22/04/2026
💚🍃🌦️💐🕯️♥️⛈️
"VRIKSSHA" is a movement to protect Forests & Wildlife.Let's save the planet by save Trees.🌱🌧️🌻🙏 www.briksha.org
22/04/2026
💚🍃🌦️💐🕯️♥️⛈️
14/04/2026
"আজি গৰু বিহু । অসমীয়াৰ বাপোতি সাহোন ৰঙালী বিহুৰ পহিলা দিনটোত অসমীয়াই গৰু বিহু পালন কৰে ।
বহাগ বিহুৰ আগমনীত মেঘৰ গাজনিত বৰষুণ পৰি পৃথিৱী যেতিয়া কোমল হয় ঠিক তেতিয়াৰ পৰাই কৃষক সকলে নতুন উদ্যমেৰে কৃষি কাৰ্য্যত লিপ্ত হয়।অসমত যিহেতু প্ৰায় ৫০শতাংশৰো অধিক লোক কৃষি কাৰ্যৰ লগত জড়িত গতিকে তেওঁলোকৰ বাবে গৰু হালেই হল একমাত্ৰ সম্বল। এই গৰু বিহুৰ দিনা কৃষকে গৰু হালক বিভিন্ন ধৰণে আপ্যায়ন কৰিবলৈ চেষ্টা কৰে।আপ্যায়ন এয়ে যে গৰুক মাহ -হালধিৰে গা ধুওৱা,মাখিয়তীৰে কুবোৱা,নতুন পঘা পিন্ধোৱা ইত্যাদি। লোকবিশ্বাস অনুসৰি গৰু বিহুৰ দিনা গৰুক পিন্ধোৱা পঘাদাল কিছুমান ঔষধি গছ দি বটা হয়।ইয়াৰ ভিতৰত তৰা গছ বিশেষভাবে উল্লেখনীয়।
গৰু বিহুৰ দিনা ৰাতিপুৱাই উঠি গৰুকেইটাক নদীৰ পাৰলৈ লৈ যোৱা হয় আৰু গা ধুওৱা হয়। গৰুৰ গা ঘঁহিবৰ বাবে খেৰৰ নুৰা ব্যৱহাৰ কৰা হয়। পানীৰে গা ধুওৱাৰ পাছতে গৰুৰ গাত মাহ হালধিৰ মিহি মিশ্ৰণ সানি দিয়া হয়। সেইদিনা গৰুৰ গাত লাউ-বেঙেনা আদি ছটিয়াবলৈ ছাট সজা হয়। গৰুৰ স্নান পৰ্ব শেষ হোৱাৰ পিছতে গৰুৰ নিপোটল এটি শৰীৰ কামনা কৰি গালৈ লাউ, বেঙেনা আদি ছটিওৱা হয়।"
11/04/2026
राष्ट्रीय सुरक्षित मातृत्व दिवस हर साल 11 अप्रैल को मनाया जाता है। इसका मुख्य उद्देश्य गर्भावस्था, प्रसव और प्रसवोत्तर (postnatal) सेवाओं के दौरान महिलाओं को उचित स्वास्थ्य देखभाल के प्रति जागरूक करना और मातृ मृत्यु दर (maternal mortality rate) को कम करना है। यह दिन कस्तूरबा गांधी की जयंती के अवसर पर मनाया जाता है।
25/03/2026
The dragonfly's journey reminds us to embrace the beauty and fragility of .
08/03/2026
"Rights. Justice. Action" to promote gender equality and support women’s empowerment. Happy International Women's Day 💖🌳♥️🙏🌦️🤰🤱💃💅👠👑👒💄
04/03/2026
Hnbl of Himanta Biswa Sarma sir, inaugurated this orchid park at today. 🪻🌷🥀🌹
04/03/2026
🎉🎈🥳🌦️🌱🎸
03/03/2026
Happy World Wildlife Day 🙏🙏🌳🍃🌦🐱🐺🐗🪱🐝🫎🦋🐅🐆🦛🦬🦣🦍🐕🦺🦃🦚🦜🍄🪺
28/02/2026
Not AI, a real picture
🌱🍃
22/02/2026
Thunbergia mysorensis, the or lady's slipper vine, is a species of flowering plant in the family Acanthaceae. A woody-stemmed evergreen, this vine is native to southern tropical India. (Wiki)