Aryabhatta Ideal Academy,Goreswar

Aryabhatta  Ideal Academy,Goreswar Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Aryabhatta Ideal Academy,Goreswar, Education, Goreswar.

Kota quality teaching now at Goreswar
24/12/2024

Kota quality teaching now at Goreswar

07/09/2023
07/09/2023

আৰ্যভট্ট আইডিয়েল একাডেমিৰ নৱাগত আদৰণি সভাত সাংস্কৃতিক কাৰ্যসূচীত জনপ্ৰিয় কণ্ঠশিল্পী ৰূপাংকিতা আৰু অলংকৃতাৰ সংগীতানুষ্ঠান।

সাদৰেৰে নিমন্ত্ৰণ জনালোঁ।
04/09/2023

সাদৰেৰে নিমন্ত্ৰণ জনালোঁ।

আৰ্যভট্ট আইডিয়েল একাডেমি, গোৰেশ্বৰ-ৰ ২০১৯-২০ ইং শিক্ষাবৰ্ষৰ(উ:মা) ছাত্ৰ  #নিলোৎপল শৰ্মাই নলবাৰী মেডিকেল কলেজত স্থান পাই...
02/09/2023

আৰ্যভট্ট আইডিয়েল একাডেমি, গোৰেশ্বৰ-ৰ ২০১৯-২০ ইং শিক্ষাবৰ্ষৰ(উ:মা) ছাত্ৰ #নিলোৎপল শৰ্মাই নলবাৰী মেডিকেল কলেজত স্থান পাই আমাৰ একাডেমিৰ লগতে বৃহত্তৰ গোৰেশ্বৰবাসীক গৌৰৱান্বিত কৰিছে।নিলোৎপল শৰ্মালৈ একাডেমিৰ ফালৰপৰা আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন থাকিল।

01/09/2023

অহা ৬ ছেপ্টেম্বৰ ,২০২৩ ইং তাৰিখ বুধবাৰে আৰ্যভট্ট আইডিয়েল একাডেমিৰ ২০২৩ ইং বৰ্ষৰ নৱাগত আদৰণি সভাখন অনুষ্ঠিত হ'ব।আবেলি ২ বজাত সাংস্কৃতিক কাৰ্যসূচীত বিশেষ আকৰ্ষণ হিচাপে উপস্থিত থাকিব অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী অলংকৃতা আৰু ৰূপাংকৃতা। উক্ত অনুষ্ঠানটোত সকলোৰে উপস্থিতি শ্ৰদ্ধাৰে কামনা কৰিলোঁ।

28/08/2023

সাদৰ সম্ভাষণ গ্ৰহণ কৰিব। আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে, আৰ্যভট্ট আইডিয়েল একাডেমিৰ নৱাগত শিক্ষাৰ্থী সকলক আদৰ সম্ভাষণ জনোৱাৰ উদ্দেশ্যে প্ৰত্যেক বছৰেই "নৱাগত আদৰণি সভা"খন অনুষ্ঠিত কৰি অহা হৈছে। এই বৰ্ষৰ "নৱাগত আদৰণি সভা"খন অহা ৬ ছেপ্তেম্বৰ'২০২৩ তাৰিখে আয়োজন কৰিবলৈ আমি তৎপৰ হৈছোঁ।এই অনুষ্ঠানটোলৈ আপোনালোক সকলোকে সাদৰেৰে আমন্ত্রণ জনালোঁ।

Address

Goreswar

Telephone

9864165013

Website

Alerts

Be the first to know and let us send you an email when Aryabhatta Ideal Academy,Goreswar posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to Aryabhatta Ideal Academy,Goreswar:

Shortcuts

Share

Category