ছিদ্দিক আলী জাতীয় বিদ্যালয়

  • Home
  • India
  • Guwahati
  • ছিদ্দিক আলী জাতীয় বিদ্যালয়

ছিদ্দিক আলী জাতীয় বিদ্যালয় Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from ছিদ্দিক আলী জাতীয় বিদ্যালয়, School, Hajo {Ramdia} ( Chatlabori to Milpara path), Guwahati.

18/07/2026
ছিদ্দিক আলী জাতীয় বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ মহিবৰ ৰহমানৰ সুযোগ্য সন্তান ছহিদুল ইছলামে এই বেলি 2026-27 বৰ্ষৰ NEET পৰীক্ষ...
17/07/2026

ছিদ্দিক আলী জাতীয় বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ মহিবৰ ৰহমানৰ সুযোগ্য সন্তান ছহিদুল ইছলামে এই বেলি 2026-27 বৰ্ষৰ NEET পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ মুঠ 582 নম্বৰ লাভ কৰি বৃহত্তৰ বৰছলি অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে। তাৰ বাবে ছিদ্দিক আলী জাতীয় বিদ্যালয়ৰ তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছো।

হাজোৰ বৃহত্তৰ বৰছলি অঞ্চলৰ মহিবৰ ৰহমানৰ সুযোগ্য সন্তান তথা ছিদ্দিক আলী জাতীয় বিদ্যালয় ৰ প্ৰাক্তন ছাত্ৰ ছহিদুল ইছলামে এ...
17/07/2026

হাজোৰ বৃহত্তৰ বৰছলি অঞ্চলৰ মহিবৰ ৰহমানৰ সুযোগ্য সন্তান তথা ছিদ্দিক আলী জাতীয় বিদ্যালয় ৰ প্ৰাক্তন ছাত্ৰ ছহিদুল ইছলামে এইবেলি 2026-27 বৰ্ষৰ সৰ্ব ভাৰতীয় পৰ্যায়ত অনুষ্ঠিত হোৱা NEET পৰীক্ষাত মুঠ 582 নম্বৰ লাভ কৰি সুখ্যাতিৰে উত্তীৰ্ণ হৈ বৃহত্তৰ অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনে।।
আমি ছিদ্দিক আলী জাতীয় বিদ্যালয়ৰ তৰফৰ পৰা ছহিদুল ইছলামক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ।।

17/07/2026
Result of the year 2026
11/04/2026

Result of the year 2026

15/06/2025
1.ছিদ্দিক আলী জাতীয় বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ মজিবৰ ৰহমানৰ সুযোগ্য সন্তান মিলাদুল ৰহমানে এইবেলি 2025 -26 বৰ্ষৰ সৰ্বভাৰত...
14/06/2025

1.ছিদ্দিক আলী জাতীয় বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ মজিবৰ ৰহমানৰ সুযোগ্য সন্তান মিলাদুল ৰহমানে এইবেলি 2025 -26 বৰ্ষৰ সৰ্বভাৰতীয় NEET(UG) পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ মুঠ 529 নম্বৰ লাভ কৰিছে। আৰু ভাৰতীয় ৰেংক 24481 আৰু 98.86 percentile লৈ সুখ্যাতিৰে উত্তীৰ্ণ হৈ বৃহত্তৰ বৰছলি অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে।
2.ছিদ্দিক আলী জাতীয় বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ মহিবৰ ৰহমানৰ সুযোগ্য সন্তান ছহিদুল ইছলামে যোৱা বেলি 2024-25 বৰ্ষত NEET পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ মুঠ 592 নম্বৰ লাভ কৰিছিল যদিও দুৰ্ভাগ্য ক্ৰমে counselling ত ৰখিবলগীয়া হৈছিল। এই বেলি 2025-26 বৰ্ষত JEE MAINS ত 97.34 prcentile নম্বৰ লৈ সুখ্যাতিৰে উত্তীৰ্ণ হৈছে লগতে শিলচৰ NITত Electronics Telecommunications B.Tech Course ৰ first counselling ত নামভৰ্ত্তিৰ বাবে সুযোগ লাভ কৰি বৃহত্তৰ বৰছলি অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে। আমি দুয়োগৰাকী ছাত্ৰক আমাৰ ছিদ্দিক আলী জাতীয় বিদ্যালয়ৰ তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছো লগতে উজ্জ্বল ভৱিষ্যত কামনা কৰিছো।
~জয়তু ছিদ্দিক আলী জাতীয় বিদ্যালয়*

ছিদ্দিক আলী জাতীয় বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ মহিবৰ ৰহমানৰ সুযোগ্য সন্তান ছহিদুল ইছলামে যোৱা বেলি 2024-25 বৰ্ষত NEET পৰীক...
20/04/2025

ছিদ্দিক আলী জাতীয় বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ মহিবৰ ৰহমানৰ সুযোগ্য সন্তান ছহিদুল ইছলামে যোৱা বেলি 2024-25 বৰ্ষত NEET পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ মুঠ 592 নম্বৰ লাভ কৰিছিল যদিও দুৰ্ভাগ্য ক্ৰমে counselling ত ৰখিবলগীয়া হৈছিল। এই বেলি 2025-26 বৰ্ষত JEE MAINS ত 97.34 percentile নম্বৰ লৈ সুখ্যাতিৰে উত্তীৰ্ণ হৈছে লগতে NITত নামভৰ্ত্তিৰ বাবে সুযোগ লাভ কৰিছে আৰু ইয়াৰ উপৰিও JEE Advance(IIT)ৰ পৰীক্ষাৰ বাবে সুযোগ লাভ কৰি বৃহত্তৰ বৰছলি অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে।আগন্তুক 2025-26 বৰ্ষত হবলগীয়া NEET পৰীক্ষাত অৱতীৰ্ণ হৈ যাতে সুখ্যাতিৰে উত্তীৰ্ণ হৈ গৌৰৱ কঢ়িয়াই আনিব পাৰে তাৰ বাবে ছিদ্দিক আলী জাতীয় বিদ্যালয়ৰ তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছো।
~জয়তু ছিদ্দিক আলী জাতীয় বিদ্যালয়*

সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল  2025 বৰ্ষ।
11/04/2025

সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল 2025 বৰ্ষ।

Address

Hajo {Ramdia} ( Chatlabori To Milpara Path)
Guwahati

Website

Alerts

Be the first to know and let us send you an email when ছিদ্দিক আলী জাতীয় বিদ্যালয় posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category