21/11/2025
https://youtu.be/aR7crIbBYTk?si=5nZWGOLKjUQXosaQ
দা গীটাৰ ৰুমৰ সহযোগত 'গান শিকোঁ আহাঁ - দ্যা মিউজিক স্কুল'ৰ নিৱেদন...
আমাৰ হেঁপাহ আৰু ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰয়াসেৰে
মুক্তি পালে জুবিন গাৰ্গদেৱলৈ শ্ৰদ্ধাঞ্জলি বিশেষ গীতটি।
অনুগ্ৰহ কৰি সকলোৱে চাওক আৰু প্ৰতিগৰাকী জুবিন অনুৰাগীলৈ শ্বেয়াৰ কৰক🙏
🙏জয় জুবিন দা🙏
The students of Gaan Xiku Aha – The Music School, together with The Guitar Room, united to create this tribute cover for the late legendary artist Zubeen Gar...