Rajlakhmi tutorial at guwahati

Rajlakhmi tutorial at guwahati PROVIDES HOME TUITION FROM CLASS 1 TO 10 (SEBA & CBSE) IN ENTIRE GUWAHATI.

07/09/2024

Teachers' day celebration at Rajlakhmi Tutorial, Guwahati.

শিক্ষক দিৱস উপলক্ষে মৰমৰ ছাত্ৰ-ছাত্ৰী সকলৰ লগত আনন্দময় পৰিবেশৰ মাজতে সঁফুৰা বৃত্তি পৰীক্ষা, ২০২৩-২৪ বৰ্ষত উত্তীৰ্ণ আমাৰ...
05/09/2024

শিক্ষক দিৱস উপলক্ষে মৰমৰ ছাত্ৰ-ছাত্ৰী সকলৰ লগত আনন্দময় পৰিবেশৰ মাজতে সঁফুৰা বৃত্তি পৰীক্ষা, ২০২৩-২৪ বৰ্ষত উত্তীৰ্ণ আমাৰ ছাত্ৰ-ছাত্ৰী সকলক প্ৰমাণ প্ৰদান কৰিবলৈ পায় অতিকৈ সুখী অনুভৱ কৰিছোঁ।

Memory of 2024
29/07/2024

Memory of 2024

20/06/2024

ৰাভা দিৱস উপলক্ষে ৰাজলক্ষী শৰ্মা....!

সকলো শুভাকাঙ্খীলৈ ৰঙালী বিহুৰ হিয়াভৰা আন্তৰিক শুভেচ্ছা জনালোঁ। অনাগত দিনবোৰ সকলোৰে বাবে সুখ-শান্তিৰে সমৃদ্ধ হওঁক তাৰে শ...
13/04/2024

সকলো শুভাকাঙ্খীলৈ ৰঙালী বিহুৰ হিয়াভৰা আন্তৰিক শুভেচ্ছা জনালোঁ। অনাগত দিনবোৰ সকলোৰে বাবে সুখ-শান্তিৰে সমৃদ্ধ হওঁক তাৰে শুভকামনা কৰিলোঁ।🥰

আমি ৰাজলক্ষ্মী টিউটৰিয়েলৰ তৰফৰ পৰা ছাত্ৰ -ছাত্ৰী সকলৰ উৎকৰ্ষ সাধনৰ বাবে অহৰহ প্ৰচেষ্টা চলায় আহিছোঁ।আজি কেইজনমান প্ৰতিভ...
31/03/2024

আমি ৰাজলক্ষ্মী টিউটৰিয়েলৰ তৰফৰ পৰা ছাত্ৰ -ছাত্ৰী সকলৰ উৎকৰ্ষ সাধনৰ বাবে অহৰহ প্ৰচেষ্টা চলায় আহিছোঁ।আজি কেইজনমান প্ৰতিভাসম্পন্ন ছাত্ৰ -ছাত্ৰীক উৎসাহিত কৰাৰ প্ৰয়াসেৰে NK TV ৰ "অকণিৰ খেলাঘৰ" অনুষ্ঠানৰ ছুটিঙৰ বাবে লৈ যাওঁ। ভাল লগা কেইটামান মুহুৰ্ত সাঁচি ৰাখিলোঁ।

আকাশবাণী গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ অকণিৰ মেল অনুষ্ঠানৰ বাণীবদ্ধ কৰিবলৈ যোৱাত লোৱা ফটো কেইখনমান সাঁচি ৰাখিলোঁ।
28/03/2024

আকাশবাণী গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ অকণিৰ মেল অনুষ্ঠানৰ বাণীবদ্ধ কৰিবলৈ যোৱাত লোৱা ফটো কেইখনমান সাঁচি ৰাখিলোঁ।

We are constantly trying to get your children to move forward in the field of education in very simple language.Registra...
02/03/2024

We are constantly trying to get your children to move forward in the field of education in very simple language.
Registration has started. Contact soon.

"সৰস্বতী মহাভাগে বিদ্যা কমলোচনে বিশ্বৰূপে বিশালক্ষী বিদ্যাংদেহী নমহস্তুতে।" 🙏🙏জ্ঞান আৰু বুদ্ধিৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী...
14/02/2024

"সৰস্বতী মহাভাগে বিদ্যা কমলোচনে বিশ্বৰূপে বিশালক্ষী বিদ্যাংদেহী নমহস্তুতে।" 🙏🙏
জ্ঞান আৰু বুদ্ধিৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী মাক শত শত প্ৰণাম নিবেদিছোঁ। হে মা সৰস্বতী, তোমাৰ জ্ঞান আৰু বুদ্ধিৰ আলোকেৰে সকলোকে জগত জিনাৰ আশিৰ্বাদ কৰা। 🙏🙏🙏🙏

14/01/2024

Address

Gauhati

Telephone

+918099448876

Website

Alerts

Be the first to know and let us send you an email when Rajlakhmi tutorial at guwahati posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to Rajlakhmi tutorial at guwahati:

Shortcuts

Share

Category