Dimoria college

Dimoria college

Share

Permanently affiliated to guwahati university and temporarily affiliated to dibrugarh university & r in khetri, kamrup, assam(m), india

01/07/2020
28/06/2020

ডিমৰীয়া মহাবিদ্যালয়ৰ স্থায়ী অধ্যক্ষৰ পদত ড°বিমান কুমাৰ ভট্টৰ যোগদান।
Welcome Sir 😊

19/05/2020

New Principal in-charge has been appointed for our
Please welcome Jenifer Y Choudhary ACS officer, Sonapur Circle Office as our new principal in-charge.
Appointed by our honourable Education Minister.

Thank you

14/08/2018

#জাননী

কাইলৈ ইং ১৫ আগষ্ট ২০১৮ বুধবাৰে ডিমৰীয়া মহাবিদ্যালয়ৰ প্ৰাক্তণ ছাত্ৰ সকলৰ এখনি সভা আৰু পুৰ্ণমিলন অনুষ্ঠাণ অনুষ্ঠিত কৰা হব ৷৷ ডিমৰীয়া মহাবিদ্যালয়ৰ সমূহ ন পুৰণি ছাত্ৰকে আহ্বায়ক Ujjal Baishya, Kamal Phukan, Diganta Laskar, Chandan J Kalita, Chandan Porinita Malakar, Mrigen Patowary, Partha Pratim Borah Kangkan Baruah Kishor Baruah , Manoj Deka, Lakhyadhar Das ৰ লগত যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱা হল••••
এই অনুষ্ঠাণত ডিমৰীয়া মহাবিদ্যালয়ৰ অধ্যক্ষ সাল সলনিৰ নাটকখনৰ ওপৰত গুৰুত্ব পূৰ্ণ আলোচনা কৰাৰ লগতে প্ৰীতি ভোজৰ আয়োজন কৰা হব••••

সমূহ ডিমৰীয়ানৰ উপস্থিতি কামনা কৰা হল•••••

স্থান: টেঘেৰীয়া জলপ্ৰপাত
সময়: দিনৰ ৯ বজাত
যোগাযোগ: 9101586395

08/07/2018

#ডিমৰীয়া_মহাবিদ্যালয়_ছাত্ৰীৰ_কৃতিত্ব
ক্ষেত্ৰী,৮জুলাই:- গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত ডিমৰীয়া মহাবিদ্যালয়ৰ ভূগোল বিভাগৰ ছাত্ৰী গীতাঞ্জলি পাঠকে সমগ্ৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভিতৰতে প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছে|২০১৭-১৮ বৰ্ষৰ স্নাতক ষষ্ঠ ষান্মাসিকৰ পৰীক্ষাৰ ফলাফল যোৱা ৫ জুলাইত ঘোষণা কৰা হৈছিল য'ত ডিমৰীয়া মহাবিদ্যালয়ৰ ভূগোল বিভাগৰ ছাত্ৰী তথা ক্ষেত্ৰী চটাইপথাৰৰ দিলীপ পাঠকৰ কণ্যা গীতাঞ্জলি পাঠকে লাভ কৰিছে সৰ্ব্বমুঠ ৮৬.১৮%(৯.০) শতাংশ নম্বৰ|গীতাঞ্জলীৰ এই ফলাফলে ডিমৰীয়া মহাবিদ্যালয়ৰ লগতে সমগ্ৰ ডিমৰীয়া অঞ্চললৈ সুনাম কঢ়িয়াই আনিছে|আমাৰ ফালৰ পৰা গীতাঞ্জলীলৈ আন্তৰিক অভিনন্দন জনোৱাৰ লগতে তাইৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো|

03/07/2018

ডিমৰীয়া মহাবিদ্যালয়ৰ ৰাজনীতি বিভাগৰ প্ৰবক্তা ড° মজিবুৰ ৰহমান আৰু নাই ৷ তেখেতৰ বিদেহী আত্মাই চিৰশান্তি লাভ কৰক ৷

13/07/2016

জাননী
অহা ইংৰাজী 12-07-2016 তাৰিখৰ পৰা ডিমৰীয়া মহাবিদ্যালয়ৰ স্নাতকোত্তৰ কলা (অসমীয়া,অৰ্থনীতি) বিজ্ঞান শাখা(Environment management, Eco-Restoration) নাম ভৰ্ত্তি প্ৰ পত্ৰ দিয়াৰ ব্যৱস্থা কৰা হৈছে সেয়েহে সমূহ ইচ্ছুক ছাত্ৰ-ছাত্ৰীয়ে প্ৰ পত্ৰ সমূহ মহাবিদ্যালয়ৰ পৰা সংগ্ৰহ কৰে যেন..........
ধন্যবাদ

Photos 27/04/2016

সকলো ছাত্ৰ ছাত্ৰী সমন্বিতে উলাই আহি আমাৰ উদ্দেশ্য সফল কৰে যেন ৷ অধিক জানিবলৈ আলোচনী সম্পাদক হিমাংগ বৈশ্যক যোগাযোগ কৰক...

Photos 30/01/2016

সমূহ প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ লগতে নৱাগত তথা নিয়মীয়া ছাত্ৰ ছাত্ৰী সকলোকে নিমন্ত্ৰিত কৰিলো ৷ আপোনালোক সকলোৱে আহি আমাৰ কাৰ্যসূচী সফল কৰে যেন

Want your school to be the top-listed School/college in Guwahati?

Click here to claim your Sponsored Listing.

Location

Address


Khetri ৷ নন্ অফিচিয়েল পেজ ৷
Guwahati
782403