State President of SCC Assam

State President of SCC Assam Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from State President of SCC Assam, Education Website, Guwahati, Guwahati.

30/08/2026
28/08/2026

NKTV PLUSৰ সাংবাদিক মছফিকা আহমেদলৈ সংবাদসেৱা বঁটা

12/08/2026

দুদিনীয়া কাৰ্য্যসূচীৰে আজি দৰং আৰু ওদালগুৰি জিলাত উপস্থিত হৈ আগন্তুক জিলা প্ৰশাসনৰ আৰু ছিপাঝাৰ,দলগাঁও সম জিলা প্ৰশাসনৰ দ্বাৰা আয়োজিত স্বাধীনতা দিৱসৰ পেৰেডৰ কাৰ্য্যসূচীত এছ চি চি দলে সক্ৰিয়তাৰে অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে জিলাখনৰ বিভিন্ন প্ৰান্তত চলি থকা অনুশীলনৰ বুজ লোৱাৰ উপৰিও অংশগ্ৰহণকাৰী শিক্ষাৰ্থীক শুভেচ্ছা জ্ঞাপন কৰি নথৈ আনন্দিত হৈছোঁ।

ৰাজ্যিক উপ সভাপতি মোস্তফা কামাল, ৰাজ্যিক উপ সভাপতি শ্ৰী ধীৰেন নাথ শইকীয়া আৰু ৰাজ্যিক সম্পাদক শ্ৰী মৃনাল কান্তি দাস, ৰাজ্যিক প্ৰশিক্ষণ সম্পাদক শ্বেখ ফৰিদৰ বিশেষ তত্ত্বাৱধানত প্ৰশিক্ষণ কাৰ্য্য সুচাৰুৰূপে চলি আছে।

ৰাজ্যিক প্ৰশিক্ষণ সম্পাদক শ্বেখ ফৰিদ, সহ প্ৰশিক্ষণ সম্পাদক শ্ৰী ৰাজু দাস অমিত দেৱনাথ আৰু অন্যান্য প্ৰশিক্ষকৰ প্ৰশিক্ষণত অনুশীলন অব্যাহত আছে।

SCC Assam Official
Keshab Mahanta কেশৱ মহন্ত
Charan Boro
TopFans
Devasish Sharma
State President of SCC Assam
Mustafa Kamal
Dhiren Nath Saikia
Sanjay Sarma,State Gen Secretary,SCC,Assam.
Shekh Farid Alam
Mrinal Kanti

05/08/2026

নগাঁও জিলাৰ সন্মানীয় জিলা আয়ুক্ত শ্ৰী দেৱাশীষ শৰ্মা ডাঙৰীয়াক জিলাখনত আগবঢ়ায় অহা সেৱাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰি আন্তৰিক সম্বৰ্ধনা জ্ঞাপন কৰি ধন্য হৈছোঁ। এনে এগৰাকী মহান ব্যক্তিৰ সানিধ্য লাভ কৰি সদায় নিজকে ধন্য অনুভৱ কৰোঁ।
Devasish Sharma
SCC Assam Official
SCC ASSAM
Nagaon District Administration

05/08/2026

SCC Assam Official
SCC ASSAM
State President of SCC Assam
SCC-Nagaon
Student Cadet Corps SCC Assam

25/07/2026
25/07/2026

SCC Assam Official
SCC ASSAM
State President of SCC Assam
SCC-Nagaon
Sabbir Hussain

25/07/2026

SCC Assam Official
SCC-Nagaon
State President of SCC Assam
Sabbir Hussain

Address

Guwahati
Guwahati
781001

Alerts

Be the first to know and let us send you an email when State President of SCC Assam posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to State President of SCC Assam:

Shortcuts

Share