Abhinaya

Abhinaya

Share

Abhinaya based youth theatre and acting academy that was set up to nurture and develop young people through the performing arts.

“Abhinaya” is established on the dreams of a person who wanted to set up an orgenisation to educate, train and develop students to excel in music, dance and acting as a career, talented students from diverse fields who are passionate about these careers and nurture hopes and aspirations to make these dreams a reality. Zubeen Garg needs no introduction to music lovers of India in general and Assam

29/10/2025
20/09/2025

জুবিন গাৰ্গ eucalyptus গছৰ দৰে ওখ হব বিচাৰিছিল।
তেখেতে গছ ভালপাইছিল, প্ৰকৃতি ভাল পাইছিল।

জুবিন গাৰ্গৰ নামত আমি সৰ্বত্র গছ ৰোপণ কৰোঁ আহক আৰু তেওঁৰ প্ৰতি থকা আমাৰ ভালপোৱা এই গছৰ পুলিবোৰক দিওঁ। প্ৰকৃতিৰ মাজত আমি তেওঁক বিছৰিম। তেওঁ জীয়াই থাকিব... আমাৰ বুকুত...প্ৰকৃতিত...

Let us plant trees in the name of Zubeen Garg across the land and nurture them with the same care and love we had for him.
He loved trees and wished to grow as tall as an eucalyptus tree.

#

30/08/2025

*অনুভৱৰ নতুন নাটক*
অহা ২ছেপ্তেম্বৰ ২০২৫ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী মাধৱদেৱ আন্ত: ৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত 'অনুভৱ, দ্যা এক্টৰচ্ গিল্ডে' সন্ধিয়া ৬:৩০ বজাত 'শ্ৰেষ্ঠতা, দ্যা উৱাইজ আদাৰচ্' নামৰ এখনি নাট প্ৰদৰ্শন কৰিব। জ্যোতি নাৰায়ণ নাথে পৰিচালনা কৰিব লগীয়া নাট খনত অভিনয় কৰিছে -দেইজি গগৈ, বিক্ৰম নাথ, তঞ্জিব শৰ্মা, জ্ঞানশ্ৰী গোস্বামী(জুনুকা),প্ৰবাল গোস্বামী,বিকি দাস, মল্লীকা উপাধ্যায়, ৰাগিনি শৰ্মা, অর্চিতা শর্মা, ৰুণাংকা কলিতা, ডেমিডন কলিতা আৰু জ্যোতি নাৰায়ণ নাথ ।

সংগীত - বেদান্ত নেওঁগ, অৰিন্দম বৰা
পোহৰ - হেমন্ত ৰাজকোঁৱৰ
সংলাপ - বিক্ৰম নাথ
পাপেট - গীতিমা দাস

24/06/2025

বিগত বহুকেইটা গৰমৰ বন্ধৰ দৰেই আকৌ এই বছৰো অভিনয়া - এক জংকী বৰঠাকুৰ পৰিৱেশ্য কলা কেন্দ্ৰ, আগবাঢ়ি আহিছে এটি গ্ৰীষ্মকালীন কৰ্মশালা অনুষ্ঠিত কৰিবলৈ।
এই কৰ্মশালাত ৯ ৰ পৰা ১৫ বছৰ বয়সৰ কনমানি কেইটিয়ে অংশগ্ৰহণ কৰিব পাৰিব।
আহক, অহা ১ জুলাইৰ পৰা আমি আটাইবোৰ মিলি আকৌ এবাৰ সোমাই পৰো নাচ - গান - নাটক আৰু মৰমৰ মাজত, অভিনয়াৰ মজিয়াত।
Zubeen Garg Sasanka Samir Sanjeev Buragohain Garrima Saikia Garg Pankaj Ingti
Poster - Sankha Protim

03/08/2024

Media coverage
Dainik Batori Kakot

‘অভিনয়া’ৰ ২৫ দিনীয়া কৰ্মশালাৰ সামৰণিত মঞ্চস্থ দুখন শিশু নাট 01/08/2024

ধন্যবাদ Prag News Digital

‘অভিনয়া’ৰ ২৫ দিনীয়া কৰ্মশালাৰ সামৰণিত মঞ্চস্থ দুখন শিশু নাট 'অভিনয়া-জংকী বৰঠাকুৰ পৰিৱেশ্য কলা কেন্দ্ৰ'ই এইবেলি ভৰি দিলে দ্বাদশ বৰ্ষত। প্ৰতি বছৰৰ দৰে এইবাৰো শিশু -চেমনীয়া স....

01/08/2024

Team ABHINAYA 2024

28/07/2024

Summer workshop 2024

Want your school to be the top-listed School/college in Guwahati?

Click here to claim your Sponsored Listing.

Location

Telephone

Website

Address


Rajgarh
Guwahati
781003