01/05/2024
Today at IIT Guwahati ,
Dr. Charan Gurumurthy, Chief Executive of Tata Semiconductor Assembly and Test Pvt. Ltd., graced the workshop as the distinguished guest speaker. Other dignitaries included Smt. Saumya Gupta, Joint Secretary (TE), Ministry of Education, Govt. of India; Prof. Rajeev Ahuja, Director, IIT Guwahati; Dr. Lakshmanan S., IAS, Secretary to the Govt. of Assam, Industries & Commerce, Mines & Minerals Department, Shri. Narayan Konwar, Secretary, Higher Education Govt. of Assam and Shri. Varun Bhardwaj, Director, Department of Higher Education, Ministry of Education, along with Vice Chancellors of various Universities, representatives of various organizations from North eastern states, expert members from IIT Guwahati,Assam Skill Development officials, NE Team members and over 1000 students from various colleges participated actively .
Assam will definitely contribute to the nation's GDP and create skilled based job opportunities for the Youth of Assam through the Tata Semiconductor Assembly project in Jagiroad. Assam Skill Development Mission NSDC National Skill Development Corporation
15/12/2023
আজি ইং ১৫/১২/২০২৩ তাৰিখ
ধেমাজি জিলাৰ
অসম চৰকাৰৰ অধীনত অসম দক্ষতা বিকাশ অভিয়ানৰ তৰফৰ পৰা কুলাজান মহাবিদ্যালয়ত অনুষ্ঠিত হোৱা ছাগলী আৰু গাহৰি কৃষকৰ পৰীক্ষা ফলাফল ঘোষণা কৰা পাছত আজি গাওঁ প্ৰধান আৰু কুলাজান মহাবিদ্যালয়ৰ অধ্যক্ষৰ দ্বাৰা প্ৰমাণ পত্ৰ বিতৰণ কৰা হয়। Assam Skill Development Mission NSDC National Skill Development Corporation Jayanta Mallabaruah
19/11/2023
আজি ইং ১৯/১১/২০২৩ তাৰিখ
ধেমাজি জিলাৰ
অসম চৰকাৰৰ অধীনত অসম দক্ষতা বিকাশ অভিয়ানৰ তৰফৰ পৰা কুলাজান মহাবিদ্যালয়ত ছাগলী আৰু গাহৰি কৃষকৰ প্ৰশিক্ষণ লবলৈ অহা যুৱক যুৱতী সকলৰ প্ৰশিক্ষণ শেষ কৰি ভাৰত চৰকাৰৰ অধীনত Sector Skill Council (SSC) দ্বাৰা Online পদ্ধতিৰে পৰীক্ষা অনুষ্ঠিত কৰা হয়। Assam Skill Development Mission NSDC National Skill Development Corporation Jayanta Mallabaruah
15/11/2023
যোৱা ইং ১৪/১১/২০২৩ তাৰিখ
ধেমাজি জিলাৰ
অসম চৰকাৰৰ অধীনত অসম দক্ষতা বিকাশ অভিয়ানৰ তৰফৰ পৰা কুলাজান মহাবিদ্যালয়ত ছাগলী আৰু গাহৰি কৃষকৰ প্ৰশিক্ষণ কেন্দ্ৰত প্ৰথম বাৰৰ বাবে প্ৰশিক্ষণ ল'বলৈ অহা যুৱক যুৱতী সকলৰ দ্বাৰা প্ৰশিক্ষক সকলৰ লগতে প্ৰশিক্ষণ কেন্দ্ৰ পৰিচালনা কৰা ব্যক্তি সকলে প্ৰশিক্ষণ সফল সমাপ্তিৰ বাবে প্ৰীতি ভূজ আয়োজন কৰা হয়। Assam Skill Development Mission
13/11/2023
আজি ইং ১৩/১১/২০২৩ তাৰিখ
ধেমাজি জিলাৰ
অসম চৰকাৰৰ অধীনত অসম দক্ষতা বিকাশ অভিয়ানৰ তৰফৰ পৰা কুলাজান মহাবিদ্যালয়ত প্ৰথম বাৰৰ বাবে প্ৰশিক্ষণ ল'বলৈ অহা যুৱক যুৱতী সকলে প্ৰশিক্ষণ শেষ হোৱাৰ আগ মূৰ্হুতত পোহৰৰ উৎসৱ দীপাৱলী উপলক্ষে থলুৱা শিল্পী দ্বাৰা নিৰ্মিত মাটিৰ চাকি জ্বলায় পোহৰৰ উৎসৱ পালন কৰে। Assam Skill Development Mission Jayanta Mallabaruah
13/11/2023
আজি ইং ১৩/১১/২০২৩ তাৰিখ
ধেমাজি জিলাৰ
অসম চৰকাৰৰ অধীনত অসম দক্ষতা বিকাশ অভিয়ানৰ তৰফৰ পৰা কুলাজান মহাবিদ্যালয়ত ছাগলী কৃষকৰ প্ৰশিক্ষণ কেন্দ্ৰত প্ৰশিক্ষণ ল'বলৈ অহা যুৱক যুৱতী সকলক ছাগলী বজাৰত গৈ বজাৰ ওপৰত ভিত্তি কৰিয়েই প্ৰশিক্ষক সকলে প্ৰশিক্ষণ প্ৰদান কৰে লগতে প্ৰশিক্ষণ কেন্দ্ৰত আহি বিতং ভাৱে আলোচনা কৰা হয়। Assam Skill Development Mission NSDC National Skill Development Corporation Jayanta Mallabaruah
11/11/2023
আজি ইং ১১/১১/২০২৩ তাৰিখ
ধেমাজি জিলাৰ
অসম চৰকাৰৰ অধীনত অসম দক্ষতা বিকাশ অভিয়ানৰ তৰফৰ পৰা কুলাজান মহাবিদ্যালয়ত ছাগলী কৃষকৰ প্ৰশিক্ষণ কেন্দ্ৰত প্ৰশিক্ষণ ল'বলৈ অহা যুৱক যুৱতী সকলক ছাগলী বজাৰ ওপৰত ভিত্তি কৰি স্বাৱলম্বী হবলৈ প্ৰশিক্ষক সকলে প্ৰশিক্ষণ প্ৰদান কৰে। Assam Skill Development Mission NSDC National Skill Development Corporation Jayanta Mallabaruah
09/11/2023
আজি ইং ০৯/১১/২০২৩ তাৰিখ
ধেমাজি জিলাৰ
অসম চৰকাৰৰ অধীনত অসম দক্ষতা বিকাশ অভিয়ানৰ তৰফৰ পৰা কুলাজান মহাবিদ্যালয়ত ছাগলী আৰু গাহৰি কৃষকৰ প্ৰশিক্ষণ কেন্দ্ৰত প্ৰশিক্ষণ ল'বলৈ অহা যুৱক যুৱতী সকলক কৃষি কৰ্মৰ জড়িয়তে সফল হোৱা স্থানীয় কৃষকৰ ফাৰ্মত গৈ প্ৰশিক্ষণ প্ৰদান কৰা হয়। Assam Skill Development Mission NSDC National Skill Development Corporation Jayanta Mallabaruah
08/11/2023
আজি ইং ০৮/১১/২০২৩ তাৰিখ
ধেমাজি জিলাৰ
অসম চৰকাৰৰ অধীনত অসম দক্ষতা বিকাশ অভিয়ানৰ তৰফৰ পৰা কুলাজান মহাবিদ্যালয়ত ছাগলী আৰু গাহৰি কৃষকৰ প্ৰশিক্ষণ কেন্দ্ৰত প্ৰশিক্ষণ ল'বলৈ অহা যুৱক যুৱতী সকলক ছাগলী আৰু গাহৰি মঙহৰ বজাৰত বজাৰ ওপৰত আৰু মঙহ কটা পদ্ধতি ইত্যাদি বিভিন্ন বিষয়ৰ ওপৰত প্ৰশিক্ষক সকলে প্ৰশিক্ষণ প্ৰদান কৰে। Assam Skill Development Mission NSDC National Skill Development Corporation Jayanta Mallabaruah
07/11/2023
আজি ইং ০৭/১২০২৩ তাৰিখ
ধেমাজি জিলাৰ
অসম চৰকাৰৰ অধীনত অসম দক্ষতা বিকাশ অভিয়ানৰ তৰফৰ পৰা কুলাজান মহাবিদ্যালয়ত ছাগলী আৰু গাহৰি কৃষকৰ প্ৰশিক্ষণ কেন্দ্ৰত প্ৰশিক্ষণ ল'বলৈ অহা যুৱক যুৱতী সকলক ছাগলী আৰু গাহৰি Value added product of pork and goat ওপৰত প্ৰশিক্ষক সকলে প্ৰশিক্ষণ প্ৰদান কৰে। Assam Skill Development Mission NSDC National Skill Development Corporation Jayanta Mallabaruah