Student Cadet Corps SCC Assam

Student Cadet Corps SCC Assam An State Level Educational Voluntary Youth Sports Org

04/07/2026
04/07/2026

এছ চি চি ৰ ৰাজ্যিক সভাপতিৰ নেতৃত্বত ৰাজ্যিক সমিতি আৰু নগাঁও জিলা সমিতি দলে নগাঁও জিলাৰ সন্মানীয় জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক ক্ৰমে ৰজি তালুকদাৰ ডাঙৰীয়ানি আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক শ্ৰী আবুতানি দলে ডাঙৰীয়াক সৌজ্যামুলক সাক্ষাৎ কৰে আৰু আগন্তুক এছ চি চি ৰ ৰাজ্যিক পুৰষ্কাৰ প্ৰশিক্ষণ শিবিৰ বিশেষ কাৰ্য্যসূচীত নিমন্ত্ৰণ জনাই ।সাক্ষাৎ শিক্ষাৰ্থীৰ কল্যানাৰ্থে অনুষ্ঠিত হবলগীয়া পাঁচদিনীয়া প্ৰশিক্ষণ শিবিৰ সন্দৰ্ভত তেখেতে দিয়া পৰামৰ্শ গ্ৰহণ নথৈ আনন্দিত হৈছোঁ। উক্ত আলোচনাৰ সমান্তৰালকৈ নগাঁও জিলা আৰক্ষীৰ সহযোগত ড্ৰাগছ আৰু চাইবাৰ অপৰাধ সম্পৰ্কীয় কাৰ্য্যসূচী অনুষ্ঠিত কৰা সন্দৰ্ভতো বিস্তৃত আলোচনা কৰা হয়।
SCC Assam Official
SCC ASSAM
SCC-Nagaon
State President of SCC Assam
Sabbir Hussain
Shekh Farid Alam
Dhiren Nath Saikia
Mustafa Kamal
Mrinal Kanti
Eusuf Ali

Address

Guwahati
Guwahati
781034

Alerts

Be the first to know and let us send you an email when Student Cadet Corps SCC Assam posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category