21/09/2026
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পৱিত্ৰ আবিৰ্ভাৱ তিথি
অসমৰ মাটি, ভাষা আৰু সংস্কৃতিক জ্ঞান, ভক্তি, প্ৰেম আৰু মানৱতাৰ পোহৰেৰে আলোকিত কৰা মহান যুগদ্ৰষ্টা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ।
তেওঁৰ অমৰ সৃষ্টি, মহান আদৰ্শ আৰু একতা, ভাতৃত্ববোধ, ভক্তি আৰু মানৱতাৰ বাণী আমাৰ নতুন প্ৰজন্মক সদায় সৎ আৰু সুন্দৰ পথত আগুৱাই নিয়ক।
আমাৰ শিশুসকলৰ কোমল হৃদয়ত অসমীয়া সংস্কৃতি, মূল্যবোধ আৰু মহান ঐতিহ্যৰ বীজ ৰোপণ কৰাই আমাৰ এক সৰু প্ৰয়াস।
জয় গুৰু শংকৰ! 🙏
জয় হৰি! 🌸
— Amazing Kids Preschool & Daycare ❤️
#শ্ৰীমন্তশংকৰদেৱ #আবিৰ্ভাৱতিথি