28/08/2026
জ্ঞানৰ মাজেৰে সজাগতা, সজাগতাৰ মাজেৰে সুৰক্ষা!
আজি আমাৰ Manchur Ali Academy, পুৰাণ গাৱঁত
District Legal Service Authority , Kamrup Amingaon ৰ অধীনত AWARENESS PROGRAMME ON NALSA (DAWIN-DRUG AWARENESS AND WELLNESS NAVIGATION, AWARENESS PROGRAMME ON "Empowered Youth Stronger India আৰু AWARENESS PROGRAMME ON MEDIATION আদি তিনিটা বিষয়ৰ ওপৰত এখন সজাগতা সভা অনুস্থিত কৰা হয়। কামৰূপ, আমিনগাঁও জিলা আইনী সেৱা প্ৰাধিকৰণৰ দ্বাৰা আয়োজিত এই কাৰ্যসূচীত ছাত্ৰ-ছাত্ৰীসকলে দৰবৰ অপব্যৱহাৰ, বাল্য বিবাহ, পুৰুষ/নাৰী নিৰ্যাতন বা যৌন ধৰ্ষণৰ আইনী ব্যৱস্থা আৰু ভুক্তভোগীৰ বাবে থকা আঁচনী আৰু MEDIATION ৰ বিষয়ে জানিবলৈ সক্ষম হয়। এনে গুৰুত্বপূৰ্ণ সজাগতা সভা আয়োজন কৰাৰ বাবে জিলা আইনী সেৱা প্ৰাধিকৰণলৈ অশেষ ধন্যবাদ।