TICS Computer Education.

TICS Computer Education.

Share

This is Computer Education Related Page

12/11/2025

আজি Mr.Pranjal Rajbongshi ক আনুষ্টানিক ভাৱে TICS ত As a Assistant Faculty হিচাপে নিযুক্তী প্ৰদান কৰা হ’য়, আমি সমূহ TICS ৰ পৰিয়ালবৰ্গই Mr. Pranjal Rajbongshi ডাঙৰীয়াৰ উজ্বল ভৱিষ‍্যত কামনা কৰিছো লগতে তেওৰ শিক্ষন প্ৰদ্ধতীৰ জৰিয়তে তেও TICS ক যাতে আৰু এখোজ আগুৱাই লৈ যাব পাৰে সেইতো য়ে তেওৰ পৰা আমি কামনা কৰিছো ।

Regards,

Sanjay Nath
Director, TICSCOM Edutech Pvt. Ltd

Photos from TICS Computer Education.'s post 09/09/2025

আজি ৰামদিয়া বিনন্দী চন্দ্ৰ মেধি মহাবিদ‍্যালয়ৰ *TICS, Ramdia* শাখাত *Internship* Complete কৰা ১২০ গৰাকী ছাত্ৰ-ছাত্ৰীক আজি আনুষ্টানিক Certificate Distribute কৰা হ’য়, এই সময়ছোৱাত আমাক সহায়-সহযোগ কৰা ৰামদিয়া মহাবিদ‍্যালয়ৰ অধ‍্যক্ষ *Dr. Biswajit Das* মহোদয় তথা Deprt. Head of Economics *Dr. Satyabati Medhi* মেমক অলেষ ধন‍্যবাদ যাচিছো , অনাগত দিনত আমি আৰু ছাত্ৰ-ছাত্ৰী হকে কাম কৰি যাম তাৰবাবে আমাক সকলোৰে পৰা মৰম আৰু আৰ্শীবাদৰ বহুতে প্ৰয়োজন আমি সকলো সদাশয় ব‍্যক্তিৰ পৰা তাকেই কামনা কৰিছো ।

With Regards,

Sanjay Nath
Director
*TICSCOM Edutech Pvt Ltd*

Photos from TICS Computer Education.'s post 05/09/2025

Congratulations Mr. Rajib Kalita(Designation : Centre Head & Faculty, TICS Ramdia Branch) Yor are Awarded the ‘TICS Best Employee ’ Award’ 2025-26.

TICS Computer Education.

Photos from TICS Computer Education.'s post 05/09/2025

Congratulations Miss. Champa Haloi(Designation :Faculty, TICS Sualkuchi Branch) Yor are Awarded the ‘TICS Best Faculty ’ Award 2025-26.

TICS Computer Education.
Champa Haloi

05/09/2025

Congratulations Mr.Jyotiprasad Das (Designation :Centre Head & Faculty, TICS Singimari Branch) Yor are Awarded the ‘TICS Best Centre Head’ Award 2025-26.

TICS Computer Education.
Jyotiprasad Das

Photos from TICS Computer Education.'s post 22/07/2025

Congratulations to All..

Photos from TICS Computer Education.'s post 14/04/2025

যোৱা ৮/৪/২০২৫ তাৰিখে TICS , শুৱালকুছি শাখাত হৈ যোৱা বৃত্তি পৰীক্ষাত সুখ‍্যাতিৰে উৰ্ত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলৰ ভিতৰত Top 10 ছাত্ৰ-ছাত্ৰীক TICS ৰ তৰফৰপৰা Rank Holder Certificate আৰু লগতে কিছু Gift Hamper প্ৰদান কৰা হ’য়, এনেকৈ যাতে তেওলোকে সকলো ক্ষেত্ৰতে আগবাঢি যাব পাৰে তাৰবাবে সকলো ছাত্ৰ-ছাত্ৰীৰ বাবে TICS য়ে যি পাৰে কৰি যাব বুলি সদায়ে দায়বদ্ধ ।
অৱশেষত সকলো ছাত্ৰ-ছাত্ৰীৰে উজ্বল ভৱিষ‍্যত কামনা কৰিছো ।

31/12/2024

Happy New Year to All ..

Photos from TICS Computer Education.'s post 07/09/2024

Best Centre Head Award 2024 goes to Mr.Jyotiprasad Das.

Want your school to be the top-listed School/college in Guwahati?

Click here to claim your Sponsored Listing.

Location

Category

Telephone

Address


Sualkuchi Medical Chowk
Guwahati
781103

Opening Hours

Monday 8am - 7pm
Tuesday 8am - 7pm
Wednesday 8am - 7pm
Thursday 8am - 7pm
Friday 8am - 7pm
Saturday 8am - 7pm