hir_en2001

hir_en2001 Student politics
(1)

৯/১০/২০২২তাৰিখে ৰাতি ৯.৩০বজাত আমাৰ গুৱাহাটী মহাবিদ্যালয়ৰ ছাত্র ইমৰান আলি এক দুৰ্ঘটনাৰ সন্মুখীন হয়,যত তেওঁৰ ভৰি আৰু দেহৰ ...
11/10/2022

৯/১০/২০২২তাৰিখে ৰাতি ৯.৩০বজাত আমাৰ গুৱাহাটী মহাবিদ্যালয়ৰ ছাত্র ইমৰান আলি এক দুৰ্ঘটনাৰ সন্মুখীন হয়,যত তেওঁৰ ভৰি আৰু দেহৰ আন অংশত বেয়াকৈ আঘাতপ্ৰাপ্ত হয়।বৰ্তমান ইমৰানকগুৱাহাটীৰ নেমকেয়াৰ হস্পিতালত ভৰ্তি কৰোৱা হৈছে আৰু সম্পূৰ্ণ চিকিৎসাৰ বাবে প্ৰায় ৩ লাখ টকাৰ প্ৰয়োজন ।জানিব পৰা মতে তেওঁৰ পৰিয়াল আৰ্থিক ভাৱে দুৰ্বল, সেয়েহে আপোনালোকে ইমৰানক সুস্থ কৰি তোলাত যাতে তেওঁক অকণমান হলেও আৰ্থিক ভাৱে সহায়-সহযোগ কৰে তাৰবাবে বিনম্ৰ অনুৰোধ জনালোঁ।

G Pay & PhonePe:-6900924797

04/08/2022

AASU is the abbreviated name of the All Assam Students' Union (সদৌ অসম ছাত্র সন্থা)

সমূহ গুৱাহাটীবাসী ৰাইজৰ সহায়-সহযোগিতা কামনা কৰিলোঁ।আপোনালোকৰ সহায়েৰে কাৰোবাৰ জীৱন উদ্ধাৰ হব।
25/06/2022

সমূহ গুৱাহাটীবাসী ৰাইজৰ সহায়-সহযোগিতা কামনা কৰিলোঁ।আপোনালোকৰ সহায়েৰে কাৰোবাৰ জীৱন উদ্ধাৰ হব।

14/06/2022

Address

Gitanagar
Guwahati
781020

Telephone

+918453430063

Website

Alerts

Be the first to know and let us send you an email when hir_en2001 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to hir_en2001:

Shortcuts

Share