Pragati Jatiya Vidyalaya Guwahati-05

Pragati Jatiya Vidyalaya Guwahati-05 Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Pragati Jatiya Vidyalaya Guwahati-05, School, Guwahati.

21/09/2026
21/09/2026

শিক্ষক দিৱস,সকলো শিক্ষক আৰু ছাত্ৰ ছাত্ৰীৰ আকাংক্ষিত সময়,ইয়াৰে কিছু সময় ফেচবুকত সাঁচি থলো.....
late upload..

আগষ্ট, ছেপ্টেম্বৰ মাহৰ সুবাস, দেৱাল আলোচনী। এইবাৰ সুবাসৰ বিষয়বস্তু স্বাধীনতা দিৱস, জন্মাষ্টমী, জুবিন গাৰ্গ আৰু আন বিষয়...
21/09/2026

আগষ্ট, ছেপ্টেম্বৰ মাহৰ সুবাস, দেৱাল আলোচনী। এইবাৰ সুবাসৰ বিষয়বস্তু স্বাধীনতা দিৱস, জন্মাষ্টমী, জুবিন গাৰ্গ আৰু আন বিষয়সমূহ। এইবাৰ দেৱাল আলোচনী সজাইছে বিদ্যালয়ৰ শিক্ষয়িত্ৰী শ্ৰীমতী শেৱালি শইকীয়া আৰু শ্ৰীমতী পপী দেৱীয়ে।

১৫ আগষ্ট,ভাৰতৰ ৮০ সংখ্যক স্বাধীনতা দিৱস। আমাৰ বিদ্যালয়ৰ স্বাধীনতা দিৱস উদযাপনৰ কেইখনমান আলোকচিত্ৰ........ ‌আমি ভাৰতীয়,...
16/08/2026

১৫ আগষ্ট,ভাৰতৰ ৮০ সংখ্যক স্বাধীনতা দিৱস। আমাৰ বিদ্যালয়ৰ স্বাধীনতা দিৱস উদযাপনৰ কেইখনমান আলোকচিত্ৰ........
‌আমি ভাৰতীয়,আমি স্বাধীন

24/06/2026
২১ জুন,যোগ দিৱসত আমাৰ ছাত্ৰ ছাত্ৰী সকল...
24/06/2026

২১ জুন,যোগ দিৱসত আমাৰ ছাত্ৰ ছাত্ৰী সকল...

আজি ২০ জুন, বিষ্ণু ৰাভা দিৱস। এই দিৱসৰ লগত সংগতি ৰাখি আমাৰ বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰী সমন্বিতে পালন...
20/06/2026

আজি ২০ জুন, বিষ্ণু ৰাভা দিৱস। এই দিৱসৰ লগত সংগতি ৰাখি আমাৰ বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰী সমন্বিতে পালন কৰা কিছু অনুষ্ঠান....

ছাত্ৰ ছাত্ৰীৰ শাৰিৰীক মানসিক স্বাস্থ্যৰ লগত সংগতি ৰাখি কিছু কাৰ্যসূচী
20/06/2026

ছাত্ৰ ছাত্ৰীৰ শাৰিৰীক মানসিক স্বাস্থ্যৰ লগত সংগতি ৰাখি কিছু কাৰ্যসূচী

৫ জুনৰ বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি আমাৰ বিদ্যালয়ত পালন কৰা দিৱসৰ কিছু কাৰ্যসূচী..
20/06/2026

৫ জুনৰ বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি আমাৰ বিদ্যালয়ত পালন কৰা দিৱসৰ কিছু কাৰ্যসূচী..

Address

Guwahati

Telephone

+18472978738

Website

Alerts

Be the first to know and let us send you an email when Pragati Jatiya Vidyalaya Guwahati-05 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category