Assam Siksha Yatra অসম শিক্ষা যাত্ৰা

  • Home
  • India
  • Guwahati
  • Assam Siksha Yatra অসম শিক্ষা যাত্ৰা

Assam Siksha Yatra অসম শিক্ষা যাত্ৰা The Page is engaged in offering educational knowledge for all categories of students and learners

31/08/2022
মহিলা সকললৈ - ১/  আপোনালোকে ঘৰৰ কামবোৰ এদিনতে শেষ কৰিব নালাগে। ঘৰৰ কামবোৰ কৰি কৰিয়েই কিমানে হতাশাত ইতিহাস হ'ল।২/ জিৰণি ...
29/08/2022

মহিলা সকললৈ -

১/ আপোনালোকে ঘৰৰ কামবোৰ এদিনতে শেষ কৰিব নালাগে। ঘৰৰ কামবোৰ কৰি কৰিয়েই কিমানে হতাশাত ইতিহাস হ'ল।

২/ জিৰণি লবলৈ সময় উলিয়াওক, খন্তেক বহি আৰাম কৰাটো পাপ নহয়। ভৰি দুখন টেবুলত উঠাই দিয়ক আৰু নিজৰ ভাল পোৱা কিবা এটা খাওক।

৩/ টোপনি মাৰক যদিহে মূৰৰ বিষ আতঁৰাব লাগে। যিসকলে বন্ধ পালন কৰিবলৈ অমান্তি হয়, আজৰি সময় ল ওক, যদি নোৱাৰে পৰিয়ালে তেওঁলোকক মনত কৰিব কাৰণ তেওঁলোকৰ বহুতে এনেকুৱা যাত্ৰালৈ গৈছে য'ৰ পৰা কেতিয়াও ঘূৰি নাহে!

৪/ টোপনি কমকৈ মৰাটো বন্ধ কৰক, কিয়নো ইয়ে আপোনাৰ মগজু আৰু অংগবোৰ ধ্বংস কৰি পেলাব। স্মৃতি শক্তি কমি যাব আৰু কিবা কিবি পাহৰা হ'ব। মগজুক ৰেষ্ট দিয়ক 🙏 । কমকৈ চিন্তা কৰক, খোজকাঢ়ক, হাঁহক , আনন্দ কৰক। হ'ব লগীয়াখিনি হ'ব ই ।

৫/ মেডিটেচন কৰক। মৌন সময় ল ওক আৰু ৰিলেক্স হ ওক। ঋণাত্মক চিন্তাবোৰ নিশাহত এৰি দিয়ক।

৬/ আইনাৰ সন্মুখত থিয় হৈ নিজৰ বাবে হাঁহক। ইয়ে আত্মবিশ্বাস বঢ়াব আৰু শৰীৰটো উজ্জ্বল কৰি তুলিব।

৭/ যাওক নিজৰ বাবে কিবা অলপ কিনি আনক, আপোনাৰ পাৰ্টনাৰে নকৰিলেও নিজেই কৰক।

৮/ হতাশাই হৈছে মহিলাৰ silent killer । সেইবোৰ নিশ্চিত ভাবে কৰক যিবোৰে হতাশা দূৰ কৰে

৯/ অসুস্থ অনুভৱ কৰিলে সহায় বিচাৰক, স্বাস্থ্য কেন্দ্ৰ, হস্পিটেললৈ যাওক অথবা ডাক্টৰক মাতি আনক। মনে মনে ভূগি নাথাকিব।🙏

১০/ অসুস্থ অনুভৱ নকৰিলেও ব্লাড প্ৰেছাৰ আৰু চুগাৰ লেভেল নিয়মীয়াকৈ কন্ট্ৰ'লত ৰাখক । এইখিনি কৰাৰ বাবেই বহু মহিলা সুস্থ জীৱন কটাব পাৰিছে।

এই উপদেশ সমূহ বিশ্বাস কৰক আৰু মৰম, যত্নৰে নিজকে মূল্য দিয়ক যিটো আপোনাৰ যোগ্য।

মনত ৰাখিব আপোনালোক ভগৱানৰ অপূৰ্ব সৃষ্টি। ❤

Candid pic ❤️
28/08/2022

Candid pic ❤️

India defeats Pakistan in the first match of Asia Cup 2022
28/08/2022

India defeats Pakistan in the first match of Asia Cup 2022

কেজৰিৱাল চৰকাৰে উদ্বোধন কৰিলে সশস্ত্ৰ বাহিনীৰ প্ৰস্তুতিমূলক  Armed Forces Preparatory বিদ্যালয়। দেশৰ বান্দীয়া-বুন্দিয়...
28/08/2022

কেজৰিৱাল চৰকাৰে উদ্বোধন কৰিলে সশস্ত্ৰ বাহিনীৰ প্ৰস্তুতিমূলক Armed Forces Preparatory বিদ্যালয়। দেশৰ বান্দীয়া-বুন্দিয়াতকৈ আদি ব্যক্তিগত বিদ্যালয় সমূহতকৈও বহু গুণে উন্নত ।

ডাঙৰ কথাটো হ'ল ইয়াত ধনী-দুখীয়া সকলোৱে একেবাৰে বিনামূলীয়াকৈ শিক্ষা গ্ৰহণ কৰিব পাৰিব!

28/08/2022

Education and beyond 🧘

Address

Guwahati
781366

Website

Alerts

Be the first to know and let us send you an email when Assam Siksha Yatra অসম শিক্ষা যাত্ৰা posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share