Teachers' day celebration at Rajlakhmi Tutorial, Guwahati.
Rajlakhmi tutorial at guwahati
PROVIDES HOME TUITION FROM CLASS 1 TO 10 (SEBA & CBSE) IN ENTIRE GUWAHATI.
05/09/2024
শিক্ষক দিৱস উপলক্ষে মৰমৰ ছাত্ৰ-ছাত্ৰী সকলৰ লগত আনন্দময় পৰিবেশৰ মাজতে সঁফুৰা বৃত্তি পৰীক্ষা, ২০২৩-২৪ বৰ্ষত উত্তীৰ্ণ আমাৰ ছাত্ৰ-ছাত্ৰী সকলক প্ৰমাণ প্ৰদান কৰিবলৈ পায় অতিকৈ সুখী অনুভৱ কৰিছোঁ।
29/07/2024
Memory of 2024
ৰাভা দিৱস উপলক্ষে ৰাজলক্ষী শৰ্মা....!
13/04/2024
সকলো শুভাকাঙ্খীলৈ ৰঙালী বিহুৰ হিয়াভৰা আন্তৰিক শুভেচ্ছা জনালোঁ। অনাগত দিনবোৰ সকলোৰে বাবে সুখ-শান্তিৰে সমৃদ্ধ হওঁক তাৰে শুভকামনা কৰিলোঁ।🥰
31/03/2024
আমি ৰাজলক্ষ্মী টিউটৰিয়েলৰ তৰফৰ পৰা ছাত্ৰ -ছাত্ৰী সকলৰ উৎকৰ্ষ সাধনৰ বাবে অহৰহ প্ৰচেষ্টা চলায় আহিছোঁ।আজি কেইজনমান প্ৰতিভাসম্পন্ন ছাত্ৰ -ছাত্ৰীক উৎসাহিত কৰাৰ প্ৰয়াসেৰে NK TV ৰ "অকণিৰ খেলাঘৰ" অনুষ্ঠানৰ ছুটিঙৰ বাবে লৈ যাওঁ। ভাল লগা কেইটামান মুহুৰ্ত সাঁচি ৰাখিলোঁ।
28/03/2024
আকাশবাণী গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ অকণিৰ মেল অনুষ্ঠানৰ বাণীবদ্ধ কৰিবলৈ যোৱাত লোৱা ফটো কেইখনমান সাঁচি ৰাখিলোঁ।
02/03/2024
We are constantly trying to get your children to move forward in the field of education in very simple language.
Registration has started. Contact soon.
14/02/2024
"সৰস্বতী মহাভাগে বিদ্যা কমলোচনে বিশ্বৰূপে বিশালক্ষী বিদ্যাংদেহী নমহস্তুতে।" 🙏🙏
জ্ঞান আৰু বুদ্ধিৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী মাক শত শত প্ৰণাম নিবেদিছোঁ। হে মা সৰস্বতী, তোমাৰ জ্ঞান আৰু বুদ্ধিৰ আলোকেৰে সকলোকে জগত জিনাৰ আশিৰ্বাদ কৰা। 🙏🙏🙏🙏
14/01/2024
Click here to claim your Sponsored Listing.
Location
Category
Contact the school
Telephone
Website
Address
Guwahati