সত্য সনাতন

সত্য সনাতন সত্য সনাতন অৰ্থ - সামাজিক জীৱন যাপন পদ?

31/12/2024

অপবিত্ৰ আৰু আসুৰিক প্ৰবৃত্তিৰে পালন‌ কৰা নতুন বছৰটো যিশুৰ খতনা দিৱসৰে আৰম্ভ হয়।
কিহৰ ফুৰ্তি? কিনো নতুন?

28/09/2024

#ঈশ্বৰ_সৰ্বব্যাপক
ঈশ্বৰক ধন্যবাদ দিবলৈ হ'লে, ওপৰলৈ চাই নেদেখা জনক ধন্যবাদ দিলোঁ বুলি কোৱা পৰম্পৰা কৰ পৰা আহিছে বুলি ভাবে আপুনি? কাৰণ নেদেখা জনতো কেৱল ওপৰত নহয় তলতো আছে, সোওঁ, বাওঁ সৰ্বদিশত আছে। কাৰণ ঈশ্বৰৰ এক গুণ সৰ্বব্যাপিও হয়। ঈশ্বৰ সৰ্বব্যাপী হোৱাৰ বাবেই তেওঁ সৰ্বশক্তিমানো হয়।
বাস্তৱিকতে ইছলাম আৰু খ্ৰীষ্টান ধৰ্মাৱলম্বী সকলৰ পৰম্পৰাক অনুসৰণ কৰি আমিও যেতিয়া ঈশ্বৰক ওপৰৱালা বুলি সম্বোধন কৰিবলৈ আৰম্ভ কৰিলোঁ, তেতিয়াৰ পৰাই আমিও ওপৰলৈ চাই ঈশ্বৰক একদেশী মানিবলৈ ধৰিলোঁ। ইছলাম আৰু খ্ৰীষ্টান পন্থা অনুসৰি ঈশ্বৰ ক্ৰমে সপ্তম আৰু পঞ্চম আকাশত থাকে। এনে বহুতো কথাত বা সিদ্ধান্তত আমি নজনাকৈয়ে লাহে লাহে পৰিৱৰ্তিত হৈ আছোঁ- যেনে কাৰোবাৰ মৃত্যুত RIP বুলি বেছিভাগেই লিখোঁ।
হিন্দুসকলে নিজৰ সিদ্ধান্তকে শুদ্ধকৈ নাজানে।

19/08/2024

শ্ৰাৱণী পূৰ্ণিমা- ঋষি তৰ্পণ- শ্ৰাৱণী উপাকৰ্ম:::
স্বাধ্যায়(self study) মানৱ জীৱনৰ এক গুৰুত্বপূৰ্ণ কাম। স্বাধ্যায়ে মানৱক জ্ঞান বৃদ্ধিত সহায় কৰে। স্বাধ্যায় মানৱৰ পৰম চিকিৎসক।ইয়াৰ দ্বাৰা ইন্দ্ৰিয়ৰ সংযম আৰু একাগ্ৰতা আহে(শতপথ ব্ৰাহ্মণ গ্ৰন্থ) ।
আদিকালত গাঁওৰ ৰাইজে এই শাওণ মাহত খেতিপথাৰ ত ৰুৱা আদি কাৰ্য্য সামৰে। ভৱিষ্যতে শস্যৰ আশা কৰি জিৰণি লয়।এই সময়তে পাহাৰ জংঘলত অতিপাত বৰষুণৰ কাৰণে ঋষি মুনি সকল নামি আহি গাঁৱৰ ওচৰৰ জাগাত থিতাপি লয় আৰু লোক সকলক বেদ পাঠ কৰায় বহুত জ্ঞান দিছিল।এই সময়ত ক্ষত্ৰিয় সকলেও কাম সামৰি আৰু বৈশ্য সকলেও ব্যাপাৰ বাণিজ্য বন্ধ কৰি ঋষি মুনিৰ সংস্পৰ্শলৈ আহি জ্ঞান লাভ কৰিছিল। আজিৰ এই পূৰ্ণিমাৰ দিনৰ পৰাই জনতাই ঋষিৰ আশ্ৰয় ত বেদাধ্যয়ণ আৰম্ভ কৰিছিল, সেইবাবেই ইয়াক ঋষি তৰ্পণ বুলিও কয়। এনেদৰে চাৰি মাহ অধ্যয়ন কৰি খেতিপথাৰত ধান চপোৱা আৰু অন্যান্য সকলে নিজৰ কামত লাগি গৈছিল। তাৰোপৰি আজিৰ দিনটোত মানৱ মানৱী নিজৰ যজ্ঞোপবিত ( লগুণ, যিটো অকল ব্ৰাহ্মণে নহয় সকলো সম্প্ৰদায়ৰ পুৰুষ মহিলাই পিন্ধিছিল) বদলাইছিল,হৱণ (হোম) কৰিছিল আৰু ঋষি মুনিৰ সহায়ত বেদ পাঠ আৰম্ভ কৰিছিল। এইবাবেই শ্ৰাৱণী উপাকৰ্মও কয়।

14/11/2023

এয়াই সনাতন। এয়াই বেদৰ বৰ্ণাশ্ৰম ব্যৱস্থা।

07/09/2023

শ্ৰীকৃষ্ণৰ বিষয়ে ভালকৈ জানি লোৱা উচিত

07/07/2023

#ভোজন_মন্ত্ৰ:

#ও३ম্ অন্নপতে অন্নস্য নো দেহ্যনমীৱস্য শুষ্মিণ:। প্ৰ প্ৰদাতাৰং তাৰিষ ঊৰ্জন্নো ধেহি দ্বিপদে চতুষ্পদে।।*

শব্দাৰ্থ:- হে ( *অন্নপতে* ) অন্নৰ স্বামী ভগৱান ! *( *ন* :)* আমাক
( *অনমীৱস্য* ) কীট পতংগ ৰহিত
( *শুষ্মীণ*) বলকাৰক
( *অন্নস্য* ) অন্নৰ ভাণ্ডাৰ
( *দেহি* ) দিয়ক
( *প্ৰদাতাৰং* ) অন্নদান কৰা সকলক
( *প্ৰতাৰিষ* ) দুখ কষ্টৰ পৰা ৰক্ষা কৰক
( *ন:* ) আমাৰ
( *দ্বিপদে চতুষ্পদে* ) দুইঠেঙীয়া আৰু চাৰিঠেঙীয়া বোৰক
( *ঊৰ্জং* ) বল
( *ধেহি* ) প্ৰদান কৰক।

21/06/2023

মনুস্মৃতি পঢ়িলেহে সনাতনৰ বাস্তৱিক স্বৰূপ জানিব পাৰিব।

29/01/2023

ইউৰোপৰ ব্যৱস্থা আৰু আমাৰ অজ্ঞানতা

05/10/2022

প্ৰতিমাত নহয় প্ৰতি মাত আছে দূৰ্গা। যিয়ে নিজ সন্তানৰ দুৰ্গতি নাশ কৰে। ঈশ্বৰ এক, নাম অনেক।
একং সদ্ ৱিপ্ৰা: বহুধা বদন্তি

04/10/2022

সেয়া কোন যিয়ে জীৱনটো মছজিদত থাকিলে, মদ-মাংস খালে‌ আৰু মৃত্যুৰ পিছত হিন্দু সকলৰ মন্দিৰত ভগৱান হৈ বহিলে?

24/09/2022

মহৰ্ষি মনুৱে ধৰ্মৰ দহটা লক্ষণ দিছে :
১) ধৈৰ্য্য
২) ক্ষমা
৩) আত্মনিয়ন্ত্ৰণ
৪)চুৰিৰ পৰা আঁতৰি থকা
৫) শাৰীৰিক আৰু মানসিক বিশুদ্ধকৰণ
৬) ইন্দ্ৰিয়ৰ নিয়ন্ত্ৰণ
৭) বুদ্ধি
৮) ঈশ্বৰৰ বিষয়ে জ্ঞান থকা
৯) সত্যতা
১০) ক্ৰোধ নিয়ন্ত্ৰণ
Manu’s definition of dharm has ten ingredients:
1) Patience
2) Forgiveness
3) Self Control
4) Abstaining from stealing
5) Purification
6) Control of the senses
7) Wisdom
8) Knowledge of God
9) Truthfulness
10) Control of anger

Address

Guwahati

Website

Alerts

Be the first to know and let us send you an email when সত্য সনাতন posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category