Shankardev Shishu Niketan Hajongbari

Shankardev Shishu Niketan Hajongbari जय विद्या, जय संस्कृति, जय भारतमाता �

14/08/2026
21/11/2025
18/11/2025

আজিৰ অনুষ্ঠানত

শংকৰদেৱ শিশু নিকেতন হাজোংবৰীত অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ জন্ম দিনৰ দিনাখন প্ৰাচীৰ পত্ৰিকা "দোকমোকালি" উন্মোচন কৰা হয়...
18/11/2025

শংকৰদেৱ শিশু নিকেতন হাজোংবৰীত অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ জন্ম দিনৰ দিনাখন প্ৰাচীৰ পত্ৰিকা "দোকমোকালি" উন্মোচন কৰা হয় যিখন শিল্পী জুবিন গাৰ্গৰ নামত উৎসৰ্গিত। উন্মোচন কৰে নিকেতন পৰিচালনা সমিতিৰ সভাপতি মাননীয় শ্ৰীযুত নৰেশ্বৰ বসুমতাৰী দেৱে। সভাপতিৰ ভাষণত শিল্পী গৰাকীৰ সৃষ্টিৰ মাজেৰে আমাৰ মাজত সদায় থাকিব বুলি কয়।উক্ত অনুষ্ঠানত উপ প্ৰধান আচাৰ্যা মাননীয়া জুৰি দেৱীয়ে নিজৰ ভাষণ দাঙি ধৰাৰ উপৰিও প্ৰাচীৰ পত্ৰিকাৰ সম্পাদিকা মাননীয়া আচাৰ্যা শতাব্দী দত্ত বৰুৱাই সম্পাদকীয় পাঠ কৰে। আচাৰ্য অজয় কুমাৰ আচাৰ্য দ্বাৰা সঞ্চালিত অনুষ্ঠানত ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱক উপস্থিত থাকে। শেষত সমূহীয়াকৈ গোৱা " মায়াবিনি" গীতটোৰে অনুষ্ঠান সামৰা হয়।

At Pragjyotishpur University on occasion of 4th foundation day .
18/10/2025

At Pragjyotishpur University on occasion of 4th foundation day .

আচাৰ্য প্ৰশিক্ষণ বৰ্গ-২০২৩, শংকৰদেৱ বিদ্যা নিকেতন, নাৰেঙ্গী
29/07/2023

আচাৰ্য প্ৰশিক্ষণ বৰ্গ-২০২৩, শংকৰদেৱ বিদ্যা নিকেতন, নাৰেঙ্গী

যোৱা ৪জুন তাৰিখে অনুষ্ঠিত ককা-আইতা পূজন আনুষ্ঠানৰ কেইখনমান স্থিৰ চিত্ৰ
10/06/2023

যোৱা ৪জুন তাৰিখে অনুষ্ঠিত ককা-আইতা পূজন আনুষ্ঠানৰ কেইখনমান স্থিৰ চিত্ৰ

Address

Chandrapur Hajongbari
Guwahati

Website

Alerts

Be the first to know and let us send you an email when Shankardev Shishu Niketan Hajongbari posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category