আজি দাদাৰ ছমহীয়া তিথিত চাকি ধুপ জলাই শৰাই এখন আগবঢ়াই দাদালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ।
জয় জুবিন দা
বৈ dix Association
Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from বৈ dix Association, School, Gauhati.
16/03/2026
আজি দাদাৰ ছমহীয়া তিথিত চাকি ধুপ জলাই শৰাই এখন আগবঢ়াই দাদালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ।
জয় জুবিন দা
06/03/2026
Admission Open
Call Now - 9707150905
[email protected]
❗Music Pronunciation
❗Hindustani classical
❗ Piano / Keyboard
❗ Guitar / Bass
❗Drum
❗Violin
❗ Tabla
❗ Flute
❗Art
10/02/2026
আজিৰে পৰা আৰম্ভ হাইস্কুল শিক্ষান্ত পৰীক্ষা
হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হ'বলগীয়া প্ৰতি গৰাকী ছাত্ৰ ছাত্ৰীক আমাৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জনালোঁ...
23/01/2026
বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী মাঁ সৰস্বতী আয়ে সকলোৰে জীৱনলৈ বিদ্যা-বুদ্ধি কঢ়িয়াই আনক আৰু সমাজলৈ কঢ়িয়াই আনক জ্ঞানৰ অফুৰন্ত পোহৰৰ শক্তি! সকলোলৈকে মাঁ সৰস্বতীৰ পূজাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।
22/01/2026
ॐ गन गणपतए नमो नमः
পৱিত্ৰ গণেশ জয়ন্তী উপলক্ষে সমূহ ভক্তিপ্ৰাণ ৰাইজলৈ আন্তৰিক শুভেচ্ছা জনাইছোঁ। সিদ্ধিদাতা প্ৰভু গণেশৰ আৰ্শীবাদত সকলোৰে জীৱনলৈ অনাবিল সুখ, শান্তি আৰু সমৃদ্ধিৰ আগমন হওঁক, তাৰেই কামনা কৰিলোঁ।
19/09/2025
লুইতৰ কণ্ঠ আজি নীৰৱ...
Zubeen Garg
Click here to claim your Sponsored Listing.
Location
Category
Culinary Team
Attire
Contact the school
Telephone
Website
Address
Gauhati