Gauhati University Tai Ahom Student Society

Gauhati University Tai Ahom Student Society

Share

Non Profit Organisation

Photos from ARSU Unit Gauhati University's post 07/09/2024
22/08/2024

শুভেচ্ছা জ্ঞাপন কৰিলোঁ 💐

21/08/2024

গুৱাহাটী বিশ্ববিদ্যালয়ৰ নতুন উপাচাৰ্য হিচাবে দায়িত্ব গ্ৰহণ কৰা ডঃ ননী গোপাল মহন্ত ছাৰক বিশ্ববিদ্যালয় আহোম গোটৰ তৰফৰ আদৰণি জনোৱা হয়।
Gauhati University
Gauhati University

Photos from Gauhati University Tai Ahom Student Society 's post 21/08/2024

যোৱা ১৩ তাৰিখে তাই আহোম উন্নয়ণ পৰিষদে তাই আহোম যুৱক যুৱতীৰ শৈক্ষিক উন্নয়ণৰ বাবে ২০২৪-২৫ বৰ্ষৰ বাবে UPSC APSC ত অৱতীৰ্ণ হ’ব পৰাকৈ ২০২৪ চনৰ ২৩ জুন তাৰিখে প্ৰৱেশ পৰীক্ষাৰ অনুস্থিত কৰিছিলে, তাৰ পিছত ১০, ১১, আৰু ১২ জুলাইত অনুষ্ঠিত হোৱা সাক্ষাৎকাৰৰ ৰাউণ্ডৰ চূড়ান্ত ফলাফলত শীৰ্ষ ৪০ গৰাকী পৰীক্ষাৰ্থীয়ে নিজৰ যোগ্যতাৰ ফলত সফল হৈছে। তাৰ বাবে আমি গুৱাহাটী বিশ্ববিদ্যালয়ৰ টাই আহোম ছাত্ৰ সমাজৰ হৈ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জনাইছোঁ। তলত নিৰ্বাচিত প্ৰাৰ্থীৰ তালিকাখন দিয়া হৈছে।
ধন্যবাদ, তাই আহোম পেয়ং লে।

19/08/2024

আন্তৰিক অভিনন্দন 💐💐💐

Want your school to be the top-listed School/college in Guwahati?

Click here to claim your Sponsored Listing.

Location

Website

Address


Gauhati University
Guwahati
781014