Guwahati college AASU Unit

Guwahati college AASU Unit AASU is the abbreviated name of the All Assam Students' Union (সদৌ অসম ছাত্র সন্থা)

19/09/2023
গুৰু ব্ৰহ্মা,গুৰু বিষ্ণু  গুৰু দেৱ মহেশ্বৰগুৰু সাক্ষাৎ পৰমব্ৰহ্মতস্মৈশ্ৰী গুৰুৱে নম‌:আজি শিক্ষক দিৱসৰ পৱিত্ৰ ক্ষণত *গুৱা...
05/09/2023

গুৰু ব্ৰহ্মা,গুৰু বিষ্ণু
গুৰু দেৱ মহেশ্বৰ
গুৰু সাক্ষাৎ পৰমব্ৰহ্ম
তস্মৈশ্ৰী গুৰুৱে নম‌:

আজি শিক্ষক দিৱসৰ পৱিত্ৰ ক্ষণত *গুৱাহাটী মহাবিদ্যালয় আছু গোট* ৰ তৰফৰ পৰা গুৱাহাটী মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ ড°প্ৰণৱ শাণ্ডিল্য ছাৰক সম্বৰ্ধনা জনোৱা হয়।

*গুৱাহাটী মহাবিদ্যালয় আছু গোট* ৰ তৰফৰ পৰা শিক্ষক দিৱসৰ এইক্ষণত প্ৰতিগৰাকী শ্ৰদ্ধাৰ শিক্ষাগুৰুসকললৈ সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ।

জয়তু গুৱাহাটী মহাবিদ্যালয়

11/06/2023
আজি ৫ জুন,সমগ্ৰ বিশ্বই আজিৰ এই পবিত্ৰ দিনটোক বিশ্ব পৰিৱেশ দিৱস হিচাপে পালন কৰি আহিছে।এই চেগতে গুৱাহাটী মহাবিদ্যালয় আছু গ...
05/06/2023

আজি ৫ জুন,সমগ্ৰ বিশ্বই আজিৰ এই পবিত্ৰ দিনটোক বিশ্ব পৰিৱেশ দিৱস হিচাপে পালন কৰি আহিছে।এই চেগতে গুৱাহাটী মহাবিদ্যালয় আছু গোটৰ তৰফৰ পৰা সকলোলৈকে বিশ্ব পৰিৱেশ দিৱসৰ শুভেচ্ছাঁ জ্ঞাপন কৰিলোঁ ।বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি আজি গুৱাহাটী মহাবিদ্যালয় আছু গোটৰ তৰফৰ পৰা গছপুলি ৰোপণ আৰু বিতৰণৰ কাৰ্যসূচী হাতত লোৱা হয়।উক্ত কাৰ্য্যসূচীটো নিয়াৰিকৈ চলাই নিয়াত সহায়-সহযোগিতা আগবঢ়োৱা গুৱাহাটী মহাবিদ্যালয় আছু গোটৰ সমূহ সদস্যকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।

জয়তু গুৱাহাটী মহাবিদ্যালয়
জয় আই অসম

11/10/2022

৯/১০/২০২২তাৰিখে ৰাতি ৯.৩০বজাত আমাৰ গুৱাহাটী মহাবিদ্যালয়ৰ ছাত্র ইমৰান আলি এক দুৰ্ঘটনাৰ সন্মুখীন হয়,যত তেওঁৰ ভৰি আৰু দেহৰ আন অংশত বেয়াকৈ আঘাতপ্ৰাপ্ত হয়।বৰ্তমান ইমৰানকগুৱাহাটীৰ নেমকেয়াৰ হস্পিতালত ভৰ্তি কৰোৱা হৈছে আৰু সম্পূৰ্ণ চিকিৎসাৰ বাবে প্ৰায় ৩ লাখ টকাৰ প্ৰয়োজন ।জানিব পৰা মতে তেওঁৰ পৰিয়াল আৰ্থিক ভাৱে দুৰ্বল, সেয়েহে আপোনালোকে ইমৰানক সুস্থ কৰি তোলাত যাতে তেওঁক অকণমান হলেও আৰ্থিক ভাৱে সহায়-সহযোগ কৰে তাৰবাবে বিনম্ৰ অনুৰোধ জনালোঁ।

G Pay & PhonePe:-6900924797

পাহাৰ ভাল পোৱা ছোৱালীজনী আমাৰ মাজৰ পৰা হেৰাই গল অচিনা দেশত ।গুৱাহাটী মহাবিদ্যালয় আছু গোটৰ তৰফৰ পৰা অসম কন্যা দ্বীপশিখা হ...
08/10/2022

পাহাৰ ভাল পোৱা ছোৱালীজনী আমাৰ মাজৰ পৰা হেৰাই গল অচিনা দেশত ।গুৱাহাটী মহাবিদ্যালয় আছু গোটৰ তৰফৰ পৰা অসম কন্যা দ্বীপশিখা হাজৰিকালৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ।

গুৱাহাটী মহাবিদ্যালয় আছু গোটৰ তৰফৰ পৰা তেজস্বীতা বৰুৱালৈ একাজলি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো।
07/10/2022

গুৱাহাটী মহাবিদ্যালয় আছু গোটৰ তৰফৰ পৰা তেজস্বীতা বৰুৱালৈ একাজলি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো।

গুৱাহাটী মহাবিদ্যালয় আছু গোটৰ বাৰ্ষিক অধিবেশন খন গুৱাহাটী মহাবিদ্যালয়ত অনুষ্ঠিত হয়। সভাখনত  গুৱাহাটী মহাবিদ্যালয় আছু গো...
19/09/2022

গুৱাহাটী মহাবিদ্যালয় আছু গোটৰ বাৰ্ষিক অধিবেশন খন গুৱাহাটী মহাবিদ্যালয়ত অনুষ্ঠিত হয়। সভাখনত গুৱাহাটী মহাবিদ্যালয় আছু গোটৰ কাৰ্য নিৰ্বাহক কমিটীখন গঠন কৰা হয়।কমিটীখনত সভাপতি হিচাপে হীৰেন কলিতা,সাধাৰণ সম্পাদক হিচাপে মৃদুল হালৈ আৰু বিত্ত সম্পাদক হিচাপে মাইন হুছেইনক দ্বায়িত্ব অৰ্পণ কৰি এখন সুন্দৰ কমিটী গঠন কৰা হয়।
জয় আই অসম
জয়তু গুৱাহাটী মহাবিদ্যালয়
জয়তু গুৱাহাটী মহাবিদ্যালয় আছু গোট

গুৱাহাটী মহাবিদ্যালয়ৰ ৫৯তম প্ৰতিষ্ঠা দিৱস উপলক্ষে মহাবিদ্যালয়স্থিত শ্বহীদ বেদীত গুৱাহাটী মহাবিদ্যালয় আছু গোটৰ উদ্যোগত বন...
03/08/2022

গুৱাহাটী মহাবিদ্যালয়ৰ ৫৯তম প্ৰতিষ্ঠা দিৱস উপলক্ষে মহাবিদ্যালয়স্থিত শ্বহীদ বেদীত গুৱাহাটী মহাবিদ্যালয় আছু গোটৰ উদ্যোগত বন্তি প্ৰজ্জ্বলন কৰা হয়।

গৌৰৱোজ্জ্বল ৫৮টা বসন্ত অতিক্ৰম কৰা গুৱাহাটী মহাবিদ্যালয়ে আজি ৫৯তম বৰ্ষত ভৰি দিলে।চিৰযৌৱনা গুৱাহাটী মহাবিদ্যালয়ৰ সাফল্যমণ্ডিত সোণোৱালী যাত্ৰা অবিৰত গতিত অক্ষুন্ন থাকক।

নীলিম আকাশত গুৱাহাটী মহাবিদ্যালয়ৰ বিজয় ধ্বজা গৰ্বৰে উত্তোলিত হৈ থাকক তাৰেই কামনাৰে।

জয়তু গুৱাহাটী মহাবিদ্যালয়
❤️❤️🌼🌼❤️❤️

Address

Guwahati
781021

Telephone

+918404058495

Website

Alerts

Be the first to know and let us send you an email when Guwahati college AASU Unit posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share