মোনছেৰ আলী মেমোৰিয়েল একাডেমী, আৰিকাটি

  • Home
  • India
  • Guwahati
  • মোনছেৰ আলী মেমোৰিয়েল একাডেমী, আৰিকাটি

মোনছেৰ আলী মেমোৰিয়েল একাডেমী, আৰিকাটি MAMA

12/08/2026

#মোনছেৰ আলী মেমোৰিয়েল একাডেমীৰ ২০২৬-২৭ বৰ্ষৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনৰ ভোট গণনা সমাপ্ত কৰি ৰাকিবুল হুছেইনক সাধাৰণ সম্পাদক হিচাপে জয়ী বুলি ঘোষণা কৰা হ'ল।

12/08/2026

#মোনছেৰ আলী মেমোৰিয়েল একাডেমীৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনৰ ভোট গ্ৰহণ সমাপ্ত হ'ল।

 #মোনছেৰ আলী মেমোৰিয়েল একাডেমীৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিল কৰা মুহুৰ্তত। বুধবাৰ অৰ্থাৎ ১২/০৮/২...
10/08/2026

#মোনছেৰ আলী মেমোৰিয়েল একাডেমীৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিল কৰা মুহুৰ্তত। বুধবাৰ অৰ্থাৎ ১২/০৮/২০২৬ইং তাৰিখত ৰাতিপুৱা ৮বজাৰ পৰা ভোট গ্ৰহণ আৰম্ভ হ'ব।

18/02/2026

মনছেৰ আলী মেমৰিয়েল একাডেমীৰ ছাত্ৰ ছাত্ৰী সকলে মায়াবিনি গীত পৰিৱেশন কৰা মূহুৰ্ত।

26/01/2026

📌আজি ৭৭ সংখ্যক গণৰাজ্য দিৱস। মোনছেৰ আলী মেমোৰিয়েল একাডেমী ৰ তৰফৰ পৰা সকলোলৈকে গণৰাজ্য দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ লগতে আমাৰ একাডেমীৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী নুৰীছালমা ৰ এটি চমু ভাষণ । ধন্যবাদ

06/11/2025

Celebrating my 3rd year on Facebook. Thank you for your continuing support. I could never have made it without you. 🙏🤗🎉

22/09/2025

মৰমৰ ছাত্ৰ ছাত্ৰী সকল
হিয়াৰ আমঠু জনপ্ৰিয় শিল্পী জুবিন গাৰ্গ দেৱৰ অন্ত্যেষ্টিক্ৰিয়া 23 চেপ্তেম্বৰ/25 অৰ্থাৎ মঙ্গলবাৰে সোনাপুৰত অনুষ্ঠিত হ'ব।
গতিকে তেখেতৰ প্ৰতি সন্মান জনাই অসমৰ সকলো পৰ্যায়ৰ অনুষ্ঠান প্ৰতিষ্ঠান বন্ধ থাকিব। সেই বাবেই 22-9-2025 আৰু 23-9-2025 ইংৰাজী তাৰিখৰ পৰীক্ষা বাতিল কৰা হৈছে। পৰবৰ্তী নিৰ্দেশনা আহিলে ৰৈ যোৱা পৰীক্ষাৰ দিন বাৰ জনাই দিয়া হ'ব আৰু বাকী পৰীক্ষা সমূহ ৰুটিন মতে যি পৰীক্ষা আছে সেই মতে পৰীক্ষা অনুষ্ঠিত হ'ব।

04/09/2025

মোনছেৰ আলী মেমোৰিয়েল একাডেমীৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনৰ ভোট গণনা চলি থকা মুহূৰ্তত ।

#তাৰিখ ০৪/০৯/২০২৫

Address

Panikhaiti
Guwahati
781136

Website

Alerts

Be the first to know and let us send you an email when মোনছেৰ আলী মেমোৰিয়েল একাডেমী, আৰিকাটি posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share