02/08/2025
Shout out to my newest followers! Excited to have you onboard! Imran Hussain, Labanya Devi, SD Hirak, Putu Barman, Madhu Kalita, Anjana Sarmah Das, Kakali Sarmah, Banjit Deka, Ranjit Sarma, Barakha Barman, Sagarika Deka, Luna Hazarika
22/04/2025
২০২৫ বৰ্ষৰ উচ্চতৰ মাধ্যমিক প্ৰথম বাৰ্ষিকৰ কলা শাখাত নামভৰ্তিৰ বাবে প্ৰ-পত্ৰ দি থকা হৈছে আৰু নামভৰ্তি সম্পুৰ্ণ বিনামূলীয়াকৈ কৰা হব।
শংকৰদেৱ শিশু বিদ্যা নিকেতন, বেলতলা গুৱাহাটীৰ এখন অসমীয়া মাধ্যমৰ আগশাৰীৰ শিক্ষানুষ্ঠান যত অভিজ্ঞ আচাৰ্য-আচাৰ্য্যাৰদ্বাৰা পাঠদান কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলৰ ব্যৱহাৰিক দিশ, শাৰীৰিক, মানসিক, বৌদ্ধিক আদিৰ ওপৰতো প্ৰশিক্ষন দিয়া হয়।
22/07/2024
Which one of the following is more
probable regarding the Harappa Script?
A. Pictographic
B. Summerian
C. Proto Dravidian
D. Sanskritik