09/10/2022
লুইতপৰীয়া শিশু বিকাশ পৰিষদৰ অন্তৰ্গত জে কে মেমোৰিয়েল একাডেমিৰ উপাধ্যক্ষ স্বৰবত আলীৰ অকাল বিয়োগত আমি লুইতপৰীয়া শিশু বিকাশ পৰিষদ পৰিয়ালে অতিকৈ মৰ্মাহত হৈছো। তেওঁৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ।