14/04/2026
ভাৰতীয় আইনজ্ঞ, দাৰ্শনিক, সংবিধান প্ৰণেতা, ভাৰতৰত্ন বাবাসাহেব ড° ভীমৰাও আম্বেদকাৰদেৱৰ আজি পৱিত্ৰ জন্মজয়ন্তীত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ লামডিং মহাবিদ্যালয় শাখাৰ দ্বাৰা তেওঁক স্মৰণ কৰা হয়। উপস্থিত থাকে তেজপুৰ বিভাগ সাংগঠনিক সম্পাদক শংকৰ ছেত্ৰী ডাঙৰীয়া।
18/05/2025
আজি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ লামডিং শাখাৰ সমীক্ষা যোজনা বৈঠক অনুষ্ঠিত হয় লগতে লামডিং মহাবিদ্যালয়ৰ ছাত্ৰী নিবাসত লোক মাতা আহিল্যবাঈ হোলকৰ ৩০০তম জন্মজয়ন্তী উপলক্ষে লোক মাতা অহিল্যবাঈ হোলকৰ এখনি প্ৰতিচ্ছবি লগতে আহিল্যবাঈ হোলকৰৰ জীৱনীমূলক গ্ৰন্থ দিয়া হয় যত উপস্থিত থাকে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ অসম প্ৰদেশৰ কাৰ্যালয় সম্পাদক শংকৰ চেত্ৰী ডাঙৰীয়া, আৰু জিলা সহ সংযোজিকা প্ৰিয়ংকা ভট্টাচাৰ্য!
14/08/2024
অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ লামডিং শাখাৰ উদ্যোগত আৰু লামডিং মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ সহযোগত অহাকালি ৭৮ তম্ স্বাধীনতা দিৱস উপলক্ষে এক বিশাল "ত্ৰিৰংগা যাত্ৰা" ৰাতিপুৱা ৭:৩০ বজাত লামডিং মহাবিদ্যালয়ৰ সন্মুখৰ পৰা আৰম্ভ হৈ ছহিদ মৈদাম'ত শেষ কৰা হব।
এই ত্ৰিৰংগা যাত্ৰাত সমস্ত লামডিং'ৰ বিদ্যাৰ্থী, শিক্ষক, সামাজিক সংস্থা, ক্লাব তথা জনসাধাৰণক আহি যোগদান হৈ ৭৮ তম্ স্বাধীনতা দিৱস উদযাপন কৰিবলৈ আহ্বান জনাওঁ।
27/09/2023
Congratulations and Best Wishes to all the newly Elected Union Members of Lumding College... We are hopeful that all of you will work together for greater interest of Students of Lumding College and will play an important role in nation building...
✊
ABVP Lumding
ABVP Assam
Akhil Bharatiya Vidyarthi Parishad Akhil Bharatiya Vidyarthi Parishad (ABVP)Akhil Bharatiya Vidyarthi Parishad (ABVP)Akhil Bharatiya Vidyarthi Parishad (ABVP)
26/09/2023
নমস্কাৰ সকলোকে
অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ লামডিং শাখাৰ তৰফৰ পৰা অতি আনন্দৰে জনুৱা হয় যে অহা কালি অৰ্থাৎ ২৭/০৯/২০২৩ তাৰিখে লামডিং মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ ফলাফল ঘোষণা কৰা হব তাৰে লগত সংগতি ৰাখি বিদ্যাৰ্থী পৰিষদৰ জয় ঘোষণাৰে ১১:০০ টা বজাত "বিজয় যাত্ৰা" দ্বাৰা লামডিং চহৰ পৰিক্ৰমা কৰা হব..
বিজয় যাত্ৰাত লামডিং মহাবিদ্যালয়ৰ সকলো ছাত্ৰ-ছাত্ৰী, পৰিষদৰ পূৰ্ব কাৰ্য্যকৰ্তা তথা শুভাকাংক্ষী সকলোকে আহি যোগদান কৰিবলৈ বিনম্ৰ ভাবে অনুৰোধ কৰা হল।
ছাত্ৰ শক্তি ৰাষ্ট্ৰ শক্তি ✊✊
বিদ্যাৰ্থী পৰিষদ জিন্দাবাদ 🚩
23/09/2023
"राज तिलक की करो तैयारी आ रहे हैं भगवा धारी"
Lumding College Students Union Election Nomination Rally.... ✊✊
ABVP Lumding
Lumding College