--ভাৰতৰ ৰাজ্য আৰু ৰাজধানী --
অন্ধ্ৰপ্ৰদেশ:----------- হায়দৰাবাদ
অসম:----------------- দিছপুৰ
অৰুণাচল প্ৰদেশ:---- ইটানগৰ
উত্তৰপ্ৰদেশ:----------- লক্ষ্ণৌ
উত্তৰাঞ্চল:------------ ডেৰাডুন
উৰিষ্যা:---------------- ভুৱনেশ্বৰ
কৰ্ণাটক:-------------- বাংগালোৰ
কেৰালা:-------------- তিৰুবন্তপুৰাম
গুজৰাট:-------------- গান্ধীনগৰ
গোৱা:---------------- পানাজী
ছত্তিছগড়:----------- ৰায়পুৰ
ঝাৰখণ্ড:------------- ৰাচী
তামিলনাডু:--------- চেন্নাই
ত্ৰিপুৰা:------------- আগৰতলা
নাগালেণ্ড:---------- কহিমা
পাঞ্জাব:------------ চণ্ডিগড়
পশ্চিমবঙ্গ:-------- কলকাতা
বিহাৰ:------------- পাটনা
মধ্যপ্ৰদেশ:-------- ভূপাল
মণিপুৰ:----------- ইম্ফল
মহাৰাষ্ট্ৰ:---------- মুম্বাই
মিজোৰাম:------- আইজল
মেঘলয়:--------- শ্বিলং
ৰাজস্থান:------- জয়পুৰ
হাৰিয়ানা:-------- চণ্ডিগড়
হিমাচল প্ৰদেশ:-- চিমলা
চিকিম:----------- গেংটক
তেলেংগানা:------- হায়দৰাবাদ
Gk study and learn
Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Gk study and learn, Education, Guwahati.
১/ পৃথিৱীৰ বৃহত্তম মহাদেশ খন ৰ নাম কি?
উত্তৰ - এছিয়া
২/ পৃথিৱীৰ বৃহত্তম দেশ খনৰ নাম কি?
উত্তৰ - ৰাছিয়া
৩/ পৃথিৱীৰ বৃহত্তম মৰুভূমি খনৰ নাম কি?
উত্তৰ - ছাহাৰা
৪/ পৃথিৱীৰ বৃহত্তম নদীদ্বীপ টোৰ নাম কি?
উত্তৰ - মাজুলী
নমস্কাৰ, আপোনাৰ GK study and learn পেজ
ৰ পৰা স্বাগতম জনাইছো। আপোনালকৰ বিভিন্ন compititive exam বা general knowledge ৰ কিছুমান কথা এই পেজ ত upload কৰা হব। আশা কৰোঁ এই পেজ খনে আপোনাৰ যেন কিছু উপকৃত কৰে যেন। লগতে আপোনাৰ বন্ধু সকলৰ মাজতো এই পেজ খন share কৰে যেন।
Click here to claim your Sponsored Listing.
Location
Category
Culinary Team
Attire
Website
Address
Guwahati