Education Department,Arya Vidyapeeth College

Education Department,Arya Vidyapeeth College Page formed for the students of education department of Arya vidyapeeth college

29/05/2022
International Webinar organised by Department of Education,Arya Vidyapeeth College
19/09/2020

International Webinar organised by Department of Education,Arya Vidyapeeth College

অসমৰ বৌদ্ধিক জগতৰ উজ্বল নক্ষত্ৰ, বিশিষ্ট শিক্ষাবিদ গিৰিধৰ শৰ্মাৰ ঐকান্তিক প্ৰয়াস, ত্যাগৰ মানসিকতাৰে গঢ় দিয়া আৰ্য্য বিদ্য...
28/07/2020

অসমৰ বৌদ্ধিক জগতৰ উজ্বল নক্ষত্ৰ, বিশিষ্ট শিক্ষাবিদ গিৰিধৰ শৰ্মাৰ ঐকান্তিক প্ৰয়াস, ত্যাগৰ মানসিকতাৰে গঢ় দিয়া আৰ্য্য বিদ্যাপীঠ মহাবিদ্যালয়ে দীঘলীয়া যাত্ৰা অতিক্ৰম কৰি আজি ৬২ বছৰত ভৰি দিয়ে।

আদিৰ পৰা অনাদিলৈ সোঁৱৰণীৰ এখিলা পাত ৷
জ্ঞানৰ মন্দিৰ আৰ্য্য বিদ্যাপীঠ মহাবিদ্যালয় পোহৰৰ জ্যোতিৰ বাট ।

জয়তু আৰ্য্য বিদ্যাপীঠ মহাবিদ্যালয়

2011-2014 Batch,
24/04/2020

2011-2014 Batch,

কাৰ প্ৰতিবাদত সদা জাগ্ৰত আৰ্যবিদ্যাপীঠ মহাবিদ্যালয়ৰ শিক্ষক গোট।
27/12/2019

কাৰ প্ৰতিবাদত সদা জাগ্ৰত আৰ্যবিদ্যাপীঠ মহাবিদ্যালয়ৰ শিক্ষক গোট।

01/10/2019

মহামানৱ মহাত্মা গান্ধীয়ে কৈছিল- শিক্ষা হৈছে এনে এটা লক্ষ্য যাৰ জৰিয়তে অসমতা দূৰ কৰিব পাৰি।

 #বিদায় পৰত শিক্ষা বিভাগত উপস্থিত আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ মৃণাল শৰ্মা ছাৰ।
29/09/2019

#বিদায় পৰত শিক্ষা বিভাগত উপস্থিত আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ মৃণাল শৰ্মা ছাৰ।

Photo Credit: Rubul Ahmed
24/09/2019

Photo Credit: Rubul Ahmed

আজি ৫ ছেপ্টেম্বৰ।শিক্ষক দিৱসৰ আন্তৰিক অভিনন্দন মহান দাৰ্শনিক শিক্ষাবিদ ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণন দেৱৰ জন্মদিন। এই পবিত্ৰ দ...
05/09/2019

আজি ৫ ছেপ্টেম্বৰ।
শিক্ষক দিৱসৰ আন্তৰিক অভিনন্দন

মহান দাৰ্শনিক শিক্ষাবিদ ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণন দেৱৰ জন্মদিন। এই পবিত্ৰ দিনটোত এই মহান ব্যক্তি গৰাকীক শ্ৰদ্ধাৰে সুঁৱৰিছো।

আৰ্য্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ শিক্ষা বিভাগৰ শিক্ষাদান কৰা সকলো শিক্ষাগুৰু বাইদেউলৈ
শিক্ষক দিৱসৰ আন্তৰিক অভিনন্দন জনালোঁ।

02/09/2019

A good teacher can inspire hope, ignite imagination and instill the love of learning.

Address

Guwahati

Website

Alerts

Be the first to know and let us send you an email when Education Department,Arya Vidyapeeth College posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category