02/02/2024
জলাশয়ৰ সুৰক্ষা আৰু সংৰক্ষণৰ দিশটোক গুৰুত্বসহকাৰে গ্ৰহণ কৰি সেই সম্পৰ্কে এটা বিহীত ব্যৱস্থা ল'বলৈ একত্ৰিত হোৱাৰ প্ৰয়াসৰ ফলস্বৰূপে বিশ্ব জলাশয় দিৱস পালন কৰা হয়। সকলোলৈ বিশ্ব জলাশয় দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ।
01/02/2024
Comment below 👇 your answer
31/01/2024
অসমবাসী ৰাইজলৈ Scordemy ৰ তৰফৰ পৰা মে ডাম মে ফি ৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ।
30/01/2024
অহিংসাৰ নীতিৰে পৰিচালিত সত্যাগ্ৰহ আন্দোলনৰ পথ প্ৰদৰ্শক , স্বাধীনতা আন্দোলনৰ গুৰিধৰোতা, জাতিৰ পিতা নামেৰে খ্যাত মহাত্মা গান্ধীদেৱলৈ তেখেতৰ মৃত্যু বাৰ্ষিকীৰ দিনা Scordemy পৰিয়ালৰ তৰফৰ পৰা শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ।
28/01/2024
১৮৯৪ চনৰ ২৮ জানুৱাৰী তাৰিখে সংঘটিত হোৱা পথৰুঘাটৰ কৃষক বিদ্ৰোহৰ শ্বহীদ সকললৈ Scordemy পৰিয়ালৰ তৰফৰ পৰা শ্ৰদ্ধা নিবেদন কৰিছোঁ।
26/01/2024
Scordemy তৰফৰ পৰা ৭৫ তম গণৰাজ্য দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।
জয় হিন্দ।
25/01/2024
Scordemyৰ তৰফৰ পৰা ৰাষ্ট্ৰীয় পৰ্যটন দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ।
24/01/2024
'আজিৰ কন্যা শিশু কালিলৈ দেশৰ উজ্জ্বল সম্পদ'
প্ৰতিগৰাকী কন্যা ভৱিষৎৰ সাহসী, আত্মনিৰ্ভৰশীল আৰু স্বাৱলম্বীন নাগৰিক হোৱা কামনাৰে *"ৰাষ্ট্ৰীয় কন্যা শিশু" দিৱসত *scordemy* তৰফৰ পৰা সকলো কন্যালৈ শুভেচ্ছা জ্ঞাপন কৰিলোঁ।