বংগ বিভাজন হৈছিল -১৯০৫ চনত
Assam Competitive Exam
Assam Competitive Exam//Adre2.0//DME//Assam Police//SSC//TET//APSC// UPSC//SBI//Current affairs 2024-25
//All PDF Avaliable here...
দ্বিতীয় বিশ্ব যুদ্ধ হৈছিল -১৯৩৯ চনত
প্রথম টেলিভিছন সেৱা আৰম্ভ হৈছিল ১৯৫৯ চনত
24/02/2026
🎉 Just completed level 3 and I'm so excited to continue growing as a creator on Facebook!
24/02/2026
24/02/2026
১) ৰহস্য সম্ৰাট ৰঞ্জু হাজৰিকাৰ প্ৰকৃত নাম কি?
২) শঙ্কৰদেৱৰ আইতাকৰ নাম কি আছিল?
৩) আটাইতকৈ পুৰণি সংকলিত বেদ খন কি?
৪) অলকানন্দা গীতৰ গীতিকাৰ কোন?
৫) ৰংবং তেৰাঙে ৰচনা কৰা কিতাপ খন?
৬) বাঁহেৰে সজা বাদ্য- টকা
৭) ৰাজ্য সভাৰ অধ্যক্ষ কোন?
৮) ৰাষ্ট্ৰপতিক কোনে শপত বাক্য পাঠ কৰোৱায়?
৯) নুমলীগড় তেল শোধনাগাৰ কোন জিলাত অৱস্থিত?
১০) টোকলাই চাহ গৱেষণা কেন্দ্ৰ ক'ত আছে?
১১) নীতি আয়োগৰ অধ্যক্ষ কোন?
১২) নয়নমনি শইকীয়া আৰু টানিয়া চৌধুৰীয়ে কি খেলত প্ৰতিনিধিত্ব কৰে ?
১৩) বেডমিণ্টন খেলুৱৈজন বিচাৰি উলিওৱা- পুলেল্লা গোপিচান্দ
১৪) আহোমৰ শেষ ৰাজধানী কি?
১৫) অসমে কোন দুখন দেশৰ সৈতে আন্তৰাষ্ট্ৰীয় সীমা ভাগ কৰিছে?
১৬) গ্ৰীণ লেণ্ড কোনখন দেশৰ অন্তৰ্ভুক্ত ?
১৭) চেন্নাইৰ পৰা এখন বিমান গুৱাহাটী অভিমুখে আহি আছে। এই ক্ষেত্ৰত বিমান খন কোন দিশৰ অভিমুখে উৰিব?- নৰ্থ-ইষ্ট
১৮) ৰূপৰ ৰাসায়নিক সংকেত কি?
১৯) জালিয়ানৱালা বাগ ক'ত আছে?
২০) তলৰ কোনটো দক্ষিণ আমেৰিকাৰ পৰ্বতমালা?
২১) বিষুৱ ৰেখা,মকৰক্ৰান্তি আৰু কৰ্কটক্ৰান্তি পাৰ হৈ যায় কোনখন মহাদেশৰ মাজেৰে ?
২২) শান্ত শিষ্ট হৃষ্ট পুষ্ট মহাদুষ্টৰ ৰচক কোন?
২৩) ১ জানুৱাৰী ২০২৪ সাপেক্ষে ভাৰতৰ উপ ৰাষ্ট্ৰপতি কোন?
২৪) ১ জানুৱাৰী ২০২৪ সাপেক্ষে আমেৰিকাৰ ৰাষ্ট্ৰপতি কোন?
২৫) ৮০ৰ পৰা ১০০ ৰ ভিতৰত কিমান টা মৌলিক সংখ্যা আছে?
২৬) বসুন্ধৰা আঁচনি কিহৰ লগত জড়িত?
২৭) Lion of Mysore নামেৰে কাক জনা যায়?
২৮) ৱাটাৰলু যুদ্ধত জড়িত ব্যক্তিজন- নেপোলিয়ন
২৯) সাগৰৰ তলিত ভূমিকম্পৰ ফলত সৃষ্টি হোৱা সাগৰীয় ঢৌক কি নামেৰে জনা যায়?
৩০) ২য় বিশ্বযুদ্ধৰ সময়ত অক্ষবাহিনীত কোনখন দেশ আছিল?
৩১) ৰঙাত বগা ক্ৰছ কোনখন দেশৰ জাতীয় পতাকাত আছে?
৩২) ভাৰতৰ আটাইতকৈ পশ্চিমত থকা ৰাজ্য খন কি?
৩৩) আন্তৰ্জাতিক উৎসব Kullu dossera ক'ত অনুষ্ঠিত হয়?
৩৩/ ভূ-পৃষ্ঠৰ পৰা ওলোৱা গৰম পানী আৰু গেছৰ সোঁতক কি বুলি জনা যায়? -( উষ্ণ প্ৰস্ৰৱণ)
৩৪/ যিয়ে সাগৰীয় জাহাজ লুট কৰে ! - জলদস্যু
৩৫/ Antonym of Friendship - Foe
৩৬/ Collective noun of Dog
৩৭/ Collective noun Of Fish
৩৮/ Elevated synonym -( Promoted or topped)
৩৯/ Lament synonym - sad, mourn, copied or Molecule !
৪০/ কোনখন দেশৰ সাগৰীয় উপকূল নাই - চীন, জাপান, আফগানিস্তান, ইৰাণ!
৪১/ কোনটো central armed police force নহয়- Indian cost guard, NSG, CISF OR SSB
৪২/ বৃত্ত : জ্যামিতি :: কবিতা : ?
( অধ্যায়, গদ্য, ভাষা, কিতাপ)
৪৩/ সদৃশ- শিশু : টিকাকৰণ ::
( উদ্ভিদ : কীটনাশক, খাদ্য : ৰন্ধন, জন্তু : খাদ্য, জ্বৰ : ঔষধ )
৪৪/ কাঞ্চিপুৰম শাৰী কত বেছি ব্যৱহাৰ হয় ?
৪৫/ PH 5 হ'লে দ্ৰৱটো কি- ?
৪৬/ বেৰিং প্ৰণালীয়ে কাক কাক ভাগ কৰিছে ?
৪৭/ Which one of the following is apostrophe ?
৪৮/ Which one is Hyphen ?
৪৯/ তলৰ কোনটো ইভেণ্টত ভাৰতে 2020 ৰ টকীঅ' অলিম্পিকত পদক লাভ কৰা নাছিল !- টাইকোৱান্দো
৫০/ Example of first type of liver - Human arm, scissors, stapller, ..)
৫১/ Which one is incorrectly mispelt - Mongrel, Marvel, Martal,Middel.
৫২/ To create a ruckus means -
৫৩/ find the odd one - ঘৰচিৰিকা, কাউৰী, বাদুলী, ময়ূৰচৰাই
৫৪/Idiom for - To get rid of a problem
৫৫/ To get a green signal means -
৫৬/ Myself refers to - I
৫৭/ Non -Living things - It
৫৮/ Adverb - Deep into the forest.
৫৯/ Poor : Poorest : Poorer
৬০/ Standard form Dictionary - Advent, Adventure, Adverse, Advertisement.
61/ Diamond league kihor লগত জৰিত ?
62/ শান্ত হিষ্ট শিষ্ট পুষ্ট .... কাৰ?
63/ Is your brother ___to the gym ?
64/ ১০০ৰ ১০০% ২০০ৰ ২০০% = ?
65/ 3√8²ৰ মান কিমান?
66/ 27 30 37 50 ? 98...........
67/ A+b=8,b+c=20,a+c=18,a²+b²=?
68/ [(10⁷÷10²)+(10³÷10-²)]÷10
69/ PROJECTS code RPJOCEST hoi tente ROBOTICS or code ki hobo
70/ 40% increase 40% decrease
71/ মাজত + চিহ্ন থকা দেশ কোন খন?
Click here to claim your Sponsored Listing.
Location
Website
Address
Guwahati