14/04/2026
ভাৰতীয় আইনজ্ঞ, দাৰ্শনিক, সংবিধান প্ৰণেতা, ভাৰতৰত্ন বাবাসাহেব ড° ভীমৰাও আম্বেদকাৰদেৱৰ আজি পৱিত্ৰ জন্মজয়ন্তীত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ লামডিং মহাবিদ্যালয় শাখাৰ দ্বাৰা তেওঁক স্মৰণ কৰা হয়। উপস্থিত থাকে তেজপুৰ বিভাগ সাংগঠনিক সম্পাদক শংকৰ ছেত্ৰী ডাঙৰীয়া।