18/11/2025
প্ৰাণৰ শিল্পী আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ ওপজা দিনটি “আনন্দৰাম বৰুৱা একাডেমি ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল বালিকুছি”টো উদ্যাপন কৰা হয়৷তেখেত য’তেই আছে শান্তিত থাকক৷তেখেতৰ সৃষ্টিৰাজি চিন্তাৰে সমূহ অসমবাসী একতাৰ এনাজৰীৰে আগবাঢ়ি যাওঁক তাৰেই আশা ৰাখিছোঁ৷
18/10/2025
বাপতিসাহোন কাতি বিহুটিৰ এই পৱিত্ৰ ক্ষণত আনন্দৰাম বৰুৱা একাডেমি পৰিয়ালৰ লগতে সমূহ অসমবাসী ৰাইজৰ মংগল আৰু সমৃদ্ধি কামনা কৰিছোঁ ।
কাতি বিহুৰ আকাশবন্তিৰ পোহৰে উজলাই তোলক কৃষিজীৱি ৰাইজৰ সপোন, উৰ্বৰা হৈ উঠক প্ৰতিখন খেতিপথাৰ আৰু ফচলেৰে ভৰি পৰক হেঁপাহৰ প্ৰতিটো ভঁৰাল ।
16/09/2023
তোমালোকেই আমাৰ ভৱিষ্যত... মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি উপলক্ষে একাডেমিৰ ছাত্ৰ-ছাত্ৰীসকলে গুৰুজনাৰ সৃষ্টিৰ এফাঁকি নামেৰে তেওঁৰ প্ৰতি সেৱা জনাইছে
05/09/2023
প্ৰতিগৰাকী শিক্ষাগুৰুলৈ “শিক্ষক দিৱসৰ” শুভেচ্ছা জ্ঞাপন কৰিলোঁ৷আনন্দৰাম বৰুৱা একাডেমি,মহিপালকুছিত “শিক্ষক দিৱস” উদ্যাপনৰ কিছু মধুৰ মূহুৰ্ত.....
15/08/2023
৭৭ তম্ স্বাধীনতা দিৱস উপলক্ষে আনন্দৰাম বৰুৱা একাডেমি,মহিপালকুছিত বিভিন্ন কাৰ্যসূচীৰে স্বাধীনতা দিৱস উদ্যাপন কৰাৰ কিছু মধুৰ মুহূৰ্ত...
15-08-2023