19/09/2025
আমি বাকৰুদ্ধ!
আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ আকস্মিক মৃত্যু আমাৰ বাবে অসহনীয়, মৰ্মান্তিক আৰু হৃদয়বিদাৰক!
কালজয়ী শিল্পীগৰাকীৰ বিদেহ আত্মাৰ চিৰ শান্তিৰ বাবে প্ৰাৰ্থনা জনাইছোঁ।
Name- Devarshi Vidyapeeth Kamrup, Type- Private, Established- 2014, Place- Borka maniyeri, Trustee- D. Bhuyan and D. KAlita, Affiliation- SEBA,
Devarshi vidyapeeth kamrup, an educational institute at private sector is established at Borka-maniyeri near changsari. The school run by KB educational trust and local management commitee. which is dedicated to the quality education and social welfare.
19/09/2025
আমি বাকৰুদ্ধ!
আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ আকস্মিক মৃত্যু আমাৰ বাবে অসহনীয়, মৰ্মান্তিক আৰু হৃদয়বিদাৰক!
কালজয়ী শিল্পীগৰাকীৰ বিদেহ আত্মাৰ চিৰ শান্তিৰ বাবে প্ৰাৰ্থনা জনাইছোঁ।
05/09/2025
A GREAT PIECE OF ART DONE BY ONE OF OUR STUDENTS WHO READS IN CLASS X AT Devarshi vidyapeeth, Kamrup NAMED RITURAJ NATH .
05/09/2025
Happy Teacher's Day....
04/09/2025
Position holder (Senior & Junior group) of Devarshi vidyapeeth, Kamrup in the essay competition held by TATA BUILDING....
Highlights প্ৰণৱ দাস Rafiquddin Ahmed Binita Kalita Jatin Nath Barnali Deka Bhabeshkumar Nath Barsha Sharma
বিজ্ঞান আৰ্হি প্ৰদৰ্শন ।
12/06/2025
ঔম শান্তি
05/06/2025
14/04/2025
অসমৰ কৃষিপ্ৰধান সমাজত গৰুৱে পালন কৰি অহা উল্লেখনীয় ভূমিকাৰ প্ৰতি শ্ৰদ্ধা জনাই অসমীয়া সমাজে গৰু বিহু পালন কৰি আহিছে।
আজি "গৰু বিহু" ৰ শুভক্ষণত অসমীয়া প্ৰতিঘৰ লোকৰ গোহালিৰ গৰুৱে যাতে নতুন বছৰত শৰীৰত শক্তি বৃদ্ধি কৰি কৃষকক কৃষি কার্যত সহায় কৰিব পাৰে তাৰেই কামনা কৰিছোঁ।
| Monday | 8:30am - 2:15pm |
| Tuesday | 8:30am - 2:15pm |
| Wednesday | 8:30am - 2:15pm |
| Thursday | 8:30am - 2:15pm |
| Friday | 8:30am - 2:15pm |
| Saturday | 8:30am - 1pm |