Polestar Educational Hub

Polestar Educational Hub Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Polestar Educational Hub, Education, 781101, Guwahati.

বিশ্ব পৰিৱেশ দিৱস শুভেচ্ছা থাকিল😇❤️
05/06/2022

বিশ্ব পৰিৱেশ দিৱস শুভেচ্ছা থাকিল😇❤️

  💐💐💐
13/03/2022

💐💐💐

04/09/2021

ইমান বোৰ নিয়ম যদি সকলোৰে বাবে সমান হল হৈ 😞 ৷ চৰকাৰ খনলৈ আহ্বান ছাত্ৰ-ছাত্ৰী বোৰক অলপ সকাহ দিয়ক ৷ মানসিকভাৱে সকলো ভাগি পৰিছে চৰকাৰৰ এইবোৰ নিয়ম দেখি দেখি ৷ ৷

27/04/2021

Polestar Educational Hubৰ জৰিয়তে আপোনালোকে কৰ’না মহামাৰীৰ এনে আতংকময় পৰিৱেশৰ সময়ত আৰ্থিক ভাৱে দৰিদ্ৰ ছাত্ৰ-ছাত্ৰী সহায়ৰ বাবে সহায় কৰিব পাৰে ৷৷
আপোনাৰ ক্ষুদ্ৰ সহায় সঠিক ঠাইলৈ লৈ যোৱাৰ দায়িত্ব আমাৰ ৷ কিয়নো আপোনালোকৰ সহায় অবিহনে আমি শূণ্য 🙏🙏🙏
(contact no÷9365607105)
{ইচ্ছুক ব্যক্তিয়ে কিতাপ, বহী, কলম, লগতে বিভিন্ন সামগ্ৰীৰে আমাক কৃতাৰ্থ কৰিব পাৰে }
For paytm= Upi id, amir44@paytm
Phonepay=Upi id,9365607105@ybl
[Thanks]

আপোনাৰ ক্ষুদ্ৰ সহায়ে কাৰোবাৰ মুখত হাহিঁ আনিব পাৰে ৷ 🙏
12/04/2021

আপোনাৰ ক্ষুদ্ৰ সহায়ে কাৰোবাৰ মুখত হাহিঁ আনিব পাৰে ৷ 🙏

বহুদিনে মনত পুহি ৰখা এটা সপোনক বাস্তৱ ৰূপ দিবলৈ গৈ আছো ৷ মনত যথেষ্ট ব্যতিক্ৰমী ইতিবাচক চিন্তাৰ সৃষ্টি হৈ আছে গতিকে এইবাৰ...
11/04/2021

বহুদিনে মনত পুহি ৰখা এটা সপোনক বাস্তৱ ৰূপ দিবলৈ গৈ আছো ৷ মনত যথেষ্ট ব্যতিক্ৰমী ইতিবাচক চিন্তাৰ সৃষ্টি হৈ আছে গতিকে এইবাৰ চিন্তাবোৰ বাস্তব কৰিম ৷ বিভিন্ন স্তৰৰ ছাত্ৰ-ছাত্ৰী সকল বিভিন্ন ধৰণৰ চৰকাৰী আচনিৰ পৰা বঞ্চিত হৈ থকা আমাৰ চকুত পৰি আছে আমি নিজেও বঞ্চিত হৈছিলোঁ একমাত্ৰ সঠিক সময়ত আভাস নোপোৱাৰ বাবে কিন্তু এইবাৰ আমি সক্ৰিয় ছাত্ৰ-ছাত্ৰীৰ প্ৰতিটো প্ৰাপ্য তেওলোকৰ ওচৰলৈ আমি লৈ যাম ৷ আৰম্ভণি নিশ্চিত ভাৱে ক্ষুদ্ৰ হব কিন্তু সীমাহীন আৰু বিশাল হব পাছৰ পৰ্যায় ৷ আশা কৰিম সকলোৱে সহায় সহযোগিতা কৰিব বুলি ৷ কিবা এটা কৰাৰ হেপাঁহ আছে গতিকে চেষ্টা নিশ্চয়কৈ কৰিম ৷ আমাৰ ইচ্ছা কৃত্ৰিম ঢৌ নহয় সাগৰৰ ঢৌ হবৰ হে ৷৷😇🙏💐

Address

781101
Guwahati
781101

Website

Alerts

Be the first to know and let us send you an email when Polestar Educational Hub posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category