Guwahati Kala Kendra- GKK

Guwahati Kala Kendra- GKK

Share

Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Guwahati Kala Kendra- GKK, Dance School, Mother Teresa Road, Guwahati.

Photos from Guwahati Kala Kendra- GKK's post 17/11/2025

Last night performance




গুৰু গোবিন্দ শইকীয়া বৰবায়ন দেৱৰ সংগীত পৰিচালনা, নৃত্য পৰিচালনাত অসম সত্ৰ মহাসভাৰ উদ্যোগত সত্ৰীয়া সংস্কৃতিৰ দিৱসত দশৱতাৰ নৃত্য আৰু গোপী নাচ পৰিবেশন কৰিলোঁ গুৱাহাটী কলা কেন্দ্ৰৰ ছাত্ৰী সকলে।
ছাত্ৰী সকল ক্ৰমে -
মৌছুমী বৰা ( সহকাৰী পৰিচালিকা)
জিমনী কছাৰী
সংগীতা বৰ্মন
তুসাৰিকা মহন্ত
মনছুম
বিনীতা দেৱী
মিৰাণ্ডা

Photos from Guwahati Kala Kendra- GKK's post 14/10/2025

Guwahati KALA Kendra ৰ সত্ৰীয়া নৃত্যৰ ছাত্ৰী সকলে যোৱা ১১ আৰু ১২ অক্টোবৰত নাগপুৰত য়েই আয়োজন কৰা ত সত্ৰীয়া নৃত্য পৰিবেশনৰ কৰে।
গুৰু গোবিন্দ শইকীয়া বৰবায়ন দেৱৰ সংগীত পৰিচালনাত DrDimple Saikia আৰু Mousumi Borah ৰ নৃত্য পৰিচালনাত ছাত্ৰী সকলে সত্ৰীয়া নৃত্য পৰিবেশন কৰে। লগতে আয়োজক মণ্ডলী আৰু উপস্হিত দৰ্শকৰ প্ৰশংসা লাভ কৰে।
সত্ৰীয়া নৃত্যৰ ছাত্ৰী সকল ক্ৰমে - এনিশা বৰা, জিমনি কছাৰী, সংগীতা বৰ্মন, কৃষ্ণা ৰানী কোৱঁৰ, তুশাৰিকা মহন্ত, মঞ্চুম, নিহাৰিকা, জুহি

Photos from Guwahati Kala Kendra- GKK's post 10/08/2025

শ্ৰদ্ধাৰ সত্ৰীয়া নৃত্যৰ গুৰু, সত্ৰীয়া সংস্কৃতিৰ সাধক, লিখক , সংগীত নাটক অকাডেমী বঁটা প্ৰাপক শ্ৰীযুত গোবিন্দ শইকীয়া বৰবায়ন দেৱলৈ অভিনন্দন।
অসম সত্ৰ মহাসভাৰ পৰীক্ষা পৰিষদৰ পৰীক্ষা নিৰিক্ষক (ইxam Controller)হিচাপে নিৰ্বাচিত কৰি নিযুক্তি লাভ কৰিছে। ইয়াৰ দ্বাৰা অসম সত্ৰ মহাসভাৰ পৰীক্ষা পৰিষদৰ অন্তৰ্গত পঞ্জীয়ন ভুক্ত সকলো বিদ্যালয় মহাবিদ্যালয় সমূহৰ সমূহ বাৰ্ষিক পৰীক্ষা নিয়াৰিকৈ হোৱাৰ উপৰি শিকাৰু সকল উপকৃত হব বুলি পৰীক্ষা পৰিষদৰ অধ্যক্ষ তথা সম্পাদক প্ৰধান মহোদয় শ্ৰীযুত কুসুম কুমাৰ মহন্ত দেৱে নিযুক্তি পত্ৰ প্ৰদান কৰিছে।

চাৰলৈ অভিনন্দন তথা শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

03/09/2024

Sattriya Kendra, Guwahati, of Sangeet Natak Akademi, New Delhi, Ministry of Culture, Government of India, cordially invites you to the celebration of "Srimanta Sankaradeva's Tirobhav Tithi," commemorating the 456th death anniversary of Srimanta Sankaradeva on 4 September 2024, at Sattriya Kendra Hall, Panjabari, Guwahati, from 3:00 PM onwards.



PMO India Ministry of Home Affairs, Government of India Gajendra Singh Shekhawat Sandhya Purecha Ministry of Culture, Government of India

09/08/2024

ইমান ধুনীয়া ধুনীয়া মূহুৰ্তবোৰ কেমেৰাৰ লেঞ্চত আবদ্ধ কৰা ফটো সাংবাদিক তথা photographer অৰূপ জ্যোতি কলিতা দা লৈ Guwahati Kala Kendra- GKK ৰ তৰফৰ পৰা অশেষ ধন্যবাদ জনাইছোঁ। আগলৈও আপোনাৰ উপস্থিতি কামনা কৰিলোঁ লগতে আপোনাৰ সুন্দৰ যাত্ৰা অব্যাহত থাকক।

Photos from Guwahati Kala Kendra- GKK's post 09/08/2024

গুৰু সম্বৰ্দ্ধনা অনুষ্ঠানটি সুন্দৰকৈ চলাই নিবলৈ দিয়া গধুৰ দ্বায়িত্ব পালন কৰা শ্ৰদ্ধাৰ অৰুণ জ্যোতি শইকীয়া দালৈ Guwahati Kala Kendra- GKK ৰ তৰফৰ পৰা অশেষ ধন্যবাদ জনাইছো।

Photos from Guwahati Kala Kendra- GKK's post 09/08/2024

Zhumura KALA Kendra আৰু সৃজনী কলা কেন্দ্ৰৰ ছাত্ৰী সকলে পৰিৱেশন কৰা ভোৰতাল নৃত্য, বড়ো, হাজং, তিৱা, দেউৰী আৰু বিহু নাচ সমাহাৰেৰে লোকনৃত্য। গুৰু সম্বৰ্দ্ধনা অনুষ্ঠানৰ শেষ অনুষ্ঠান।
ফটো - অৰূপ জ্যোতি কলিতা
Choregraph by Mousumi Borah

Photos from Guwahati Kala Kendra- GKK's post 09/08/2024

সংগীত সত্ৰ ছাত্ৰ ছাত্ৰী সকলে মৌচুমী পৰাশৰ বাইদেউৰ নেতৃত্বত গুৰু সম্বৰ্দ্ধনা অনুষ্ঠানত আৰম্ভণিতেই পৰিবেশন কৰে বৰগীত।
ফটো - অৰূপ জ্যোতি কলিতা

Photos from Guwahati Kala Kendra- GKK's post 09/08/2024

Zhumura KALA Kendra aru সৃজনী কলা কেন্দ্ৰৰ ছাত্ৰী সকলে গুৰু সম্বৰ্ধনা অনুষ্ঠানত পৰিৱেশন কৰে ঝুমুৰা নাচ।
ফটো - অৰূপ জ্যোতি কলিতা
Choreograph by - Mousumi Borah

Photos from Guwahati Kala Kendra- GKK's post 09/08/2024

Zhumura KALA Kendra , Guwahati Kala Kendra- GKK , সৃজনী কলা কেন্দ্ৰ, ৰত্ন ওজা কলাপীঠ, ৰাইজিং আৰ্ট এণ্ড কালচাৰেল স্কুল, সিন্ধুৰা দাঞ্চ একাডেমি মুঠ ৪০ গৰাকী ছাত্ৰ ছাত্ৰীয়ে গুৰু সম্বৰ্দ্ধনা অনুষ্ঠানতে পৰিবেশন কৰে মাটি আখৰা।
ফটো - অৰূপ জ্যোতি কলিতা
Choreograph by - Mousumi Borah, Gitika Dutta, Juhimon Das, Krishna Kunwor, Jimoni kochari,

Photos from Guwahati Kala Kendra- GKK's post 09/08/2024

গুৰু সম্বৰ্দ্ধনা অনুষ্ঠানত ওডিছি নৃত্য পৰিৱেশন কৰে Mridusmita Dutta ই।
ফটো - অৰূপ জ্যোতি কলিতা।

Want your school to be the top-listed School/college in Guwahati?

Click here to claim your Sponsored Listing.

Location

Category

Telephone

Website

Address


Mother Teresa Road
Guwahati
781020