Assam Professional Academy, APA

Assam Professional Academy, APA

Share

APA is a VTP provider under NCVT Ministry of Labour & Employment Govt. of India.

Women Safety 27/04/2022

https://youtu.be/EDrMLTXapBI
যিখন দেশত মহিলাক দেৱীতুল্য জ্ঞান কৰি লক্ষ্মী-সৰস্বতী-পাৰ্বতী-দুৰ্গা আদিক উপাসনা কৰা হয; সেইখন দেশত মহিলা সম্পূৰ্নভাৱে সুৰক্ষিত নহয়। সেয়া ঘৰত হওঁক, বা কাৰ্য্যালয়ত হওঁক। যোৱা কেইবছৰমানত মহিলাৰ ওপৰত বৰ্ধিত অত্যাচাৰৰ পৰিপ্ৰেক্ষিতত মহিলাসকল সুৰক্ষাৰ দিশটো কটকটীয়া কৰাৰ বাবে সচেতন মহলে চিন্তা-চৰ্চা আৰু চৰকাৰে পদক্ষেপ লৈ আছে, তথাপি আমি ক'ব নোৱাৰো যে আমাৰ দেশৰ মহিলাসকল সম্পূৰ্ণৰূপে সুৰক্ষিত।
মহিলাসকলে নিজে অসুৰক্ষিত অনুভৱ কৰে, তেওঁলোকে ৰাতি অকলে বাহিৰলৈ যোৱাৰ কথা ভাবিবই নোৱাৰে।
সেয়ে মহিলাসকলে নিজৰ সুৰক্ষাৰ দায়িত্ব নিজে ল'ব লাগিব। সাৱধানতাই বহু সময়ত সম্ভাৱ্য বিপদৰ পৰা ৰক্ষা কৰিব পাৰে।

Link: https://youtu.be/EDrMLTXapBI

Women Safety

আপোনাৰো গোপন ভিডিঅ' Viral হ'ব পাৰে। ভুলতেও নকৰিব এইটো কাম। 19/04/2022

https://youtu.be/ykudc5uXOx0

সামাজিক মাধ্যমত দুষ্ট চক্ৰ দ্বাৰা নিতৌ সংঘটিত হৈ থকা অসমাজিক কাৰ্যকলাপৰ বিষয়ে সজাগতা বিয়পোৱাৰ উদ্দেশ্যে এই চমু ভিডিঅ'টো বনোৱা হৈছে।
সময় পালে চাব।

আপোনাৰো গোপন ভিডিঅ' Viral হ'ব পাৰে। ভুলতেও নকৰিব এইটো কাম।

Want your school to be the top-listed School/college in Guwahati?

Click here to claim your Sponsored Listing.

Location

Telephone

Address


Ulubari, Bora Service, Guwahati/7, . Ph: 0361-2452822/2452622, Mobile No : 98542-36557, Fax : (0361) 2463822, . E/mail : Professional2825@gmail. Com
Guwahati
781107