প্ৰশ্ন:- শ্ৰীমন্ত শংকৰদেৱে প্ৰচাৰ কৰা ধৰ্মটোৰ নাম কি ?
ক) সনাতন ধৰ্ম
খ) কৃষ্ণগুৰু ধৰ্ম
গ) শংকৰী ধৰ্ম
ঘ) একশৰণ নামধৰ্ম✓
প্ৰশ্ন :- কোনজনা আহোম ৰজাই তলাতল ঘৰ নিৰ্মাণ কৰাইছিল ?
ক) প্ৰমত্ত সিংহই
খ) ৰুদ্ৰ সিংহই
গ) শিৱ সিংহই
ঘ) ৰাজেশ্বৰ সিংহই✓
প্ৰশ্ন :- অসমৰ সংস্কৃতিৰ ভেটি গঢ়োতা বুলি কাক কোৱা হ'য় ?
ক) মংগোলীয়সকল
খ) আৰ্যসকল✓
গ) অষ্ট্ৰিক-নিষাদসকল
ঘ) দ্ৰাবিড়সকল
প্ৰশ্ন :- পৃথিৱীৰ আটাইতকৈ ওচৰৰ গ্ৰহ কোনটো ?
ক) বুধ
খ) মঙ্গল
গ) শুক্ৰ✓
ঘ) শনি
প্ৰশ্ন :- পৃথিৱী বিখ্যাত চবি ম'নালিছা ৰ চিত্রকাৰ কোন ?
ক) মাইকেল এন্জেলো
খ) পাবলো পিকাছো
গ) লিওনাৰ্দো দ্যা ভিন্সি✓
ঘ) পল ৰুবেন্স
প্ৰশ্ন :- বায়ুত আটাইতকৈ বেছি কোনবিধ গেছ পোৱা যায় ?
ক) কাৰ্বন ডাই অক্সাইড
খ) অক্সিজেন
গ) অ'জন
ঘ) নাইট্ৰ'জেন✓
প্ৰশ্ন :- কোনটো গ্ৰীন হাউছ গেছ নহয় ?
a) নাইট্রাছ অক্সাইড
b) অক্সিজেন✓
c) মিথেন
d) কার্বন ডাই অক্সাইড
প্ৰশ্ন :- ছিপাহী বিদ্ৰোহ কেতিয়া হৈছিল ?
ক) 1526
খ) 1764
গ) 1857✓
ঘ) 1757
Q :- The Great Bath of Indus Valley civilisation is found at ?
A) Harappa
B) MohenjoDaro✓
C) Ropar
D) Kalibangan
প্ৰশ্ন :- ইতিহাস প্ৰসিদ্ধ মহাভৈৰৱ মন্দিৰ
কোনে নিৰ্মান কৰাইছিল ?
ক) নৰক ৰজাই
খ) বাণ ৰজাই✓
গ) ভগদত্ত ৰজাই
ঘ) ভীস্মক ৰজাই
Q:- The "city of Eastern Astrology" was ?
A) Harupeswar
B) Sri Durjaua
C) Tezpur
D) Pragjyotishpur✓
প্রশ্ন-পূথিবীৰ মানচিত্র প্রথম কোনে অঙ্কন কৰিছিল ?
ক) টলেমি
খ) আনাকছিমান্ডাৰ✓
গ) কপাৰনিকাচ
ঘ) গেলিলিও
The Constitution of India is divided into how many parts ?
A) 22 parts✓
B) 23 parts
C) 24 parts
D) 25 parts
প্ৰশ্ন : ভাৰতৰ কোনখন ৰাজ্যৰ জনসংখ্যা আটাইতকৈ কম ?
ক) গোৱা
খ) অৰুনাচল প্ৰদেশ
গ) চিকিম✓
ঘ)মিজোৰাম
প্ৰশ্ন :- প্ৰথম অসমীয়া শিশু চলচ্চিত্ৰখনৰ নাম কি ?
ক) ভাইটি
খ) অবুজ বেদনা✓
গ) মমতা
ঘ) কুশল
Q:- অসমৰ প্ৰথম অসমীয়া দৈনিক বাতৰি কাকতখন কি ?
ক) অৰুণোদই
খ) দৈনিক জনমভূমি
গ) দৈনিক বাতৰি✓
ঘ) নীলাচল
প্ৰশ্ন:- কোনজন আহোম ৰজাক "বামুণী কোঁৱৰ" বুলি জনা যায় ?
ক) ছুহুংমুং
খ) ছুবিনফা
গ) ছুজুংফা
ঘ) ছুদাংফা✓
Q:- One of the animals was widely used in wars in ancient Assam.It was
A) Camel
B) Elephant✓
C) Dog
D) Buffalo
প্ৰশ্ন :- তলৰ কোনটো গ্ৰহক নীল গ্ৰহ বুলি কোৱা হ'য় ?
ক) শুক্ৰ
খ) বুধ
গ) পৃথিৱী✓
ঘ) ইউৰেনাচ
প্ৰশ্ন :- মহাত্মা গান্ধীয়ে ভাৰত ত্যাগ আন্দোলন ( Quit India Movement ) কেতিয়া আৰম্ভ কৰিছিল ?
ক) 1940 চনত
খ) 1942 চনত✓
গ) 1930 চনত
ঘ) 1920 চনত
প্ৰশ্ন:- ৰাষ্ট্ৰসংঘ (United Nations) কেতিয়া গঠন হৈছিল ?
ক) আগষ্ট 9, 1944
খ) অক্টোবৰ 24, 1944
গ) জানুৱাৰী 10, 1945
ঘ) অক্টোবৰ 24, 1945✓
পৃথিৱীৰ আটাইতকৈ সৰু মহাদেশ (continent) কোনখন ?
ক) এছিয়া
খ) আফ্ৰিকা
গ) অষ্ট্ৰেলীয়া/ওছেনিয়া✓
ঘ) ইউৰোপ
প্ৰশ্ন:- সূৰ্যৰ ৰশ্মি পৃথিৱী পাবলৈ কিমান সময় লাগে ?
ক) গড়ে ৯ মিনিট ১০ ছেকেন্ড
খ) গড়ে ৮ মিনিট ২০ ছেকেন্ড✓
গ) গড়ে ৭ মিনিট ১৫ ছেকেন্ড
ঘ) গড়ে ১০ মিনিট ২০ ছেকেন্ড
প্ৰশ্ন :- হিন্দু ধর্মৰ আটাইতকৈ পুৰনি মহাকাব্যখনৰ নাম কি ?
ক) মহাভাৰত
খ) ৰামায়ণ ✓
গ) মহাভাষ্য
ঘ) অষ্টধায়ী
কোনজন আহোম ৰজাৰ দিনত ৰংঘৰ বনোৱা হৈছিল ?
ক) ৰুদ্ৰ সিংহ
খ) শিৱ সিংহ
গ) ৰাজেশ্বৰ সিংহ
ঘ) প্ৰমত্ত সিংহ✓
Q:- MS Word is an example of
A) An operating system
B) A Processing device
C) Application software✓
D) Input device
প্ৰশ্ন:- ভাৰতৰ শেষ মোগল সম্ৰাট কোন আছিল ?
ক) ২য় ছাহ আলম
খ) ২য় বাহাদুৰ ছাহ✓
গ) ২য় বাজীৰাও
ঘ) ঔৰংজেৱ
Q:- which one of the following is not an official language of the United Nations ?
A) Arabic
B) Spanish
C) Chinese
D) Portuguese✓
প্ৰশ্ন :- আলোকবৰ্ষ কিহৰ একক ?
ক) সময়
খ) পোহৰ
গ) দূৰত্ব✓
ঘ) বিদ্যুত প্ৰৱাহ
বৰ্ত্তমান বাতৰিৰ শিৰোনামা দখল কৰা বিশ্ব স্বাস্হ্য সংস্হা (WHO) ৰ প্ৰধান কাৰ্যলয় ক'ত ?
ক) পেৰিচত
খ) নিউয়ৰ্কত
গ) ৰোমত
ঘ) জেনেভাত✓
পৃথিৱীৰ আটাইতকৈ দীঘল নদী ?
ক) আমাজন
খ) নীল ✓
গ) ব্ৰহ্মপুত্ৰ
ঘ) ভ'ল্গা
আন্তৰাষ্ট্ৰীয় ন্যায়বিচাৰ আদালত ( International Court of Justice ) ৰ প্ৰধান কাৰ্যালয় ক'ত অৱস্হিত ?
ক) দা হ'গ, নেডাৰলেন্ড (The Hague, Netherlands)✓
খ) জেনেভা,ছুইজাৰলেন্ড(Geneva, Switzerland)
গ) নিউয়ৰ্ক, আমেৰিকা(New York, America)
ঘ) লন্ডন, ইউনাইটেড কিংডম(London, United Kingdom)
প্ৰশ্ন :-অসমৰ পৰা ৰাজ্যসভাৰ সদস্য কিমানজন হ'ব পাৰে ?
ক) ১৪ জন
খ) ১২ জন
গ) ৫ জন
ঘ) ৭ জন✓
Q:- ছাৰ্ক (SAARC) ৰ মূখ্য কাৰ্যালয় ক'ত ?
ক) ঢাকা
খ) নতুন দিল্লী
গ) কাঠমান্ডু✓
ঘ) জাকাৰ্তা
IN which year was the first asion game's held at New Delhi;
A) 1951✓
B) 1950
C) 1954
D) 1953
The longest river of peninsular india in;
(1) Narmada
(2) Cauvery
(3) Godavari ✓
(4) Mahanadi
বৈদ্যুতিক চাকিৰ আবিস্কাৰক গৰাকীৰ নাম কি?
1.চাৰ আইজাক নিউটনৰ
2.থমাছ আলভা এডিছন✓
3.মাইকেল ফৰাডে
4.জগদীশ চন্দ্ৰ বসু।
নামঘোষা কাৰ দ্বাৰা ৰচিত ?
ক) শ্ৰীমন্ত শংকৰদেৱ
খ) মাধৱকন্দলি
গ) মাধবদেৱ✓
ঘ) হৰিদেৱ
Q:- পৃথিৱীৰ আটাইতকৈ ডাঙৰ মৰুভূমি কোনখন ?
ক) থৰ
খ) গোবি
গ) ছাহাৰা✓
ঘ) ওপৰৰ এটাও নহয়
Q :- অসমৰ লোকসভাৰ আসন কেইখন ?
ক) ১২৬ খন
খ) ১৪ খন✓
গ) ১৬ খন
ঘ) ১২ খন
'"আকবৰনামা"' কোনে লিখিছিল ?
ক) আকবৰ
খ) আবদুল কাদিৰ বাদাওনি
গ) ফিৰিস্তা
ঘ) আবুল ফজল
ৰাষ্ট্ৰপতিয়ে ৰাজ্যসভালৈ কেইজন সদস্য নিৰ্বাচিত কৰি পঠাব পাৰে ?
ক) ১৮ জন
খ) ৮ জন
গ) ১২ জন✓
ঘ) ২০ জন
The ancient name of Delhi was..
a) Indraprastha✓
b) Shahjahanabad
c) Hastinapur
d) None of the above
Q:- The great bath of Indus valley civilisation is found at ?
A) Harappa
B) MohenjoDaro✓
C) Ropar
D) Kalibangan
Who is popularly called as the Iron Man of India?
A) Subhash Chandra Bose
B) Sardar Vallabhbhai Patel✓
C) Jawaharlal Nehru
D) Govind Ballabh Pant
বিধান সভাৰ অধ্যক্ষক কোনে নিৰ্বাচন কৰে ?
ক) বিধান সভাৰ সদস্যসকলে✓
খ) ৰাজ্যপালে
গ) মুখ্যমন্ত্রীয়ে
ঘ) উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে
অসমৰ প্ৰথম ৰাজ্যপাল কোন আছিল ?
ক) গোপীনাথ বৰদলৈ
খ) ছাৰ আকবৰ হাইদৰী
গ) বিষ্ণুৰাম মেধি✓
ঘ) জগদীশ মুখি
ইন্ডিকা ( Indica ) কোনে লিখিছিল ?
ক) কৌটিল্য
খ) মেগাস্হিনিচ✓
গ) চেলুকাছ
ঘ) আনন্দ
ভাৰতৰ আটাইতকৈ দীঘল নদী ?
ক) ব্ৰহ্মপুত্ৰ
খ) গংগা✓
গ) গোদাবৰী
আহোম যুগৰ অামোদজনক আৰু জনপ্ৰিয় খেলবিধৰ নাম কি ?
A) ম'হ যুঁজ✓
B) কণী যুঁজ
C) শেন যুঁজ
D) মল্ল যুঁজ
পৃথিৱীৰ বৃহত্তম দেশ কোনখন ?
ক) ভাৰত
খ) ৰাছিয়া✓
গ) চীন
ঘ) কানাডা
গিবন অভয়াৰন্য কোন জিলাত ?
ক) চিৰাং
খ) কোকৰাঝাৰ
গ) যোৰহাট✓
ঘ) ডিব্ৰুগড়
উমৰাংছু উদ্যোগিক নগৰখন ক'ত অৱস্হিত ?
ক) কাৰ্বি আংলংত[
খ) নগাঁৱত
গ) উত্তৰ কাছাৰত
ঘ) মেঘালয়ত
Q: 1) গায়ত্ৰী মন্ত্ৰ কোনখন বেদত লিখা হৈছিল ?
ক) ঋক বেদ✓
খ) যযুৰ বেদ
গ) শাম বেদ
ঘ) অথৰ্ব বেদ
Q 4) কোন কোন দেশৰ লগত অসমৰ আন্তৰাষ্ট্ৰীয় সীমা যুক্ত হৈ আছে ?
ক) চীন আৰু ৰাছিয়া
খ) নেপাল আৰু ভূটান
গ) ভূটান আৰু বাংলাদেশ✓
ঘ) চীন আৰু বাংলাদেশ
Q 3:-অসমখন কেতিয়া বৃটিছৰ অধীনত গৈছিল ?
ক) ১৮২৪
খ) ১৮২২
গ) ১৮২৬✓
ঘ) ১৮১৭
অৰুণোদয়ৰ প্ৰথম সম্পাদক কোন আছিল ?
ক) চন্দ্ৰ কুমাৰ আগৰৱালা
খ) লক্ষ্মীনাথ বেজবৰুৱা
গ) নাথান ব্ৰাউন✓
ঘ) মাইল্চ ব্ৰনছন
গ্ৰেন্ড ওল্দ মেন অফ ইন্দিয়া (Grand old man of India)বুলি কাক জনা যায় ?
ক) মহাত্মা গান্ধী
খ) জৱহৰলাল নেহৰু
গ) দাদাভাই নাওৰাজী✓
ঘ) লাল বাহাদুৰ শাস্ত্রী
21 days GK Mela :- Participate & Share
Q 2) Who among the following was the pioneer of Yoga ?
A) Patanjali✓
B) Banabhatta
C) Atreya
D) Vrudukanta
Q :- অৰ্জুন বটা পোৱা অসমৰ খেলুৱৈ কোনজন ?
ক) বিদ্যুত গোস্বামী
খ) ভোগেশ্বৰ বৰুৱা✓
গ) বিটোপন শইকীয়া
ঘ) মনালিচা বৰুৱা মেহতা
How many bridge over the Brahmaputra river ?
A. 4
B. 5
C. 6✓
D.9
প্ৰঃ CNG ৰ সম্পূণ নাম কি?
(a) Compound Natural Gas
(b) Compressed Natural Gas✓
(c) Common Natural Gas
(d) None of these
প্ৰঃ নেতাজী সুভাষচন্দ্ৰ বসু আন্তজাৰ্তিক বিমান বন্দৰ ক'ত অৱস্থিত?
(ক) দিল্লী
(খ) মুম্বাই
(গ) কলকাতা✓
(ঘ) মাদ্ৰাজ
প্ৰঃ1957 চনৰ 4 অক্টোবত ৰাছিয়াৰে মহাকাশত স্থাপন কৰা উপগ্ৰহটোৰ নাম কি?
(a) এক্সপ্ল'ৰাৰ-1
(b) স্পুটনিক-1✓
(c)এপ'ল'
(d) আৰ্যভট্ট
প্ৰঃ এছিয়া মহাদেশৰ উপকূলৰ দৈঘ্য কিমান?
(a) 58,000 km✓
(b) 68,000 km
(c) 78,000 km
(d) এটাও নহয়।
Q:NREGA ৰ সম্পূৰ্ণ নাম-
(a) National Rural Employment Guarantee Act✓
(b) National Rural Employment Generation Act
(c) National Rural Education Guarantee Act
(d) এটাও নহয়।
প্ৰঃ প্ৰথম অসমীয়া আধুনিক নাটকখনৰ নাম কি?
(১) ৰাম-নৱমী ✓
(২) বীণ বৰাগী
(৩) ভানুমতি
(৪) মিৰি জীয়ৰী
Q: দুষ্প্ৰাপ্য বা Rare প্ৰাণী মানে কি?
(ক) লুপ্তপ্ৰায় ✓
(খ) বিপন্ন
(গ) লুপ্ত
(ঘ) বিশেষ ঠাইত পোৱা প্ৰাণী
প্ৰঃ জৱাহৰলাল নেহৰুৰ সমাধিস্থলৰ নাম কি?
(১) ৰাজঘাট
(২) একতা স্থল
(৩) শান্তিবন ✓
(৪) বীৰভূমি
প্ৰঃ মিজোৰামৰ ৰাজধানীৰ নাম কি?
(১) ইম্ফল
(২) আইজল ✓
(৩) কহিমা
(৪) ইটানগৰ
প্ৰঃ দিল্লী কোনখন নদীৰ পাৰত অৱস্থিত?
(ক) গংগা
(খ) যমুনা ✓
(গ) গোদাবৰী
(ঘ) হুগলী
প্ৰঃ অসমত নদী গৱেষণা কেন্দ্ৰ ক'ত আছে?
(ক) ধেমাজী
(খ) গুৱাহাটী✓
(গ) যোৰহাট
(ঘ) মাজুলী
প্ৰঃ লোকসভা আৰু ৰাজ্যসভাৰ যুটীয়া বৈঠকত সভাপতিত্ব কৰে-
(a) ৰাষ্ট্ৰপতি
(b) প্ৰধানমন্ত্ৰী
(c) লোকসভাৰ অধ্যক্ষ ✓
(d) উপ-ৰাষ্ট্ৰপতি
প্ৰঃ কৌটিল্যৰ 'অৰ্থশাস্ত্ৰ' নামৰ গ্ৰন্থখন কি বিষয়ক গ্ৰন্থ?
(১) চিকিৎসা বিষয়ক
(২) ৰাজনীতি বিষয়ক✓
(৩) বুৰঞ্জী বিষয়ক
(৪) অৰ্থনীতি বিষয়ক
প্ৰঃ তলৰ কোনখন নদীক চীনৰ চকুলো বোলা হয়?
(১) ইয়াং জি
(২) হোৱাংহো ✓
(৩) আমুৰ
(৪) চালৱিন
প্ৰঃ গাঁও পঞ্চায়তৰ সদস্য সংখ্যা হ'ল-
(a) 8
(b) 10✓
(c) 12
(d) 2
প্ৰঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 2019-20 বৰ্ষটো কি বৰ্ষ হিচাপে ঘোষণা কৰিছে?
(ক) ৰাষ্ট্ৰীয়বাদ
(খ) স্বচ্ছতা
(গ) প্ৰযুক্তি নিৰ্মাণ✓
(ঘ) সন্ত্ৰাহবাদৰ পৰা সুৰক্ষা
প্ৰঃ সংবিধানৰ কোনটো অনুচ্ছেদ অনুসৰি ৰাজ্যপালে মুখ্যমন্ত্ৰী আৰু অন্যান্য মন্ত্ৰীসকলক নিয়োগ কৰে---
(A) 165
(B) 154
(C) 164✓
(D) 151
প্ৰঃ "খেৰা" অসমৰ কোনটো জনগোষ্ঠীৰ উৎসৱ?
(১) বড়ো ✓
(২) ৰাভা
(৩) হাজং
(৪) কাৰ্বি
Q. Who has been appointed as judge of Odisha High Court?
A. Virendra Nath Dutt
B. Savitri Ratho✓
C. Anil Valluri
D. None of these
Q: Mintu lives .......England.
(1) at
(2) in✓
(3) on
(4) near
Q: RAM ৰ সম্পূৰ্ণ নাম হৈছে-
(1) Random Acces Memory✓
(2) Read only Memory
(3) Read and Memory
(4) Read about Memory
প্ৰঃ আটাইতকৈ সৰু পূণসংখ্যা হ'ল-
(a) 1
(b) 0✓
(c) 2
(d) এটাও নহয়।
Q:Extreme old age when a man behaves like a fool.
(1) Senility
(2) Superannuation
(3) Dotage✓
(4) Imbecility
প্ৰঃ অসম আৰক্ষীৰ বৰ্তমান সঞ্চালকপ্ৰধান(DGP) জনৰ নাম কি?
(ক) কূলধৰ শইকীয়া
(খ) ভাস্কৰজ্যোতি মহন্ত✓
(গ) মুকেশ সহাই
(ঘ) জ্যোতিৰ্ময় চক্ৰৱৰ্তী
প্ৰঃ ড°ভূপেন হাজৰিকাক "সুধাকণ্ঠ" বুলি কোনে বিভূষিত কৰিছিল?
(১) জ্যোতি প্ৰসাদ আগৰৱালা
(২) আনন্দ চন্দ্ৰ বৰুৱা ✓
(৩) ইন্দিৰা গোস্বামী
(৪) ভবেন্দ্ৰ নাথ শইকীয়া
প্ৰঃ তলৰ কোনখন শ্বেত-চহৰ হিচাপে খ্যাত?
(১) থাইলেণ্ড
(২) বেলগ্ৰেত✓
(৩) লাছা
(৪) বাহৰেইন
প্ৰঃআন্তৰ্জাতিক ধান গৱেষণা কেন্দ্ৰটো ক'ত অৱস্থিত?
(১) চীন
(২) ফিলিপাইন ✓
(৩) ইণ্ডোনেছিয়া
(৪) ভাৰত
প্ৰঃ তেজপুৰত থকা বিমান বন্দৰটোৰ নাম কি?
(১) মোহনবাৰী
(২) লীলাবাৰী
(৩) শালনিবাৰী ✓
(৪) ৰৰৈয়া
প্ৰঃ মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠা কোনে কৰিছিল?
(১) বাবৰ ✓
(২) হুমায়ুন
(৩) আকবৰ
(৪) চেৰছাহ
প্ৰঃ কোনটো গ্ৰহৰ কোনো উপগ্ৰহ নাই?
(১) ইউৰেনাছ
(২) শুক্ৰ✓
(৩) শনি
(৪) এটাও নহয়।
প্ৰঃ ইজৰাইলৰ সংসদ টোৰ নাম কি?
(a) পাৰ্লিয়ামেণ্ট
(b) নেছেট✓
(c) নেচনেল এছেমব্লি
(d) মছলিছ
প্ৰঃ 'অসমীয়া' ভাৰতৰ সংবিধানৰ কোনটো অনুসূচীত উল্লেখিত ভাষাবিলাকৰ এটা-----
(১) ষষ্ঠ
(২) সপ্তম
(৩) অষ্টম ✓
(৪) নৱম
প্ৰঃ 2020 বৰ্ষৰ অস্কাৰ বটাঁ লাভ কৰা শ্ৰেষ্ঠ চিনেমাখনৰ নাম কি?
(a) Green book
(b) Joker
(c) Parasite✓
(d) B**g Jun ho
Q: The Synonyms of "Go" is-
(1) Report
(2) Live
(3) Send
(4) Leave✓
প্ৰঃ মহাত্মা গান্ধীয়ে কাক "দেশ প্ৰেমিকৰ দেশ প্ৰেমিক" বুলি আখ্যা দিছিল?
(১) জৱাহৰলাল নেহৰু
(২) সুভাষ চন্দ্ৰ বস✓
(৩) কুশল কোঁৱৰ
প্ৰঃ ভাৰতবৰ্ষত সৰ্বাধিক প্ৰচলিত ভাষাটো কি?
(a) অসমীয়া
(b) উড়িয়া
(c) তেলেগু✓
(d) বেংগলী
প্ৰঃ মেংগানিজ উৎপাদনত ভাৰতৰ স্থান পৃথিৱীৰ ভিতৰত কিমান ?
(১) প্ৰথম
(২) তৃতীয় ✓
(৩) সপ্তম
(৪) দশম
প্ৰঃ কোনটো গ্ৰহক সেউজীয়া গ্ৰহ বুলি কোৱা হয়?
(১) পৃথিৱী
(২) ইউৰেনাছ✓
(৩) শুক্ৰ
(৪) বুধ
প্ৰঃ অসমৰ আঞ্চলিক মুগা গৱেষণা কেন্দ্ৰ ক'ত আছে?
(a) তিতাবৰ
(b) বকো(মিৰ্জা)✓
(c) ঢকুৱাখানা
(d) গুৱাহাটী
প্ৰঃবৰ্তমান অসমৰ বিত্তমন্ত্ৰী কোন?
(a) ড°হিমন্ত বিশ্ব শৰ্মা ✓
(b) সৰ্বানন্দ সোণোৱাল
(c) অতুল বৰা
(d) এজনো নহয়।
প্ৰঃ সোণালী বান্দৰৰ বাবে বিখ্যাত অভয়াৰণ্য হ'ল-
(a) বৰনদী
(b) চক্ৰশিলা ✓
(c) আমচাং
(d) পবিতৰা
প্ৰঃ অষ্ট্ৰেলীয় অঞ্চলত উৎপত্তি হোৱা ঘূৰ্ণীবতাহৰ নাম কি?
(a) উইলি উইলি (W***y W***y)✓
(b) মুইফা (Muifa)
(c) টাইফুন (Typhoon)
(d) হাৰিকেন (Hurricane)
প্ৰঃআন্দামান আৰু নিকোবৰৰ মাজত থকা আন্তৰ্জাতিক সীমান্ত ৰেখাডালৰ নাম কি?
(a) 9 ডিগ্ৰী চেনেল
(b) মেনাৰহেম লাইন
(c) 10 ডিগ্ৰী চেনেল ✓
(d) 38 তম পেৰেলেল লাইন
Q:The antonyms of "Prolific" is -
(1) Controversal
(2) Barren✓
(3) Wise
(4) Unfocused
প্ৰঃ গুজৰাটৰ ৰাজধানী কি?
(ক) ৰাঁচি
(খ) গান্ধীনগৰ ✓
(গ) ভূপাল
(ঘ) পাটনা
প্ৰঃ নোবেল বটাঁ কিমান তাৰিখে প্ৰদান কৰা হয়?
(ক) ১ জানুৱাৰী
(খ) ১০ ডিচেম্বৰ ✓
(গ) ৫ জুন
(ঘ) ২৪ অক্টোবৰ
প্ৰঃ সূৰ্য মন্দিৰ ক'ত আছে?
(a) মহাৰাষ্ট্ৰ
(b) উৰিষ্যা ✓
(c) ৰাজস্থান
(d) কৰ্ণাটক
প্ৰঃ ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথে কোনদুখন ঠাই সংযোগ কৰিছে?
(১) বদৰপুৰ-ছিলং
(২) মাকুম-লেখাপানী ✓
(৩) বাইহাটা চাৰিআলি-জোনাই
(৪) নগাঁও-ডিমাপুৰ
প্ৰঃ কিমান চনত ৰাষ্ট্ৰসংঘই ২১ জুন তাৰিখটো আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে ঘোষণা কৰিছে?
(a) 2016
(b)2015✓
(c) 2017
(d)1999
Q.The antonyms of "EDGE"is-
(a) Blunt
(b) Beginning
(c) Indoors
(d) Interiors✓
Q: The synonyms of 'CONFESS' is-
(a) Admit✓
(b) Order
(c) Meek
(d) Comprise
প্ৰঃ দক্ষিণ মেৰুত আনুষ্ঠানিকভাৱে মুকলি কৰা গবেষণাৰ কেন্দ্ৰটোৰ নাম কি?
(১) ভাৰতী✓
(২) অগ্নি
(৩) পূণিমা-১
(৪) জাৰলিনা
প্ৰঃ ভাৰতবৰ্ষৰ পশ্চিমে কি দেশ আছে?
(১) বাংলাদেশ
(২) ভূটান
(৩) পাকিস্তান ✓
(৪) নেপাল
প্ৰঃ ভাৰত মহাসাগৰত অৱস্থিত বিদেশী ৰাষ্ট্ৰখন হ'ল-----
(1) নেপাল
(2) বাংলাদেশ
(3) শ্ৰীলংকা
(4) মালদ্বীপ✓
প্ৰঃ ভাৰতৰ বৰ্তমানৰ ৰাষ্ট্ৰপতি ৰামনাথ গোবিন্দ কিমানতম ৰাষ্ট্ৰপতি?
(১) ১৪ তম ✓ (২) ১৩ তম
(৩) ১৫ তম (৪) ১৭ তম
প্ৰঃস্বাধীন ভাৰতৰ প্ৰথম গৃহমন্ত্ৰী কোন আছিল?
(১) বল্লভ ভাই পেটেল ✓
(২) দাদাভাই নৌৰ্জি
(৩) দেৱকান্ত বৰুৱা
(৪) বিপিন চন্দ্ৰ পাল
A.POQ,SRT,VUW,?
A.XYZ.
B.XZY
C.YXZ✓
D.YZX
প্ৰঃ একটকীয়া নোটত চহী থাকে-
(a) বিত্তমন্ত্ৰালয়ৰ সচিব ✓
(b) ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াৰ গৰ্ভনৰ
(c) বিত্ত মন্ত্ৰী
(d) এটাও নহয়।
প্ৰঃ বায়ুত সৰ্বোচ্চ অনুপাতত থকা গেছবিধ হ'ল---
(a) মিথেন
(b) নাইট্ৰ'জেন✓
(c) অক্সিজেন
(d) কাৰ্বন-ডাই-অক্সাইড
Q.What is the number of Schedules in Constitution of India?
[A] 8
[B] 10
[C] 11
[D] 12✓
প্ৰঃ মহাত্মা গান্ধীৰ মৃত্যুত কোনে কৈছিল,"None will believe that a man life this body and soul ever walked on this earth?"
(a) লিও টলষ্টয়
(b) এলবাৰ্ট আইনষ্টাইন ✓
(c) বাট্ৰাণ্ড ৰাছেল
(d) জৱাহৰলাল নেহৰু
প্ৰঃ ভাৰতৰ জাতীয় আয় গণনা কৰা সংস্থাটোৰ নাম কি?
(a) Central Statistical Organisation✓
(b) Planning Commission
(c) National Sample Survey Organisation
(d) NITI
Q.In which year Assamese film Halodhia Choraye Baodhan Khai wins the Silver and Bronze Leopard Award in Locarno International Film Festival?
(A) 1987
(B) 1988✓
(C) 1989
(D) 1990
প্ৰঃমাজুলীৰ ভিতৰত একমাত্ৰ নদীখনৰ নাম কি?
(১) খেৰকটীয়া
(২) চাৰিকৰীয়া
(৩) সোৱণশিৰি
(৪) টুনী✓
General Knowledge & All Current Affairs
The page where u got to know something that is important to your exam point of view even if you are a social media addictive�
Q. Which is the 1st country in the world to complete the human trial of Corona vaccine?
16/07/2020
Important Hoi 😊 aahi jabo pare Exam t
তলৰ কোনটো কোম্পানীয়ে ভাৰতীয় বায়ু সেনা বাহিনীক ৫ খন এপাচে হেলিকপ্তাৰ হস্তান্তৰ কৰিছে ?
ক) ডাচল্ট
খ) লুকহেড মার্টিন
গ) জেনেৰেল ইলেক্ট্রিক
ঘ) বয়িং
Want your school to be the top-listed School/college in Guwahati?
Click here to claim your Sponsored Listing.
Click here to claim your Sponsored Listing.
Location
Category
Website
Address
Guwahati
781001