Upashana's Nrityangan Guwahati

Upashana's Nrityangan Guwahati

Share

I Upasana Mahanta,brings you to the world of dance through my page "Jhankar Nrityangan" which is also a classical dance Institute established in the year 2003.

The main aim of "Jhankar Nrityangan" is to connect you to the vast universe of Dance.

Photos from Upashana's Nrityangan Guwahati's post 21/08/2025

It's a moment of great satisfaction and pride for me to see that my senior Shishyas have achieved the recognition as "B Grade" dance artists by Doordarshan, Guwahati .(Prasar Bharati)
Congratulations to Violina Thakuria ,Bhiolina Boro Raisha Sahnawaz and Ishani Mudiar on your achievement. Your hard work and dedication have paid off. Wishing you more success in the future.

গুৰু শিষ্য পৰম্পৰাৰ মাজেদি যোৱা 17/ 18 টা বছৰৰ আমাৰ মাজৰ যি এটা দীঘলীয়া যাত্ৰা সেই যাত্ৰা অক্ষুন্ন থাকক l গুৰু জন আৰু ভগৱানক ধন্যবাদ আজিৰ এই দিনটোৰ বাবে l মই মোৰ নৃত্যৰ জৰিয়তে এই ধুনীয়া পৃথিৱী খনত আৰু ধুনীয়াকৈ কাম কৰি যাবলৈ আপোনা লোকৰ আশীৰ্বাদ বিচাৰিলোঁ l একেবাৰে শেষত....

A heartfelt thank you to my Guru Arkadev Bhattacharya Sir. Your guidance has been invaluable. I learned so much from you . Pranaam sir 🙏🏻🙏🏻
Upashana's Nrityangan Guwahati

22/09/2024

যুৱক নৃত্য শিল্পীৰ প্ৰয়োজন অসমীয়া চলচিত্ৰ ৰুদ্ৰৰ বাবে। ভাৰতনাট্যম নৃত্যত প্ৰশিক্ষণ প্ৰাপ্ত হোৱাটো বাঞ্চনীয়। যোগাযোগ ৰ নম্বৰ 9864129114

24/06/2024

"লক্ষ্ণৌ ভাতখাণ্ডে "ৰ অধীনত শাস্ত্রীয় নৃত্য "ভাৰত নাট্যম"ৰ নিপুনৰ পাঠ্যক্রম এই বছৰৰ পৰা ভাতখাণ্ডে ৰ পাঠ্যক্ৰমত অন্তর্ভুক্ত হৈছে | ইচ্ছুক ছাত্রছাত্রী সকলে মোৰ অধীনতে এই পাঠ্যক্রম গ্রহণ কৰি" নিপুন" পৰীক্ষাত অৱতীৰ্ণ হব পাৰিব ।

বৰ্তমান চলি থকা গুৱাহাটীৰ আমাৰ শাখা সমূহ.... 1.Mathura Nagar down Town.
2. New Guwahati, Noonmati.
3. Bidyamandir pathu, Bhetapara.
4.Azara.

গুৱহাটীৰ বাহিৰৰ শাখা সমূহ ...
1. Kishore Club, Jagiroad.
2. Bebejia , Nagaon
3. Foujdaripotty, Nagaon.

03/07/2023

An opportunity for those who wants to refresh their talents and skills as a classical dancer. I hope your blessings will make this workshop a successful one!

Want your school to be the top-listed School/college in Guwahati?

Click here to claim your Sponsored Listing.

Location

Category

Telephone

Website

Address


Bhaskarjyoti Path
Guwahati