰচেষ্টাৰে আগবাঢ়ি আহিছে *ফৰচুন ইনষ্টিটিউট অৱ মিডিয়া ষ্টাডিজ*। ফৰচুনে. আগবঢ়াইছো সাংবাদিকতা আৰু গণমাধ্যমৰ সৈতে জড়িত সকলো কাৰিকৰী বিষয়ৰ শিক্ষাদানৰ ব্যৱস্থা।
পাঠ্যক্ৰম সমূহ হৈছে
১) জাৰ্নেলিজম (প্ৰিন্ট, ইলেক্ট্ৰ'নিক, ৱেব)
২) নিউজ এংক'ৰিঙ
৩) ভিডিঅ'গ্ৰাফী
৪) ভিডিও এডিটিং
৫) গ্ৰাফিক্স
এই কেইটা বিভাগৰ জ্যেষ্ঠ- অভিজ্ঞ সাংবাদিক/ প্ৰশিক্ষকৰ তত্বাৱধানত শিক্ষা আৰু আগশাৰীৰ সংবাদ মাধ্যমত ব্যৱহাৰিক প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে।
28/04/2021
For the geniuses 😄😄👍
28/03/2021
Radha ka rang aur Kanha ki pichkari, Pyar ke rang se rang do duniya sari, Ye rang na jaane koi jaat na koi boli, Badhayi ho aapko rang bhari Holi!!
13/01/2021
Happy Magh Bihu #2021
06/01/2021
হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সময়সূচী প্ৰকাশ কৰা হ'ল৷ কৰি সকলোকে জনাই দিব..
09/10/2020
ফেব্ৰুৱাৰী মাহৰ অন্তিম সপ্তাহত অনুষ্ঠিত হ'ব ২০২১ বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা ৷ চলিত বৰ্ষৰ ১ নবেম্বৰৰ পৰা আৰম্ভ হ'ব প্ৰ-পত্ৰ পূৰণ প্ৰক্ৰিয়া ৷ প্ৰ-পত্ৰ পূৰণৰ অন্তিম দিন ৩০ নৱেম্বৰ ৷ সংশ্লিষ্ট শিক্ষানুষ্ঠানসমূহে অহা ১৫ ডিচেম্বৰৰ ভিতৰত নথি-পত্ৰসমূহ জমা দিব লাগিব ৷ এই সন্দৰ্ভত অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে জাৰি কৰিছে এক অধিসূচনা ৷
07/08/2020
Notice
30/07/2020
We have ensured that under equitable and inclusive education:
👉Emphasis to be given on Socially & Economically Disadvantaged Groups
👉School complexes to be supported for providing facilities to children with disabilities, ensuring their full participation in classrooms
30/07/2020
: Teachers will require training in high-quality content & pedagogy. As colleges/universities move towards becoming multidisciplinary, they will also aim to house outstanding education departments that offer B.Ed., M.Ed., & Ph.D. degrees in .
| Monday | 9:30am - 7:30pm |
| Tuesday | 9:30am - 7:30pm |
| Wednesday | 9:30am - 7:30pm |
| Thursday | 9:30am - 7:30pm |
| Friday | 9:30am - 7:30pm |
| Saturday | 9:30am - 7:30pm |
| Sunday | 10am - 5pm |