গুৱাহাটী বিদ্যালয় সমূহৰ প্ৰাক্তন ছাত্ৰ সমন্বয়ৰক্ষী সমিতি

  • Home
  • India
  • Guwahati
  • গুৱাহাটী বিদ্যালয় সমূহৰ প্ৰাক্তন ছাত্ৰ সমন্বয়ৰক্ষী সমিতি

গুৱাহাটী বিদ্যালয় সমূহৰ প্ৰাক্তন ছাত্ৰ সমন্বয়ৰক্ষী  সমিতি Do for Nation 🇮🇳Do for School 🏫

সকলো বিদ্যালয়ৰ আন্তৰিক সহযোগিতা আৰু সহায়-সহযোগিতা কামনা কৰিলোঁ। আপোনালোকৰ সহযোগিতাই আমাৰ এই প্ৰচেষ্টাক সফল কৰি তুলিব। ...
11/08/2026

সকলো বিদ্যালয়ৰ আন্তৰিক সহযোগিতা আৰু সহায়-সহযোগিতা কামনা কৰিলোঁ। আপোনালোকৰ সহযোগিতাই আমাৰ এই প্ৰচেষ্টাক সফল কৰি তুলিব। 🙏

29/08/2025
গুৱাহাটী বিদ্যালয়সমূহৰ প্ৰাক্তন ছাত্ৰ সন্মিলনীৰ দ্বাৰা আয়োজিত কবিতা আবৃত্তি, তৰ্ক প্ৰতিযোগিতা, আধুনিক গীত, লগতে সমবেত ...
22/08/2024

গুৱাহাটী বিদ্যালয়সমূহৰ প্ৰাক্তন ছাত্ৰ সন্মিলনীৰ দ্বাৰা আয়োজিত কবিতা আবৃত্তি, তৰ্ক প্ৰতিযোগিতা, আধুনিক গীত, লগতে সমবেত সংগীত প্ৰতিযোগিতাখনি 20, 21 আগষ্ট তাৰিখে সুন্দৰ ভাবে অনুষ্ঠিত হৈ যায় । গুৱাহাটীৰ যথেষ্টসংখক বিদ্যালয়ে অনুষ্ঠানটিত অংশগ্ৰহণ কৰে । শ্ৰদ্ধাৰ জে পি দাস ডাঙৰীয়া , শান্তা উজীৰ বাইদেউৰ লগতে বহুকেইজন বিশিষ্ট বিচাৰকে আমাৰ এই অনুষ্ঠানটিত বিচাৰকৰ দ্বায়িত্ব থাকে । শ্ৰদ্ধাৰ মনোজ শইকীয়া ডাঙৰীয়াৰ সভাপতিত্বত আৰু শ্ৰদ্ধাৰ প্ৰিন্স ফাইজুল হক ডাঙৰীয়াই সম্পাদকৰ দায়িত্বত থাকি অনুষ্ঠানখনৰ সফলভাৱে পৰিচালনা কৰে ।

03/07/2024
কৰ্মশালাৰ (০২/০৭/২০২৪ )প্ৰথম দিনৰ ভাল লগা দৃশ্য। সফল পূৰ্ব প্ৰশিক্ষন দিয়া হল প্ৰশিক্ষক  দিগন্ত ভাৰতীৰ দ্বাৰা !
02/07/2024

কৰ্মশালাৰ (০২/০৭/২০২৪ )প্ৰথম দিনৰ ভাল লগা দৃশ্য। সফল পূৰ্ব প্ৰশিক্ষন দিয়া হল প্ৰশিক্ষক দিগন্ত ভাৰতীৰ দ্বাৰা !

Address

Cotton Collegiate School, Kamrup Academy School
Guwahati

Opening Hours

Monday 9am - 5pm
Tuesday 9am - 5pm
Wednesday 9am - 5pm
Thursday 9am - 5pm
Friday 9am - 5pm
Saturday 9am - 5pm

Website

Alerts

Be the first to know and let us send you an email when গুৱাহাটী বিদ্যালয় সমূহৰ প্ৰাক্তন ছাত্ৰ সমন্বয়ৰক্ষী সমিতি posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category