19/08/2026
ডিমৰীয়া মহাবিদ্যালয়ৰ মুৰব্বী অধ্যাপক তথা সত্ৰীয়া নৃত্যৰ সাধক ডঃ পঙ্কজ নম:শূদ্ৰক যোৱা জুলাই মাহৰ ২৫-২৬ তাৰিখে আৰম্ভ হোৱা আন:ৰাষ্ট্ৰীয় নৃত্য মহোৎসৱত শ্ৰেষ্ঠ নৃত্য গুৰুৰ সন্মান জনোৱাৰ লগতে আন:ৰাষ্ট্ৰীয় কলিংগ নৃত্য সন্মান, আন:ৰাষ্ট্ৰীয় নৃত্য কলিংগ ভূৱনেশ্বৰী সন্মান, আন:ৰাষ্ট্ৰীয় ভৈৰৱী সন্মান, আৰু আন:ৰাষ্ট্ৰীয় ৰাজশী সন্মান প্ৰদান কৰে।উৰিষ্যাৰ কটক চহৰৰ কলা বিকাশ কেন্দ্ৰত অনুষ্ঠিত হোৱা নৃত্য মহোৎসৱত কেইবাখনো দেশৰ শিল্পীসকলে নৃত্য প্ৰদৰ্শন কৰে।..
Congratulations from Dimoria family! ..