মন-মন্দিৰ কলাকৃষ্টি, কাহিলীপাৰা, গুৱাহাটী, অসম

  • Home
  • India
  • Guwahati
  • মন-মন্দিৰ কলাকৃষ্টি, কাহিলীপাৰা, গুৱাহাটী, অসম

মন-মন্দিৰ কলাকৃষ্টি, কাহিলীপাৰা, গুৱাহাটী, অসম Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from মন-মন্দিৰ কলাকৃষ্টি, কাহিলীপাৰা, গুৱাহাটী, অসম, School, Kahilipara, Guwahati.

আমাৰ ইয়াত অভিনয়, শাস্ত্ৰীয় আৰু কণ্ঠ সংগীত, তবলা, বেহেলা (Violin), পাশ্চাত্য সংগীতৰ লগতে অসমৰ থলুৱা বাদ্যযন্ত্ৰ যেনে— বাঁহী, পেঁপা, ঢোল আদি পদ্ধতিগতভাৱে শিকোৱা হয়। কলাই আমাৰ পৰিচয়।

🌟 এই গৰমৰ বন্ধত আপোনাৰ সন্তানক দিয়ক এক সুন্দৰ উপহাৰ! 🌟মন-মন্দিৰ কলাকৃষ্টিৰ সৌজন্যত অহা ১৬ জুলাইৰ পৰা অনুস্থিত হ’বলৈ গৈ ...
01/07/2026

🌟 এই গৰমৰ বন্ধত আপোনাৰ সন্তানক দিয়ক এক সুন্দৰ উপহাৰ! 🌟
মন-মন্দিৰ কলাকৃষ্টিৰ সৌজন্যত অহা ১৬ জুলাইৰ পৰা অনুস্থিত হ’বলৈ গৈ আছে এক বিশেষ গ্ৰীষ্মকালীন কৰ্মশালা। অসমীয়া সুগম সংগীত, অভিনয়, আৰু ঢোল বাদনৰ এক অপূৰ্ব সুযোগ!
🎭 প্ৰশিক্ষকসকল: মনোজ গগৈ (অভিনয়), ৰন্টু বৰা (ঢোল), আৰু বিষ্ণু নাথ (সংগীত)।
📍 স্থান: নৰকাসুৰ প্ৰাথমিক বিদ্যালয় প্ৰাংগন, কাহিলীপাৰা।
⏳ আসন সীমিত! আপোনাৰ সন্তানৰ নামভৰ্তিৰ বাবে আজিয়েই যোগাযোগ কৰক:
📞 Call / WhatsApp: +91 8099797391 / +91 8638095172

30/06/2026
30/06/2026

নমস্কাৰ, আমাৰ এই সাংস্কৃতিক শিক্ষানুষ্ঠানলৈ আপোনাক আদৰণি জনাইছোঁ। নতুন প্ৰজন্মক কলা-সংস্কৃতিৰ প্ৰতি আকৰ্ষিত কৰা আৰু শুদ্ধ ৰূপত ইয়াৰ চৰ্চা কৰোৱাটোৱেই আমাৰ মূল উদ্দেশ্য। আমাৰ ইয়াত অভিজ্ঞ প্ৰশিক্ষকৰ দ্বাৰা নিম্নলিখিত বিষয়সমূহৰ প্ৰশিক্ষণ প্ৰদান কৰা হয়:
নাটক আৰু অভিনয় (Drama & Acting)
শাস্ত্ৰীয় আৰু কণ্ঠ সংগীত (Classical & Vocal Music)
তবলা আৰু বেহেলা (Tabla & Violin)
পাশ্চাত্য সংগীত (Western Music)
অসমৰ থলুৱা বাদ্যযন্ত্ৰ (Assamese Traditional Instruments): বাঁহী, পেঁপা, ঢোল, গগনা, সুতুলী আদি।
আপোনাৰ বা আপোনাৰ সন্তানৰ উজ্জ্বল সাংস্কৃতিক ভৱিষ্যতৰ বাবে আজি আমাৰ সৈতে যোগাযোগ কৰক।

Address

Kahilipara
Guwahati
781019

Website

Alerts

Be the first to know and let us send you an email when মন-মন্দিৰ কলাকৃষ্টি, কাহিলীপাৰা, গুৱাহাটী, অসম posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category