26/11/2022
National park in Assam
Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from ASSAM TET Preparation 2022-23, Education Website, Guwahati.
26/11/2022
National park in Assam
Q.কৰ্কট ক্ৰান্তি ৰেখাটি______ অবস্থিত।
a)২৩½ উত্তৰ অক্ষাংশ
b)২৩½ দক্ষিণ অক্ষাংশ
c)২৬½ উত্তৰ অক্ষাংশ
c)২৬½ দক্ষিণ অক্ষাংশ
26/11/2022
Q1. কুমেৰু বৃত্তটি ক'ত ডিগ্ৰি অক্ষাংশে অবস্থিত?
a) ২৩½ দক্ষিণ অক্ষাংশ
b) ২৩½ উত্তৰ অক্ষাংশ
c) ৬৬½ দক্ষিণ অক্ষাংশ
d) ৬৬½ উত্তৰ অক্ষাংশ
24/11/2022
আগুৱাই যোৱাৰ বাটেৰে আহক আমি এক নতুন প্ৰচেষ্টাৰ সৈতে খোজকাঢ়িবলৈ চেষ্টা অব্যাহত কৰি চাউ। আগুন্তক দিনত যিকোনো চাকৰিৰ বাবে প্ৰস্তুতি লোৱাৰ লক্ষ্য পূৰণ হোৱাকৈ এক নতুন পৰিবেশ সৃষ্টিৰ সৈতে।