24/09/2021
Uttar Betna High School, Maharipara newly upgraded to Higher secondary School is now open to students for admission in 11th standard for the session 2021-2022. Students cam apply through Darpan weblink of AHSEC as the school is now registered with darpan for admission.
উত্তৰ বেতনা হাইস্কুল, মাহাৰীপাৰা নতুনকৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীতকৰণ হৈছে। 2021-2022 বৰ্ষৰ বাবে একাদশ শ্ৰেণীত নামভৰ্তিৰ বাবে শিক্ষাৰ্থীসকলৰ বাবে প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে। শিক্ষাৰ্থী সকলে AHSEC ৰ Darpan weblink ৰ জৰিয়তে আবেদন কৰিব পাৰে। কিয়নো বিদ্যালয়খন এতিয়া নামভৰ্তিৰ বাবে Darpan ৰ সৈতে পঞ্জীয়নভুক্ত।