Spectrum Eduventures

Spectrum Eduventures Guwahati's first Innovative Coaching Institute for IIT JEE/ AIPMT/ KVPY/ STATE CEE

We are a team dedicated towards the development of education in Assam...............

আপোনাৰ প্ৰতিটো দোৱা পূৰণ হওক,প্ৰতিটো খোজতে সফল হওক, বকৰিদৰ এই পবিত্ৰ দিনটো আপোনাৰ বাবে বিশেষ হওক, আপুনি য’তেই নাথাকক কিয...
28/05/2026

আপোনাৰ প্ৰতিটো দোৱা পূৰণ হওক,প্ৰতিটো খোজতে সফল হওক, বকৰিদৰ এই পবিত্ৰ দিনটো আপোনাৰ বাবে বিশেষ হওক, আপুনি য’তেই নাথাকক কিয়, আল্লাই আশীৰ্বাদ কৰক। ঈদ-উল-আজহাৰ শুভেচ্ছা।

আৱেগ আৰু মমতাৰ আকৰ হ’ল ‘মাতৃ’।জীৱনৰ অলেখ ধুমুহাৰ মাজতো সন্তানৰ সুৰক্ষাৰ বাবে স্থিতপ্ৰজ্ঞ হৈ থকা প্ৰতিগৰাকী মাতৃৰ সুৰক্ষা...
10/05/2026

আৱেগ আৰু মমতাৰ আকৰ হ’ল ‘মাতৃ’।
জীৱনৰ অলেখ ধুমুহাৰ মাজতো সন্তানৰ সুৰক্ষাৰ বাবে স্থিতপ্ৰজ্ঞ হৈ থকা প্ৰতিগৰাকী মাতৃৰ সুৰক্ষা অlৰু সু স্বাস্থ্যৰ কামনা কৰিছোঁ ।

শ্ৰমিকসকল হ'ল দেশৰ মেৰুদণ্ড, যিয়ে নিজৰ ঘামেৰে দেশৰ উন্নতিৰ পথ প্ৰশস্ত কৰে...
01/05/2026

শ্ৰমিকসকল হ'ল দেশৰ মেৰুদণ্ড, যিয়ে নিজৰ ঘামেৰে দেশৰ উন্নতিৰ পথ প্ৰশস্ত কৰে...

আপোনাৰ লগতে আপোনাৰ পৰিয়ালৰ প্ৰতিগৰাকী সদস্যলৈ ৰঙালী বিহুৰ আন্তৰিক শুভকামনা জনালোঁ। নতুন বৰ্ষই সকলোৰে জীৱনলৈ কঢ়িয়াই আনে ...
15/04/2026

আপোনাৰ লগতে আপোনাৰ পৰিয়ালৰ প্ৰতিগৰাকী সদস্যলৈ ৰঙালী বিহুৰ আন্তৰিক শুভকামনা জনালোঁ। নতুন বৰ্ষই সকলোৰে জীৱনলৈ কঢ়িয়াই আনে সুখ-শান্তি আৰু আশাৰ বতৰা।

দীঘলতি দীঘল পাত, মাখি মাৰোঁ জাত জাত।"পথাৰৰ গৰু নদন-বদন হওঁক, আপোনালোকলৈ গৰু বিহুৰ হিয়াভৰা ওলগ!
14/04/2026

দীঘলতি দীঘল পাত, মাখি মাৰোঁ জাত জাত।"
পথাৰৰ গৰু নদন-বদন হওঁক, আপোনালোকলৈ গৰু বিহুৰ হিয়াভৰা ওলগ!

From our very first student to the thousands who have walked through our doors, it’s been an incredible journey of growt...
23/03/2026

From our very first student to the thousands who have walked through our doors, it’s been an incredible journey of growth, learning, and success. Thank you to our dedicated faculties and hardworking students for our Achievements. Here’s to many more years of shaping bright futures!

আশা কৰো ঈদৰ এই দিনটোৱে আপোনালোকৰ বাবে অপৰিসীম সুখ কঢ়িয়াই আনিব।  জীৱনটো মৰম আৰু সুখেৰে পৰিপূৰ্ণ হওক।ঈদ মুবাৰক!
20/03/2026

আশা কৰো ঈদৰ এই দিনটোৱে আপোনালোকৰ বাবে অপৰিসীম সুখ কঢ়িয়াই আনিব। জীৱনটো মৰম আৰু সুখেৰে পৰিপূৰ্ণ হওক।ঈদ মুবাৰক!

Grace in her heart, fire in her soul, strength in her spirit.Celebrate the power, courage, and love of every woman today...
08/03/2026

Grace in her heart, fire in her soul, strength in her spirit.Celebrate the power, courage, and love of every woman today and always.Happy women's day to all ladies out there.....

বসন্ত উৎসৱৰ ৰঙৰ দৰে ৰঙীন হওক আপোনাৰ জীৱন।  হোলীৰ শুভেচ্ছা জনালোঁ।
03/03/2026

বসন্ত উৎসৱৰ ৰঙৰ দৰে ৰঙীন হওক আপোনাৰ জীৱন। হোলীৰ শুভেচ্ছা জনালোঁ।

Brilliant results in JEE Mains ( Phase 1)
17/02/2026

Brilliant results in JEE Mains ( Phase 1)

Dear students you have what it takes to succeed. Take a deep breath and trust your abilities. Good luck for your HS fina...
10/02/2026

Dear students you have what it takes to succeed. Take a deep breath and trust your abilities. Good luck for your HS final examination.

Address

/, KRISHNA MAGNUM TOWER, 3RD FLOOR FLR, ZOO Road
Guwahati
781021

Alerts

Be the first to know and let us send you an email when Spectrum Eduventures posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to Spectrum Eduventures:

Shortcuts

Share

Category