Pub Naitor BNA Jatiya Bidyalaya,Bidyanagar

Pub Naitor BNA Jatiya Bidyalaya,Bidyanagar school page

14/11/2024
05/09/2024

পূৱ নাইটৰ বি. এন্ .এ জাতীয় বিদ্যালয়ৰ ফালৰ পৰা ভাৰত বৰ্ষৰ সকলো শিক্ষা গুৰু লৈ শত কোটি প্ৰণাম।
HAPPY TEACHERS DAY

25/05/2024
17/05/2024

গোলকীয় উষ্ণতাৰ প্ৰভাৱৰ ফলত ৰাজ্য জুৰি গৰমৰ মাত্ৰা বৃদ্ধি পাইছে যাৰ বাবে ছাত্ৰ - ছাত্ৰী সকলোৰ শৈক্ষিক দিশত কিছু পৰিমাণে অসুবিধা হৈছে। শৈক্ষিক দিশৰ ফালে লক্ষ্য ৰাখি আমাৰ বিদ্যালয়ৰ 18/05/2024 ইং তাৰিখৰ পৰা নিয়মীয়া পাঠদান ৰাতিপুৱা 7.30 বজাৰ পৰা আৰম্ভ কৰা হব।
গতিকে সন্মানীয় অভিভাৱক/ অভিভাৱিকা সকলক তেওঁলোকৰ সন্তানক ৰাতিপুৱা 7.15 বজাত বিদ্যালয় পোৱাকৈ পঠিয়াই দিবলৈ অনুৰোধ জনালো।
ধন্যবাদেৰে পূৱ নাইটৰ বি. এন. এ জাতীয় বিদ্যালয়, নাইটৰ বিদ্যানগৰ ।

11/04/2024

পূৱ নাইটৰ বি এণ এ জাতীয় বিদ্যালয় পৰিয়াল বৰ্গৰ পৰা সকলো ইছলাম ধৰ্মী ৰাইজলৈ ঈদ ঊল ফিটৰ ৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

Address

Naitor Bidyanagar
Guwahati
781127

Alerts

Be the first to know and let us send you an email when Pub Naitor BNA Jatiya Bidyalaya,Bidyanagar posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to Pub Naitor BNA Jatiya Bidyalaya,Bidyanagar:

Shortcuts

Share

Category