09/05/2026
SCC ASSAM
An State Level Educational Voluntary Youth Sports Org of Assam State .this page only for educational perpose..
09/05/2026
09/05/2026
এছ চি চি অনুষ্ঠানৰ কাৰ্যসূচীৰ কিছু ভাল লগা দৃশ্যাংশ।
SCC Assam Official
SCC ASSAM
SCC Assam Official
06/03/2025
এছ চি চি ৰ ৰাজ্যিক সমিতিৰ তত্বাৱধানত পূৰ্ণাংগ মৰিগাঁও জিলা সমিতি গঠনাৰ্থে অনুস্থিত হোৱা সাধাৰন সভাত এচ এচ চি চি ৰ ৰাজ্যিক সভাপতি দেবে দ উপস্থিত থাকে।ৰাজ্যিক উপ সভানেত্ৰী তথা মৰিগাঁও জিলাৰ অভিভাৱক মিচিৰা বেগম ডাঙৰীয়ানিৰ সঞ্চালনত অনুষ্ঠিত হোৱা সভাত ৰাজ্যিক উপদেষ্টা আৰু ৰাজ্যিক আলোচনী সম্পাদক গৰাকীৰ উপস্থিতিত ২১ জনীয়া পূৰ্ণাংগ জিলা সমিতি গঠন কৰা হয়। ভূপেন চন্দ্ৰ দাস ডাঙৰীয়াক সভাপতি আৰু মৃদুলা পাতৰ ডাঙৰীয়ানিক সাধাৰন সম্পাদিকা হিচাপে লৈ উক্ত সমিতি গঠন কৰা হয়। আজিৰ এই সভাখন সফল সমাপ্তি কৰাৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।🙏🏻🙏🏻🙏🏻
SCC ASSAM
SCC Assam Official
SCC ASSAM
Click here to claim your Sponsored Listing.
Location
Category
Contact the school
Telephone
Address
Guwahati