গুঞ্জন সংগীত বিদ্যালয়

গুঞ্জন সংগীত বিদ্যালয় ইয়াত শাস্ত্ৰীয়( ভাতখণ্ডে), সত্ৰীয়া(বৰগীত )আৰু আধুনিক সংগীত , লোকগীত অভিজ্ঞ প্ৰশিক্ষকৰ (ৰেডিঅ' স্বীকৃতি প্ৰাপ্ত) দ্বাৰা
প্ৰশিক্ষণ দিয়া হব।

19/09/2026

হিয়া ৰ আমঠু‌ জুবিন গাৰ্গ দেৱ লৈ গুঞ্জন সঙ্গীত বিদ্যালয়ৰ পৰা শ্ৰদ্ধাঞ্জলি ( 19/09/2026)

একাজলী শ্ৰদ্ধাঞ্জলি...🙏🙏🙏😭😭😭 (19/09/2026)
18/09/2026

একাজলী শ্ৰদ্ধাঞ্জলি...🙏🙏🙏😭😭😭

(19/09/2026)

12/09/2026

04/09/2026
10/06/2026
আমাৰ সঙ্গীত বিদ্যালয়, গুঞ্জন সঙ্গীত বিদ্যালয় হেঙেৰাবাৰী গুৱাহাটী ৰ‌‌ ছাত্ৰ ইবনে নিজ বিদ্যালয়, অসম জাতীয় বিদ্যালয় নু...
10/06/2026

আমাৰ সঙ্গীত বিদ্যালয়, গুঞ্জন সঙ্গীত বিদ্যালয় হেঙেৰাবাৰী গুৱাহাটী ৰ‌‌ ছাত্ৰ ইবনে নিজ বিদ্যালয়, অসম জাতীয় বিদ্যালয় নুনমাটী ৰ বাৰ্ষিক সঙ্গীত প্ৰতিযোগিতা ২০২৬-২৭ ত আটাইকেটা বিভাগতে পুৰস্কৃত হৈছে। ইবনলৈ বহুত বহুত মৰম আৰু অভিনন্দন জনালোঁ। উল্লেখযোগ্য যে তেওঁ আকাশবাণীত গুৱাহাটী ৰ চেমনীয়া চ'ৰা ৰ কণ্ঠ পৰীক্ষাতো উত্তীৰ্ণ হৈছে।‌ আমাৰ বিদ্যালয়ৰ ছাত্ৰ হিচাপে ইবন ক লৈ আমি গৌৰৱান্বিত।

Address

Hengrabari Rupkuwor Path, Near Nabajyoti Club
Guwahati
781036

Website

Alerts

Be the first to know and let us send you an email when গুঞ্জন সংগীত বিদ্যালয় posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category