Assam Innovation & Research Centre

Assam Innovation & Research Centre

Share

Innovating new machines and ways to make work easier for people
"Religion is our work & culture"

Photos from Assam Innovation & Research Centre's post 30/03/2025

প্ৰকৃতিৰ আলিংগন ( Nature,s Embraced )

প্ৰকৃতিৰ আলিংগন মানে আমাৰ শৰীৰটো পৃথিৱীৰ লগত সংলগ্ন কৰা । খালি ভৰিৰে মাটিত খোজ কঢ়াৰ ফলত পৃথিৱীৰ লগত সংযোগ হয় ।পৃথিৱীৰ লগত পোনে পোনে স্পর্শ কৰাই হ'ল প্ৰকৃতিৰ আলিংগন (Nature,s Embraced ) আমি Assam Innovation and Research centre ৰ তৰফৰ পৰা মানুহৰ জীৱন ধাৰণ প্ৰণালীৰ ওপৰত অধ্যয়ন আৰু গৱেষণা কৰি কিছুমান গুৰুত্বপূৰ্ণ তথ্য লাভ‌ কৰিছো l আমি দেখা পাইছোঁ যে যি বিলাক মানুহ বিশেষকৈ শ্ৰমিক তেওঁলোক মাটি পানীৰ লগত দিনটোৰ বহু সময়‌ সংস্পৰ্শত থাকে তেনে ধৰণৰ লোক বিলাকৰ, কিছুমান ৰোগ হোৱা দেখা নাযায়, | যেনে - উচ্চ ৰক্তচাপ, মধুমেহ হাৰ্টএটেক আদিকে ধৰি বহু জতিল ৰোগ তেওঁলোকৰ নাই বুলিবই পাৰি কিন্তু যি বিলাক মানুহ অনবৰতে জোতা,ছেণ্ডেল পিন্ধি থাকে ,মাটিৰ লগত সংযোগ নাইয়ে , এনে ধৰণৰ মানুহৰ এই জতিল জতিল ৰোগ বোৰ দিনক দিনে বেছি হোৱা দেখা গৈছে । ইয়াৰ মুখ্য কাৰণ হ'ল পৃথিৱীৰ লগত এই মানুহ খিনি‌ৰ পোনপটীয়া সংস্পর্শ নথকাৰ বাবে। আনহাতে আন কিছুমান মানুহ‌ আছে যি বিলাক কৰ্মব্যস্ততাৰ বাবে গোটেই দিনটো ইলেক্ট্ৰনিক সা-সৰজ্ঞম, বা ক'ল কাৰখানাৰ ইলেক্টিক যন্ত্ৰ পাতিৰ মাজত থাকিব লগীয়া হয়। এনে ব্যক্তিবোৰৰো আজিকালি বহু‌‌ ৰোগ হোৱা দেখা গৈছে।
আমি মানু্হৰ এই জীৱন ধাৰন- শৈলিৰ ওপৰত অধ্যয়ন কৰি এটা কথাত উপণিত হৈছো যে যি মানুহে পৃথিৱী তত্বৰ পৰা ‌ আতৰি থাকে অৰ্থাৎ মাটিৰ লগত পোনপটীয়া সংস্পর্শত নাথাকে তেওঁ লোক বিভিন্ন দুৰাৰোগ্য ৰোগত ভুগিব লগীয়া হয় | ইয়াৰ কাৰণ বৈজ্ঞানিক দৃষ্টিভঙ্গীৰে বিশ্লেষণ কৰিলে দেখা পাওঁ যে- আমাৰ শৰীৰত থকা প্ৰটন, (Protons) কেতিয়াবা কোনো কাৰণত অধিক মাত্র হ'লে ৰক্ত প্ৰবাহত ব্যাঘাত জন্মে। কিয়নো ইলেক্ট্ৰমেগণেটিক ফিল্ডৰ দ্বাৰাই আমাৰ শৰীৰৰ সকলো কাৰ্য সিদ্ধি হয় । মনুৰ শৰৰটোও এটা জৈবিক যন্ত্ৰ ( Bialogical Machine)
বৰ্তমান সময়ত পৰিৱেশ প্ৰদুষিত হৈছে, ফলত মহাকাৰ্ষণীক চুম্বকীয় শক্তি প্ৰদুষণ হৈছে। তাৰোপৰি বায়ুমণ্ডলত বিভিন্ন ধৰণৰ নেটওৱাৰ্ক বিৰাজমান, আনহাতে বৰ্তমান মানুহে কর্মব্যস্থতাৰ বাবে অনবৰতে ইলেক্ট্ৰনিক, ইলেক্টিকেল আৰু বিভিন্ন ধাতবীয় ধাতুৰ লগত জড়িত | ইয়াৰ ফলত তাৰ পৰা নিৰ্গত হোৱা বিদ্যুত চুম্বকীয় তৰঙ্গ (Electromagnetic waves) সমুহ আমাৰ শৰীৰত জমা হয় | কিন্তু সেইবোৰ শৰীৰৰ পৰা ওলাই যাব নোৱাৰে, ফলত এক উচ্চ বিভৱৰ সৃষ্টি হৈ থাকে | এই প্ৰটনসমূহ (Protons)আমাৰ শৰীৰৰ পৰা বাহিৰ হব নোহোৱাৰ মুল কাৰণ হ'ল আমি খালি ভৰিৰে মাটিত খোজ নাকাৰো পৃথিৱীৰ লগত পোনপটিয়া সংস্পর্শ নহয় | পৃথিৱী হ'ল নিউট্ৰন- সেয়ে খোজ কাঢ়াৰ লগে লগে অতিৰিক্ত প্রটন পৃথিৱীলৈ গুছি যায় | শ্রমিক বিলকে অধিক সময় মাটিৰ লগত সংযোগ হৈ থাকে বাবে সিঁহতৰ শৰীৰত ইলেক্ট্ৰনৰ প্রবাহ সমতুল্য ( Balance) হৈ থাকে | কিন্তু আমি চাহাব হৈ থকা বিলাকৰ অতিমাত্র ইলেক্টিক শৰীৰতে থাকে ফলত তেজ চলাচলত বাধাৰ সৃষ্টি হৈ নানা ৰোগ হয় |
কর্মব্যস্থাতৰ বাবে আমি বোৰে মাটি গচকিবলৈ সময় নাপাঁও, সেয়েহে আমি Assam Innovation and Research centre ৰে এই বিষয়ৰ বিভিন্ন গৱেষণা পত্ৰ অধ্যয়ন কৰিছো l আমাৰ ফালৰ পৰাও মানুহ আৰু পৃথিৱীৰ সম্পৰ্কৰ ওপৰত গৱেষণ মুলক অধ্যয়ন কৰি এটা বিশেষ কৌশল তৈয়াৰ কৰি উলিয়াইছো | সেয়া হ'ল-- .
প্ৰকৃতিৰ আলিংগন ( Nature,s Embraced )
এই সৰু আহিলা বিধৰ দ্বাৰা এজন অতি ব্যস্ততাপূর্ণ লোকে কৰ্মস্থানত ২/৩ ঘন্টা প্রতি দিনে ব্যৱহাৰ কৰি পৃথিৱী তত্বৰ বান্দোনত বান্ধ খাই থাকিব পাৰিব | আমাৰ এই কৌশল অৱলম্বন কৰিলে খালি ভৰিৰে মাটিত খোজ কাঢ়াৰ যি উপকাৰিতা সেই উপকাৰি খিনি ঘৰৰ ভিতৰত বহি থাকিলেও পাব | ইলেক্ট্ৰনিক বা যি কোনো তৰংগ পৰা অহা প্ৰটন, ( Protons)আধান বোৰ নিমিষতে শৰীৰৰ পৰা বাহিৰ কৰি দিব | সেয়ে আজিয়ে আমাৰ এই কৌশল ব্যৱহাৰ কৰি পৃথিৱী তত্বৰ লগত সংযোগ স্হাপন কৰক আৰু নিজকে সুপ্ত ঘাটক বিলাকৰ পৰা পৰিত্রাণ পাঁওক |
আমাৰ ঠিকনা.........................

OM INNOVATION AND RESEARCH PVT. LTD.,
Address: Soneswar, Kamrup, Assam, PIN: 781382
TAN- SHL0337D
Contact: +91 81340-94274, +91 90852-60582
GST -18AVAPD5576F1ZN
Mail ID: [email protected]

27/02/2025

নমস্কাৰ গ্ৰহন কৰিব ।আমি Om Innovation and Research Pvt.Ltd যে --পেৰালাইটিছ,-আৰু যি কোনো ধৰনৰ বিষ - বেদনা লগতে --নিউৰো দ্বাৰা হোৱা সকলো ধৰনৰ ৰোগ নিৰ্মূল কৰি আহিছো । আমাৰ ইয়াত অতি উন্নত আৰু অত্যাধনিক কৌশলৰ দ্বাৰা এই ৰোগ সমূহ সম্পুৰ্ণ নিৰ্মূল কৰো গতিকে প্ৰযোজন হলে আমাৰ লগত যোগাযোগ কৰক ।-----

21/07/2023

Milestones in success

Photos from Assam Innovation & Research Centre's post 27/05/2023

Magnetic wave exercise method
(Magnetic Therapy)
- No parsing action
- Very good for diabetes
- Blood pressure under control
- Guava enzyme is activated, helps to control mental illness
- Any kind of pain can be cured

19/05/2023

"Luminar Air Flow"
- For Mushroom Seed Cultivation 🍄
- Any work related to Microbiology
- UV Light Protection
- Low Price
- Low Maintenance
- Low Electricity Consumption (60 watt)

For Orders, please DM or call
Phone No - 9085260582
Email ID - [email protected]

Offers AVAILABLE !!

18/05/2023

NILAKANTHA, Egg Incubator.
Now hatch eggs with our egg incubator, "NILAKANTHA".
With low cost, low maintenance and minimal energy.

DM to order yours !!

Photos from Assam Innovation & Research Centre's post 31/07/2020

(Bottle seal machine develop by me)আপুনি কিবা ক্ষুদ্ৰ উদ্যোগ কৰিব বিচিৰিছে নেকি ??? কিন্তুু প্ৰয়োজনীয় যন্ত্ৰপাতি হে পোৱা নাই--তেনেহলে এতিয়া পৰা চিন্তুা কৰাৰ প্ৰযোজন নাই ---কাৰন এতিয়াৰ পৰা মই আপোনাক সহায় কৰিবলৈ প্ৰস্তুত---যি কোনো ধৰনৰ যন্ত্ৰ পাতি মোৰ ওচৰত পাব--আপুনি বিছৰা ধৰনেই যি কোনো যন্ত্ৰ-পাতি মই বনাই দিব পাৰো!!!!!

Photos from Assam Innovation & Research Centre's post 09/07/2020

চীনা সামগগ্ৰী বৰ্জন কৰা এই সময়ত -- নিবনুৱা সকললৈ মোৰ ফালৰ পৰা এটা বিশেষ উপহাৰ---সেয়া হল -- 100 টা কণী একেলগে উমনি দিব পৰা ছেমি অটোমেটিক ইনকুৱেটৰ যন্ত্ৰ । এই যন্ত্ৰটো এতিযা সুলভ মুল্যত দিয়াৰ ব্যৱস্তুা কৰিছো । মাত্ৰ 6000-/ টকাতে উপলব্ধ হব ! 6মাহ ফুল ওৱাৰেণ্টী ।আগ্ৰহী লোকে যোগায়োগ কৰিব পাৰে -90852-60582 !

Want your school to be the top-listed School/college in Guwahati?

Click here to claim your Sponsored Listing.

Location

Address


Saneswar, Kamrup/
Guwahati
781382